• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ধোঁৱাচাঙত’ প্ৰধান মন্ত্ৰী মোদীৰ জন ঔষধি আঁচনি; ৰোগীয়ে বিচাৰে সস্তা জেনেৰিক ঔষধ, গুৱাহাটীৰ ফাৰ্মাচিত নাই যোগান

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 1, 2018 10:59 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশবাসী বিশেষকৈ দুখীয়াসকলৰ বাবে অত্যাৱশ্যকীয় দৰৱ সুলভ কৰি তোলাৰ প্ৰতিশ্ৰুতিৰে আৰম্ভ কৰা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উচ্চাকাংক্ষী আঁচনি ‘জন ঔষধি যোজনা’ ধোঁৱাচাঙত উঠাৰ অভিযোগ উত্থাপিত হৈছে।

জেনেৰিক দৰৱ যোগানৰ বাবে গুৱাহাটীৰ উইনট্ৰব হস্পিটেলত যোৱা ডিচেম্বৰ মাহৰ পৰা খোলা ফাৰ্মাচিখনত যোৱা এমাহ ধৰি কোনো জেনেৰিক দৰৱ যোগান ধৰা হোৱা নাই বুলি এন ই নাও-ৰ সৈতে হোৱা কথা-বাৰ্তাত জানিবলৈ দিছে চিকিৎসালয়খনত কৰ্মৰত ডাঃ ত্ৰিদীৱ বৰুৱাই।

Apply Now

কেন্দ্ৰীয় চৰকাৰৰ ৰসায়ন আৰু সাৰ মন্ত্ৰ্যালয়ৰ অধীনত আৰম্ভ কৰা এই জন ঔষধি যোজনা অনুসৰি প্ৰতিখন ৰাজ্যত ৰাজ্য আৰু কেন্দ্ৰীয় দুয়ো চৰকাৰৰ যৌথ তদাৰকীত দৰৱ যোগানকে ধৰি সকলো দিশ নিয়ন্ত্ৰণ হয়।

উল্লেখযোগ্য যে ফাৰ্মাচিখনৰ ফাৰ্মাচিষ্ট ৰিদীপ শৰ্মাই জানিবলৈ দিয়া মতে সাধাৰণ ফাৰ্মাচিত ১০০ টকা মূল্যৰ কোনোটো দৰৱ সুলভ মূল্যৰ ফাৰ্মাচিখনত আনকি ১৫ৰ পৰা ২০ টকাতো উপলব্ধ হয়।

সুলভ হোৱা বাবে বহু ৰোগীয়ে বৰ্তমান এই জেনেৰিক ঔষধহে বিচৰাৰ বিপৰীতে দৰৱসমূহ উপলব্ধ নোহোৱা বাবে ‘হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে’ বুলি উল্লেখ কৰি ডাঃ বৰুৱাই কয় যে ‘যদি ৰোগীক সুলভ মূল্যত ঔষধৰ যোগান ধৰিব নোৱাৰে তেন্তে এনে আঁচনি চৰকাৰে গ্ৰহণ কৰিব নালাগিছিল।’

ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰিলৈকে ঔষধৰ যোগান সঠিকভাৱেই হৈ আছিল, কিন্তু মাৰ্চৰ আৰম্ভণিৰে পৰা তেওঁলোকে কোনোধৰণৰ ঔষধ লাভ কৰা নাই বুলি নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত ডাঃ বৰুৱাই জনায়।

তদুপৰি ‘চৰকাৰে প্ৰায় ৬০০ বিধ ঔষধৰ যোগান ধৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও বৰ্তমান মাত্ৰ ১০০ বিধমান ঔষধহে যোগান ধৰিছে। উদাহৰণস্বৰূপে পেটৰ ৰোগ, ডায়েবেটিছ, জ্বৰ, কাঁহ আদি বেছিকৈ হোৱা ৰোগৰ ঔষধ পৰ্য্যাপ্ত পৰিমাণত থাকিব লাগিছিল যদিও সেয়া বৰ্তমান আমাৰ ফাৰ্মাচিত পোৱা নাযায়‘ বুলিও চিকিৎসকজনে জানিবলৈ দিয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd