• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁৱত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে মাছৰ অৱস্থান ধৰ্মঘট

মিণ্টু দাস by মিণ্টু দাস
June 14, 2018 7:52 pm
97a4eb2d-32e8-42ca-9cab-50a537f08ec5
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

”বিজেপি দলে জাতি-মাটি-ভেটি ৰক্ষাৰ নামত চৰকাৰ গঠন কৰিলেও চৰকাৰখনে অসমীয়াৰ ভৱিষ্যতৰ  প্ৰতি ভাবুকি সৃষ্টি কৰি আহিছে। দলটোৱে জাতিধ্বংসী বিধেয়কখন আইনত পৰিণত কৰি হিন্দু বাংলাদেশীৰ বাবে ৰঙা দলিছা পাৰিব বিচাৰিছে। ইয়ে অসমীয়াৰ অস্তিত্বত আঘাত হানিব।” আজি মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু নগাঁৱৰ বিভিন্ন দল সংগঠন তথা অগ্ৰণী অনুষ্ঠান-প্ৰতিষ্ঠানৰ সহযোগত আয়োজিত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদী ৰাইজে এই মন্তব্য কৰে।

প্ৰতিবাদকাৰীসকলে জাতিধ্বংসী বিধেয়ক প্ৰত্যাহাৰ কৰক, অসম চৰকাৰ হায় হায়, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী হুচিয়াৰ, বিজেপি মুৰ্দাবাদ আদি ধ্বনিৰে নগাঁৱৰ আকাশ-বতাহ কঁ‌পাই তুলি  বিধেয়কখন শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়।

Apply Now

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা ৰাইজে দিল্লী-দিছপুৰৰ লগতে অসম বিৰোধী চক্ৰৰ ষড়যন্ত্ৰ প্ৰতিহত কৰিব পৰাকৈ অসমীয়া জাতি সাজু বুলি কয়। তেওঁলোকে আৰু কয় যে শীঘ্ৰে জাতিধ্বংসী এই  বিধেয়কখন বাতিল কৰক। অসমৰ খিলঞ্জীয়া ৰাইজৰ পক্ষত থাকি চৰকাৰে কাম কৰিব লাগিব। অন্যথা অনাগত দিনত পৰিস্থিতি অধিক ভয়ংকৰ হ’ব। জাতীয় নায়ক সোণোৱালৰ চৰকাৰখনে এই ক্ষেত্ৰত সঠিক পদক্ষেপ গ্ৰহণ নকৰিলে, অসমীয়াই অদূৰ ভৱিষ্যতে ভয়াবহ আন্দোলন গঢ়ি তুলিব।

আনহাতে এই বিধেয়কখনৰ বিৰোধিতা কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে বিধেয়ক খনৰ জৰিয়তে ভাৰতবৰ্ষৰ পবিত্ৰ সংবিধানৰ সমতা আৰু ধৰ্ম নিৰপেক্ষতাক সম্পূৰ্ণৰূপে জলাঞ্জলি দি ধৰ্মৰ ভিত্তিত বহিঃৰাষ্ট্ৰৰ পৰা লক্ষ লক্ষ বিদেশীক নাগৰিকত্ব প্ৰদানৰ যি চক্ৰান্তমূলক অভিসন্ধি ৰচনা কৰিছে, তাৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হ’ব উত্তৰ পূৰ্বা়ঞ্চল তথা অসম আৰু অসমীয়া।

মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ নগাঁও জিলা সভাপতি বৈকুণ্ঠ শইকীয়াৰ সঞ্চালনাত তথা মাছৰ জিলা সচিব বোধেন বৰাই আঁ‌ত ধৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত মাছৰ সহকাৰী সম্পাদক লক্ষী ডেকা, নগাঁও জিলা ট্ৰাইবেল সংঘ, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কোঁ‌চ ৰাজবংশী সন্মিলনী, কাৰ্বি ছাত্ৰ সন্থা, আদিবাসী মহাসংঘ, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, প্ৰাক্তন আলফা ঐক্য মঞ্চ, তিৱা ছাত্ৰ সন্থা, সাংবাদিক সন্থা, কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ জিলা পৰ্যায়ৰ প্ৰতিনিধি বৰ্গ উপস্থিত থাকি বিধেয়কখনৰ বিৰোধিতাৰে ভাষণ প্ৰদান কৰে।

উল্লেখ্য যে আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে কাৰ্বি আংলঙৰ ডকমকাত নৃশংসতাৰ বলি হৈ মৃত্যু বৰণ কৰা দুই প্ৰতিভাধৰ যুৱক নীল-অভিৰ আত্মাৰ সদ্গতি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰাৰ লগতে কাৰ্যসূচীৰ অন্তত বিধেয়কখন বাতিলৰ দাবীত জিলা উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতি আৰু সংসদীয় সমিতিৰ অধ্যক্ষলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd