• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

দলীয় পৰাজয়ৰ দায়িত্ব মূৰ পাতি লৈ এইচ এছ পি ডি পিৰ সভাপতি বাছাইয়াওমইটৰ পদত্যাগ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 11, 2018 2:45 pm
hspdp
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিল ষ্টেইট পিপ্‌ল’ছ ডেমক্ৰেট্ৰিক পাৰ্টি চমুকৈ এইচ এছ পি ডি পিৰ পুৰ্বৰ সভাপতি আৰ্ডেণ্ট মিলাৰ বাছাইয়াওমইটৰ সলনি তেওঁৰ ঠাইত উপ সভাপতি কে পি পাংনিয়াাঙক দায়িত্বভাৰ অৰ্পণ কৰা হৈছে।

মঙলবাৰে আবেলি বিধায়ক আৱাসৰ আলোচনাকক্ষত অনুষ্ঠিত এইছ এছ পি ডি পিৰ এখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত লোৱা হয়।

Apply Now

দলীয় সভাপতিৰ পদত্যাগপত্ৰ গ্ৰহণ কৰাৰ উপৰিও দলটোৱে নেশ্যনেল পিপ্‌ল’ছ পাৰ্টিৰ নেতৃত্বাধীন মেঘালয় ডেমক্ৰেটিক এলায়েন্সৰ চৰকাৰক সমৰ্থন কৰি যাব।

মাৰ্চৰ ৬ তাৰিখে বাছাইয়াওমইটে এইছ এছ পি ডি পিৰ পৰাজয়আৰু দলটোৰ দুজন বিধায়কক এম ডি এ চৰকাৰক সমৰ্থন কৰাৰ পৰা বাৰণ কৰিব নোৱাৰাৰ নৈতিক দায়িত্ব কান্ধ পাতি লৈ সভাপতি পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

বাছাইয়াওমইটে কৈছিল যে নিজৰ দলীয় বিধায়কক নিয়ন্ত্ৰণ কৰিব নোৱাৰা দল এটাৰ নেতৃত্ব বহন কৰি থকাৰ কোনো অৰ্থ নাই।

পাংনিয়াঙে  প্ৰকাশ কৰিছে যে সভাখনত পভাপতিৰ পদত্যাগপত্ৰ গ্ৰহণ কৰা হৈছে আৰু দলীয় সংবিধান অনুসৰি উপ সভাপতিয়ে উপ সভাপতিয়ে ভাৰপ্ৰাপ্ত সভাপতিৰ কাৰ্যভাৰ গ্ৰহণ কৰিব।

তেওঁ আৰু প্ৰকাশ কৰিছে যে বিধানসভা নিৰ্বাচনত এইচ এছ পি ডি পিৰ পৰাজয়ৰ দায়িত্ব অকল সভাপতিয়ে নহয় প্ৰত্যেক নেতাই বহন কৰা উচিৎ।

পাংনিয়াাঙে আৰু কৈছে যে দলে বিশ্বাস কৰে যে দলৰ বিধায়ক দুজনে দলে উত্থাপন কৰা বিষয় বিষয়সমূহৰ ওপৰত আগ্ৰাধিকাৰ দি হে এম ডি এ চৰকাৰক সমৰ্থন সমৰ্থন কৰিব লাগে, অন্ধভাৱে নহয়।

তেওঁ আৰু কৈছে যে এইচ এছ পি ডি পিৰ দুজন বিধায়কে দলৰ বিষয়সমূহ চৰকাৰৰ ওচৰলৈ লৈ যাব আৰু আভ্যন্তৰিণ আনুজ্ঞাপত্ৰৰ (inner-line permit) ব্যৱস্থাকৰণ, অসমৰ সৈতে সীমা বিবাদ নিষ্পত্তি কৰা আৰু প্ৰস্তাৱিত ইউৰেনিয়াম খননৰ অনুমতি নিদিয়া ইত্যাদি বিষয় প্ৰৱৰ্তন কৰাৰ বাবে যুদ্ধ কৰি যাব।

এইচ এছ পি ডি পিৰ দুজন বিধায়ক ৰেনিকটন লিংডো তংখাৰ আৰু ছামলিন মালগিং। ছামলিন মালগিঙ হৈছে এম ডি এ চৰকাৰৰ জনস্বাস্থ্য অভিযান্ত্ৰিক বিভাগৰ মন্ত্ৰী।

তংখাৰে আৰু কৈছে যে এম ডি এ চৰকাৰৰ সমূহীয়া নিম্নতম কাৰ্যসূচী প্ৰৱৰ্তন কৰাৰ বাবে উত্থাপন কৰা হ’ব আৰু ইয়াত বিভিন্ন দলৰ বিষয়সমূহ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হ’ব।

তংখুৰে কৈছে যে মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ নেতৃত্বত সমূহীয়া নিম্নতম কাৰ্যসূচীৰ ওপৰত এখন এম ডি এ কমিটী গঠন কৰা হৈছে আৰু ইউ ডি পিৰ প্ৰবীন নেতা আৰু প্ৰাক্তন উপ মুখ্যমন্ত্ৰী বিন্দো এ লানঙৰ নেতৃত্বত এখন উপ কমিটী গঠন কৰি মৰ্চা চৰকাৰক সমৰ্থন দিয়া সকলো দলৰে এখন সমূহীয়া নিম্নতম কাৰ্যসূচীৰ খছৰা প্ৰস্তুত কৰি থকা হৈছে। অতি শীঘ্ৰেই এম ডি এ চৰকাৰে এখন সমূহীয়া নিম্নতম কাৰ্যসূচী লাভ কৰিব বুলি তংখুৰ আশাবাদী।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd