• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দ্বিতীয়- পঞ্চম স্থান দখল কৰি পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীলৈ গৌৰৱ কঢ়িয়ালে অবিনাশ- নিবিড়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 25, 2018 12:46 pm
ATTACHMENT
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদ্যঘোষিত হাইস্কুল- হাইমাদ্ৰাজা পৰীক্ষাৰ ফলাফলত সাফল্যৰ ধাৰা অব্যাহত ৰাখি পুনৰ উজলি উঠিবলৈ সক্ষম হ’ল পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমী। ঘোষিত ফলাফল অনুসৰি বিদ্যালয়খনৰ দুই ছাত্ৰ অবিনাশ কলিতা আৰু নিবিড় ডেকা ক্ৰমে দ্বিতীয়- পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে সৰুৰে পৰা মেধাৰ পৰিচয় দি অহা অবিনাশ কলিতা আৰু নিবিড় ডেকাই আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ক্ৰমে দ্বিতীয় আৰু পঞ্চম স্থান লাভ কৰি বজালীলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে। ঘোষিত ফলাফল অনুযায়ী অবিনাশে লাভ কৰিছে মুঠ ৫৯২ নম্বৰ। নিবিড়ে লাভ কৰিছে ৫৮৯ নম্বৰ।

Apply Now

এই ফলাফল লাভৰ পাছতে উৎফুল্লিত হৈ পৰিছে একাডেমীখনৰ ৰেক্টৰ ড: ৰঞ্জিত ডেকা। ড: ডেকাই অবিনাশ কলিতা আৰু নিবিড় ডেকাৰ স্থান লাভত উৎফুল্লিত হোৱা বুলি মন্তব্য কৰি একাডেমীখনৰ সমূহ সফল ছাত্ৰ-ছাত্ৰীক শুভেচ্ছা জ্ঞাপন কৰে। শিক্ষক-শিক্ষয়িত্ৰীসকলৰ নিৰৱিচ্ছিন্ন প্ৰয়াসৰ বাবে এই ফলাফল সম্ভৱ হোৱা বুলি মন্তব্য কৰে ৰেক্টৰগৰাকীয়ে।

একাডেমীখনৰ এই সফলতাত আনন্দ প্ৰকাশ কৰিছে বজালীবাসীয়ে। এয়া সমগ্ৰ বজালীৰ বাবে আনন্দৰ ক্ষণ বুলি সকলোৱে মন্তব্য কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ ইংলে পথাৰ কাণ্ড: ৰাজ্য চৰকাৰৰ লগতে অতুল বৰা, অখিল গগৈ আৰু আটচাক তীব্ৰ সমালোচনা জীপালৰ

কাজিৰঙাৰ ইংলে পথাৰ কাণ্ড: ৰাজ্য চৰকাৰৰ লগতে অতুল বৰা, অখিল গগৈ আৰু আটচাক তীব্ৰ সমালোচনা জীপালৰ

July 14, 2026 4:21 pm
ফ্ৰান্সৰ প্ৰশিক্ষকে মুকলিকৈ ক’লে যে ছেমি ফাইনেলত স্পেইনেই ফেভাৰিট

ফ্ৰান্সৰ প্ৰশিক্ষকে মুকলিকৈ ক’লে যে ছেমি ফাইনেলত স্পেইনেই ফেভাৰিট

July 14, 2026 3:21 pm
বিধানসভাত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা: দুবছৰত বাংলাদেশলৈ বিতাড়ন ১৯৩ গৰাকী বিদেশী ঘোষিত ব্যক্তি আৰু ১৬৭৯ অবৈধ অনুপ্ৰৱেশকাৰী

বিধানসভাত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা: দুবছৰত বাংলাদেশলৈ বিতাড়ন ১৯৩ গৰাকী বিদেশী ঘোষিত ব্যক্তি আৰু ১৬৭৯ অবৈধ অনুপ্ৰৱেশকাৰী

July 14, 2026 3:08 pm
গাখীৰত ডিটাৰজেন্ট, পাম অইল! ৬ মাহত কোটি কোটি লিটাৰ বিক্ৰী; গুৰুতৰ ক্ষতি হ’ব পাৰে লিভাৰ-কিডনিৰ

গাখীৰত ডিটাৰজেন্ট, পাম অইল! ৬ মাহত কোটি কোটি লিটাৰ বিক্ৰী; গুৰুতৰ ক্ষতি হ’ব পাৰে লিভাৰ-কিডনিৰ

July 14, 2026 2:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ ইংলে পথাৰ কাণ্ড: ৰাজ্য চৰকাৰৰ লগতে অতুল বৰা, অখিল গগৈ আৰু আটচাক তীব্ৰ সমালোচনা জীপালৰ

কাজিৰঙাৰ ইংলে পথাৰ কাণ্ড: ৰাজ্য চৰকাৰৰ লগতে অতুল বৰা, অখিল গগৈ আৰু আটচাক তীব্ৰ সমালোচনা জীপালৰ

July 14, 2026 4:21 pm
ফ্ৰান্সৰ প্ৰশিক্ষকে মুকলিকৈ ক’লে যে ছেমি ফাইনেলত স্পেইনেই ফেভাৰিট

ফ্ৰান্সৰ প্ৰশিক্ষকে মুকলিকৈ ক’লে যে ছেমি ফাইনেলত স্পেইনেই ফেভাৰিট

July 14, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd