• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিচপুৰত ধৰ্ণাত বহিল সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থা : অসমত মাদ্ৰাছা বিশ্ববিদ্যালয় স্থাপনৰ দাবী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 7, 2018 1:23 pm
AMSA
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সৰ্বানন্দ সোণোৱাল চৰকাৰৰ বাজেট অধিৱেশন চলি থকাৰ সময়তে আজি সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাই দিচপুৰ লাষ্টগেইটত বিভিন্ন দাবী উত্থাপন কৰি অৱস্থান ধৰ্মঘট কৰে। সংগঠনটোৰ নেতৃবৃন্দই অসমত এখন মাদ্ৰাছা বিশ্ববিদ্যালয় স্থাপনকে ধৰি ৮টা দাবীৰে এই অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী হাতত লোৱা বুলি সংগঠনটোৰ পৰা এন ই নাওক জনায়।

তেওঁলোকে মাদ্ৰাছাসমূহক প্ৰাদেশিকীকৰণ, মাদ্ৰাছাৰ খালী পদসমূহত নিযুক্ত, মাদ্ৰাছা ব’ৰ্ডৰ সঞ্চালক নিযুক্তি, কামৰূপ জিলা আমছাৰ সাধাৰণ সম্পাদক বাহাৰ আলীৰ হত্যাকাণ্ডৰ চি বি আই তদন্তৰ দাবী, মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীসকলক হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হ’লে আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা, মাদ্ৰাছাসমূহৰ বাৰ্ষিক আলোচনী প্ৰকাশৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰা আৰু মাদ্ৰাছাৰ সাপ্তাহিক ছুটীৰ দিন শুক্ৰবাৰ ধাৰ্য্য কৰাৰ দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

Apply Now

সংগঠনটোৰ সদস্যসকলে হাতে-হাতে প্লে-কাৰ্ড লৈ সৰ্বানন্দ সোণোৱাল হুচিয়াৰ, ড০ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, আমাৰ দাবী মানিবই লাগিব ইত্যাদি শ্ল’গানেৰে দিচপুৰৰ লাষ্টগেইট কঁপাই তোলে।

সংগঠনৰ ৰাজ্যিক সভাপতি ৱাহিদুৰ জামানে নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়া মতে মাদ্ৰাছাৰ বহুতো ছাত্ৰ-ছাত্ৰী উচ্চ শিক্ষা লাভ কৰিবৰ বাবে বহিঃৰাজ্যলৈ যাবলগীয়া হৈছে। সেই হেতুকে ধৰ্মীয় সংখ্যালঘুসকলৰ উন্নয়নৰ স্বাৰ্থত অসমত উন্নত শিক্ষাৰ বাবে এখন বিশ্ববিদ্যালয় স্থাপন কৰিব লাগে বুলি তেওঁ অসম চৰকাৰক দাবী জনায়।

তদুপৰি তেওঁ অসমৰ মাদ্ৰাছাসমূহত শিক্ষকৰ সংখ্যা কম বুলি অভিযোগ কৰি কয়, ‘বৰ্তমান অসমৰ মাদ্ৰাছাসমূহত শিক্ষকৰ সংখ্যা তেনেই নগণ্য। একো একোখন মাদ্ৰাছাত ৪০০-৫০০ শিক্ষাৰ্থীৰ বিপৰীতে ২জন শিক্ষকে পাঠদান কৰিব লগীয়া হৈছে। সেয়েহে তেওঁ অনতি পলমে মাদ্ৰাছাসমূহত শিক্ষক নিযুক্তিৰ দাবী জনোৱাৰ লগতে মাদ্ৰাছা সমূহ প্ৰাদেশীকৰণ কৰিবৰ বাবে আহ্বান জনায়।

ইয়াৰ উপৰি সংঠনৰ সভাপতিগৰাকীয়ে চৰকাৰে কৰ্তন কৰি দিয়া মাদ্ৰাছা শিক্ষা উন্নয়ন ব’ৰ্ড পুনৰ গঠন কৰি তাত সঞ্চালক নিয়োগ কৰাৰ বাবে চৰকাৰৰ শিক্ষা বিভাগক আহ্বান জনায়।

বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছতে অসমৰ আমছা কৰ্মী সকলৰ ওপৰত অত্যাচাৰ কৰাৰ লগতে প্ৰাণে মৰাৰ ভাবুকি অহাৰ অভিযোগ তুলি তেওঁ কয় ‘অতি সোনকালে কামৰূপ জিলা আমছাৰ সাধাৰণ সম্পাদক বাহাৰ আলীৰ হত্যাৰ চি বি আই তদন্ত দাবী জনাইছো। লগতে আমছাৰ কৰ্মীৰ ওপৰত চলি থকা অত্যাচাৰ বন্ধ কৰিব লাগে।’

সংগঠনটোৰ ৰাজ্যিক সভাপতি ৱাহিদুৰ জামান, কাৰ্য্যকৰী সভাপতি হাফিজ চৈয়দ আহমেদ মজুমদাৰকে ধৰি প্ৰায় ১০০ আমছা কৰ্মীয়ে এই অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে।

ইয়াৰ উপৰি তেওঁলোকে জানিবলৈ দিয়া মতে অৱস্থান ধৰ্মঘটৰ অন্তত তেওঁলোকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি উল্লিখিত দাবীকেইটাৰে এখন স্মাৰক পত্ৰ প্ৰদান কৰিব।

তেওঁলোকে লগতে কয় যে যদি ৰাজ্য চৰকাৰে কোনো ব্যৱস্থা নলয়, তেন্তে দিল্লীত গৈ তেওঁলোকে প্ৰতিবাদ কৰিব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd