• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

ধীৰাজ সিঙৰ প্ৰথমদিনাৰ অনুশীলনক লৈ সন্তুষ্টি প্ৰকাশ মাডাৰৱেল এফ চি দলৰ বিষয়ববীয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
February 9, 2018 2:00 pm
17 years old Indian goalkeeper Dhiraj file picture

ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধীৰাজ সিঙ মৈৰাঙঠেমে স্কটিছ প্ৰিমিয়াৰশ্বীপৰ ক্লাব মাডাৰৱেল এফ চি দলৰ বাচনি শিবিৰৰ বাবে অনুশীলনত অংশগ্ৰহণ কৰা দেখা গ’ল বৃহস্পতিবাৰে। প্ৰথম দিনৰ অনুশীলনত ১৭ বছৰীয়া ভাৰতীয় গ’লৰক্ষক ধীৰাজ সিঙৰ প্ৰদৰ্শনত সন্তুষ্টি প্ৰকাশ কৰা দেখা গ’ল ক্লাবটোৰ মুখ্য পৰিচালন অধিকাৰী তথা নিৰ্দেশক এলেন ব্যুৰোৱে। এটা টুইট যোগে এলেন ব্যুৰোৱে এই কথা জানিবলৈ দিয়ে।

উল্লেখ্য যে স্কটলেণ্ডৰ এই ক্লাবটোৰ সৈতে ধীৰাজে তিনি সপ্তাহৰ বাচনি শিবিৰত প্ৰশিক্ষণ গ্ৰহণ কৰিব। ১৭ অনুৰ্ধ ফুটবল বিশ্বকাপত ভাৰতীয় দলৰ হৈ গ’লৰক্ষকৰ দায়িত্ব গ্ৰহণ কৰা ধীৰাজে প্ৰতিযোগিতাখনত উন্নতমানৰ প্ৰদৰ্শন দাঙি ধৰাৰ ফলতেই স্কটিছ প্ৰিমিয়াৰশ্বীপৰ ক্লাব মাডাৰৱেল এফ চি দলে বাচনি শিবিৰলৈ আমন্ত্ৰণ জনাইছিল। সেই উদ্দেশ্যে ভাৰতীয় ফুটবলাৰগৰাকীয়ে ৭ ফেব্ৰুৱাৰিৰ দিনা স্কটলেণ্ডলৈ ৰাওনা হৈছিল।

Apply Now

স্কটলেণ্ডলৈ যোৱাৰ পূৰ্বে ধীৰাজে আই লীগ প্ৰতিযোগিতাত ইণ্ডিয়ান এৰোজ দলৰ হৈ অংশগ্ৰহণ কৰিছিল। দলটোৰ সৈতে চুক্তি উকলি যোৱাৰ পিছত খেলুৱৈগৰাকীয়ে আই এছ এলৰ কেৰেলা ব্লাষ্টাৰ্ছ দলৰ হৈও অনুশীলনত অংশ লোৱা পৰিলক্ষিত হৈছিল। ইয়াৰ পিছতে ধীৰাজে বিদেশত খেলা সুযোগ লাভ কৰাত স্কটলেণ্ডলৈ ৰাওনা হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

স্কটলেণ্ডত উপস্থিত হৈয়ে ধীৰাজে বৃহস্পতিবাৰৰ পৰা মাডাৰৱেল এফ চি দলৰ খেলুৱৈ সকলৰ লগত অনুশীলনত ব্যস্ত হৈ পৰা পৰিলক্ষিত হয়।

প্ৰথম দিনৰ অনুশীলনৰ অন্তত টুইট যোগে এলেন ব্যুৰোৱে এই কথা জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে ধীৰাজে সম্পূৰ্ণ নিজৰ প্ৰতিভাৰ বলেৰে আমাৰ দলৰ বাচনি শিবিৰলৈ আমন্ত্ৰিত হৈছে। যদিহে ধীৰাজে নিজৰ প্ৰতিভা সম্পূৰ্ণৰূপে অনুশীলনত প্ৰতিফলিত কৰিব পাৰে তেন্তে আমি নিশ্চয় তেওঁক আমাৰ দলৰ লগত চুক্তিবদ্ধ কৰিম।

সকলো ঠিকে ঠাকেই থাকিলে ভাৰতীয় গ’লকীপাৰ ধীৰাজে ক্লাবটোৰ সৈতে চুক্তিবদ্ধ হ’বলৈ এইবছৰৰে জুন মাহলৈ অপেক্ষা কৰিব লাগিব। কিয়নো ১৮ বছৰ নোহোৱাকৈ কোনো খেলুৱৈয়ে আন্তঃৰাষ্ট্ৰীয় ক্লাবত চুক্তিবদ্ধ হ’ব নোৱাৰে।

ধীৰাজ সিঙৰ এই বিদেশী ক্লাবৰ যাত্ৰাত সমগ্ৰ ভাৰতীয় ফুটবল প্ৰেমীয়ে যথেষ্ট আশা প্ৰকাশ কৰিছে। এন ই নাওৰ তৰফৰ পৰাও ১৭ বছৰীয়া মণিপুৰৰ গ’লৰক্ষক গৰাকীলৈ যাচিছো অলেখ শুভেচ্ছা।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd