• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ত্ৰিপুৰা

ত্ৰিপুৰাত টি এছ আৰ জোৱানৰ দ্বাৰা সাংবাদিকক গুলীয়াই হত্যা

এন ই নিউজ ব্যুৰো, গুৱাহাটী : by এন ই নিউজ ব্যুৰো, গুৱাহাটী :
November 21, 2017 12:49 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে ত্ৰিপুৰাত এগৰাকী স্থানীয় সাংবাদিকক টি এছ আৰ জোৱানে গুলীয়াই হত্যা কৰে। আগৰতলাৰ পৰা প্ৰায় ২০ কিলেমিটাৰ আঁতৰৰ আৰ কে নগৰৰ এটা অনুষ্ঠানৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক সুদীপ দত্ত ভৌমিকৰ সৈতে এগৰাকী টি এছ আৰ জোৱানৰ বাক-বিতণ্ডা হোৱাৰ পিছত জোৱানজনে তেওঁক গুলীয়াই হত্যা কৰে।

‘’ আমাৰ কাকতৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক সুদীপ দত্ত ভৌমিকে আনুষ্ঠানিক অনুমতি লৈ আৰ কে নগৰত থকা দ্বিতীয় টি এছ আৰৰ কমাণ্ডেন্টক লগ কৰিবলৈ গৈছিল। কিন্তু তেওঁ তালৈ গৈ পোৱাৰ পিছতে কমাণ্ডেণ্টৰ গৰাকীৰ কাৰ্যালয়ৰ বাহিৰত তেওঁৰেই ব্যক্তিগত নিৰাপত্তাৰক্ষীগৰাকীৰ সৈতে কথা কটাকটি হোৱাৰ সময়তে নিৰাপত্তাৰক্ষীগৰাকীয়ে তেওঁক গুলীয়াই দিয়ে। ঘটনাস্থলীতে সুদীপৰ মৃত্যু ঘটে,’’-সাংবাদিকৰ আগত এইদৰে ঘটনাৰ বৰ্ণনা দাঙি ধৰে ছেন্দন পত্ৰিকাৰ সম্পাদক সুবল দেই।

Apply Now

আন এগৰাকী সাংবাদিক শান্তনু ভৌমিকৰ হত্যাৰ ঠিক দুমাহ পিছতেই ৰাজ্যখনত দ্বিতীয়টে সাংবাদিক হত্যাৰ এই ঘটনাটো ঘটে। ত্ৰিপুৰাৰ এটা স্থানীয় নিউজ চেনেলৰ সাংবাদিক ভৌমিকক যোৱা ২০ ছেপ্টেম্বৰত পশ্চিম ত্ৰিপুৰাৰ মন্দাইত ইণ্ডেজিনিয়াছ পিপ’লছ ফ্ৰণ্ট অফ্ ত্ৰিপুৰা ( আই পি এফ টি ) আৰু ত্ৰিপুৰা ৰাজেৰ উপজাতি গণমুক্তি পৰিষদ (টি আৰ ইউ জি পি) ৰ মাজত হোৱা সংঘৰ্ষৰ বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে কোবাই হত্যা কৰিছিল। দিনৰাত চেনেলৰ এগৰাকী সাংবাদিক ২৮ বছৰীয়া শান্তনুৱে আগৰতলাৰ পৰা ৩৫ কিলোমিটাৰ আঁতৰৰ মন্দাইলৈ আই পি এফ টি আৰু চিপিআই (এম)ৰ জনজাতি সংগঠন টি আৰ ইউ জি পিৰ মাজৰ সংঘৰ্ষৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল। সেই ঘটনাত আৰক্ষীয়ে উন্মত্ত লোকসকলক ছত্ৰভংগ দিয়াবলৈ লাঠীচাৰ্জ কৰিছিল যদিও আক্ৰমণকাৰীসকলে ভৌমিকক মৰিয়াই হত্যা কৰে।

আনহাতে, সুদীপ দত্ত ভৌমিকৰ মৃতদেহটো আগৰতলালৈ লৈ অনা হয়। আৰক্ষীয়ে টি এছ আৰৰ এগৰাকী কনিষ্টবল ব্যক্তিগত নিৰাপত্তাৰক্ষীগৰাকীক গ্ৰেপ্তাৰ কৰিছে। সাংবাদিক সুদীপৰ হত্যাই ৰাজ্যখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই সাংবাদিকগৰাকীৰ হত্যাক গৰিহণা দিছে।

এন ই নিউজ ব্যুৰো, গুৱাহাটী :

এন ই নিউজ ব্যুৰো, গুৱাহাটী :

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

August 25, 2026 8:27 am
অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

August 25, 2026 7:55 am
প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

August 25, 2026 7:06 am
২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

August 25, 2026 8:27 am
অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

August 25, 2026 7:55 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd