• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নলবাৰীত বিজেপিৰ কাৰ্যনিৰ্বাহকৰ মাজতে আছু, যুৱ-ছাত্ৰৰ প্ৰতিবাদ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 20, 2018 7:29 am
19-05-18 Nalbari- aasu protest (4)

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত নলবাৰী জিলা আছুৰ প্ৰতিবাদ। ফটো: ইউ বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নলবাৰীত বিজেপিৰ কাৰ্যনিৰ্বাহক সভা চলি থকাৰ মাজতে শনিবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আছু আৰু যুৱ-ছাত্ৰ পৰিষদে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কাৰ্যনিৰ্বাহক সভাতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ দাবী তোলে।

বিজেপিৰ কাৰ্যনিৰ্বাহক সভা চলি থকা স্থানৰ কিছু নিলগত নলবাৰী থানাৰ সমীপত ৰাজপথতে নলবাৰী জিলা ছাত্ৰ সন্থাৰ কেইবাশ কৰ্মীয়ে বিধেয়কখনৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে।

Apply Now

ছাত্ৰ সন্থাৰ কৰ্মীসকলে নলবাৰীৰ শ্বহীদ ভৱনৰ পৰা সমদল কৰি গৰ্ডন খেলপথাৰ অভিমুখে আগবাঢ়ি যাওঁতে পল্লা ৰোডত আৰক্ষীয়ে বাধা দিয়াত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হেঁচা-ঠেলা আৰম্ভ হয়। আৰক্ষীৰ তীব্ৰ বাধাৰ পিছত প্ৰতিবাদকাৰীসকলে ৰাজপথতে আৰক্ষীৰ সন্মুখতে বিধেয়কখনৰ প্ৰতিলিপি দাহ কৰে।

আছুৰ প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলীত ‘নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক,’ ‘সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ,’ ‘বিজেপি মুৰ্দাবাদ,’ ‘নৰেন্দ্ৰ মোডী মুৰ্দাবাদ,’  ‘বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া নচলিব,’ আদি শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে।

প্ৰতিবাদৰ ফলত পৰিস্থিতি উত্তপ্ত হৈ পৰাত জিলা উপায়ুক্ত সঞ্জীৱ কুমাৰ দাস, আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াকে ধৰি বহু সংখ্যক আৰক্ষীৰ লোক প্ৰতিবাদস্থলীত উপস্থিত হয়।

প্ৰতিবাদস্থলীতে ভাষণ দি নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠকে কয় যে অসমৰ জাতীয় নায়ক সৰ্বানন্দ সোণোৱালে নলবাৰীৰ কাৰ্যনিৰ্বাহক সভাতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ সিদ্ধান্ত লৈ জাতীয় প্ৰেমৰ পৰিচয় দিয়ক।

আনহাতে, শনিবাৰেই নলবাৰী জিলা জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে নিজৰ কাৰ্যালয়তে আঠ ঘন্টীয়া অনশন কাৰ্যসূচী পালন কৰে। পৰিষদৰ জিলা সমিতিয়ে কয় যে ‘চৰকাৰীভাৱে অসম চুক্তি ৰূপায়ন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি থকাৰ সময়তে যুটীয়া সংসদীয় সমিতিৰ অসম ভ্ৰমণ আৰু মতামত গ্ৰহণ প্ৰক্ৰিয়া গভীৰ ষড়যন্ত্ৰমূলক।

অসমৰ পৰা বিদেশী বহিস্কাৰ কৰাটো চৰকাৰৰ প্ৰধান দায়িত্ব বুলি উল্লেখ কৰি পৰিষদে জাতীয় নায়কৰ নেতৃত্বৰ চৰকাৰখনক সংবিধান প্ৰদত্ত দায়িত্ব পালন কৰাৰ বাবে আহ্বান জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গক মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধি প্ৰদানৰ সিদ্ধান্ত অসম সাহিত্য সভাৰ

জুবিন গাৰ্গক মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধি প্ৰদানৰ সিদ্ধান্ত অসম সাহিত্য সভাৰ

July 12, 2026 9:15 pm
প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

July 12, 2026 8:22 pm
গুৱাহাটীত পুনৰ কৃত্ৰিম বানৰ সংহাৰ! নেৰানেপেৰা বৰষুণত জলমগ্ন গুৱাহাটীৰ একাধিক প্ৰান্ত;

গুৱাহাটীত পুনৰ কৃত্ৰিম বানৰ সংহাৰ! নেৰানেপেৰা বৰষুণত জলমগ্ন গুৱাহাটীৰ একাধিক প্ৰান্ত;

July 12, 2026 7:45 pm
সাজেই-দগাঁও চ’কত ‘ৰিতুৰাজ আই কেয়াৰ’ আনুষ্ঠানিকভাৱে উদ্বোধন

সাজেই-দগাঁও চ’কত ‘ৰিতুৰাজ আই কেয়াৰ’ আনুষ্ঠানিকভাৱে উদ্বোধন

July 12, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গক মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধি প্ৰদানৰ সিদ্ধান্ত অসম সাহিত্য সভাৰ

জুবিন গাৰ্গক মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধি প্ৰদানৰ সিদ্ধান্ত অসম সাহিত্য সভাৰ

July 12, 2026 9:15 pm
প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

July 12, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd