• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দৰমহা আসোঁৱাহ নিৰাময় সমিতিৰ প্ৰতিবেদন ৰাজহুৱাৰ দাবী প্ৰাথমিক শিক্ষক সন্মিলনীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 9, 2018 2:05 pm
teachers
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰে প্ৰাথমিক শিক্ষকসকলৰ দৰমহাকেন্দ্ৰিক আসোঁৱাহ সমূহ দূৰ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰা পৰিলক্ষিত হৈছে প্ৰাথমিক শিক্ষক সন্মিলনী। সেয়েহে সন্মীলনীয়ে দৰমহা আসোঁৱাহ নিৰাময় সমিতিয়ে দাখিল কৰা প্ৰতিবেদন ৰাজ্য চৰকাৰক শীঘ্ৰে ৰাজহুৱা কৰিবলৈ দাবী উহ্থাপন কৰিছে।

উল্লেখ্য যে দেওবাৰে চানমাৰিস্থিত সন্মিলনীৰ মুখ্য কাৰ্যালয় শিক্ষক ভৱনত অনুষ্ঠিত কৰ্ম পৰিষদৰ সভাত এই সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত লোৱা হয়। সভাত ৰাজ্য চৰকাৰে শিক্ষকসকলৰ দাবী সমূহ পূৰণ নকৰিলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ দিয়ে।

Apply Now

এক বিবৃতিত সন্মিলনীৰ সভাপতি জীৱন চন্দ্ৰ বৰা আৰু প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে সদৰী কৰে যে সাত দিনৰ ভিতৰত প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবীৰে মুখ্য মন্ত্ৰীক তেওঁলোকে স্মাৰক-পত্ৰ প্ৰদান কৰে।

আনহাতে যদিহে মুখ্য মন্ত্ৰীয়ে এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অহা ১৭ এপ্ৰিলত পুনৰ সাত দিনৰ সময়সীমা বান্ধি দি পুনৰ স্মাৰক-পত্ৰ ৰাজ্যপালক দাখিল কৰিব। ইয়াৰ পাছত ৰাজ্যপালেও এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ’লে  অহা ২৮ এপ্ৰিলত প্ৰথমিক শিক্ষকসকলে ৰাজভৱনৰ সন্মুখত পুনৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিব।

ইপিনে, বিদ্যালয়সমূহত শিক্ষকৰ উপস্থিতি নিৰূপণৰ বাবে স্থাপন কৰা পাঞ্চিং মেচিন শিক্ষা বিষয়াৰ কাৰ্যালয়সমূহতো স্থাপন কৰিবলৈ শিক্ষক সন্মিলনীয়ে দাবী উহ্থাপন কৰে। ইয়াৰোপৰি শেহতীয়াভাৱে শিক্ষক নিযুক্তিৰ বাবে দিয়া বিজ্ঞাপনত বয়সৰ উৰ্ধ্ব সীমা ৩৮ বছৰৰ পৰা ৪৪ বছৰলৈ বৃদ্ধি কৰিবলৈ দাবী উহ্থাপন কৰিছে সংগঠনটোৱে।

আনহাতে অভিজ্ঞতাৰ বাবে নম্বৰ দিয়া  নীতি পূৰ্বৰ দৰেই প্ৰযোজ্য কৰাৰ দাবীৰে শিক্ষামন্ত্ৰী আৰু শিক্ষা আয়ুক্তক অহা ১০ এপ্ৰিলত স্মাৰক-পত্ৰ প্ৰদান কৰিব শিক্ষক সন্মিলনীয়ে।

স্মৰ্তব্য যে শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ তিনি মাহ পাছতো শৈক্ষিক দিনপঞ্জী বিদ্যালয়সমূহে লাভ নকৰাৰ অভিযোগ উহ্থাপন কৰি শীঘ্ৰে দিনপঞ্জী প্ৰদানৰ ব্যৱস্থা কৰিবৰ বাবে দাবী জনায় প্ৰাথমিক শিক্ষক সন্মিলনীয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd