• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব নাগালেণ্ড

নাগালেণ্ডত দলৰ হৈ নীতিশ কুমাৰে প্ৰচাৰ চলোৱাৰ সম্ভাৱনা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 10, 2018 9:21 pm
nitish
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিখনকৈ ৰাজ্যৰ নিৰ্বাচন আহি থকা উত্তৰ-পূবত বিভিন্ন ৰাষ্ট্ৰীয়, আঞ্চলিক দলৰ নেতাৰ ভিৰ দেখা পোৱা গৈছে। অহা ১৮ ফেব্ৰুৱাৰিত ত্ৰিপুৰাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছত নাগালেণ্ড আৰু মেঘালয়ত এই ভিৰ অধিক দেখা পোৱাৰ সম্ভাৱনা আছে। মেঘালয়ত ইতিমধ্যে কেইবাজনো ৰাষ্ট্ৰীয় নেতাই ভ্ৰমণ কৰি গৈছে। ইয়াৰ বিপৰীতে অলপ দিনৰ আগলৈকে নিৰ্বাচন অনুষ্ঠিত হোৱা-নোহোৱাৰ অনিশ্চয়তাত থকা নাগালেণ্ডত কিছু বিলম্বিত উপস্থিতি চকুত পৰে।

কিন্তু এটা সূত্ৰৰ পৰা জানিব পৰা গৈছে যে খুব সোনকালেই ৰাজ্যখন ভ্ৰমণ কৰিব ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ কেইবাজনো উল্লেখযোগ্য নেতাই। সূত্ৰটোৱে কোৱা মতে জনতা দল (য়ুনাইটেড)ৰ হৈ প্ৰচাৰ চলাবলৈ বিহাৰৰ মুখ্য মন্ত্ৰী নীতিশ কুমাৰ ৰাজ্যখনলৈ অহাৰ সম্ভাৱনা আছে। নীতিশ কুমাৰৰ বাদেও দলটোৰ আন ভালেকেইজন উল্লেখযোগ্য নেতাই ৰাজ্যখনত অলপতে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাৰ কথা। ইয়াৰ মাজত আছে সাংসদ আৰ চি পি সিং, দলটোৰ সাধাৰণ সম্পাদক কে চি ত্যাগী, দলটোৰ প্ৰাক্তন সাংসদ ৰাজীৱ ৰঞ্জন সিং, বিহাৰ চৰকাৰৰ জলসিঞ্চন মন্ত্ৰী আফাক আহমেদ খান, সঞ্জয় ঝা, অজয় আলোক, সঞ্জয় বাৰ্মা আদি।

Apply Now

উল্লেখযোগ্য যে দলটোৱে ৰাজ্যখনত আগন্তুক নিৰ্বাচনৰ বাবে ১৫ প্ৰাৰ্থী থিয় কৰাইছে।

আনহাতে দলটোৰ নাগালেণ্ড ৰাজ্যিক গোটে তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰৰ যোগেদি এই কথা প্ৰকাশ কৰিছে যে ই ৰাজ্যখনৰ প্ৰতিষ্ঠাপক পিতৃ স্বৰূপ নেতা জয়প্ৰকাশ নাৰায়ণৰ পদাংক অনুকৰণ কৰাৰ লগতে নাগা ৰাজনৈতিক সমস্যাৰ সন্মানীয় সমাধানৰ বাবে কৰা প্ৰয়াসৰ জৰিয়তে নাগাসকলৰ প্ৰতি তেওঁৰ ভালপোৱাক সন্মান জনাব।

ইয়াৰ লগতে ইস্তাহাৰত বিতৰ্কিত আফছপা (AFSPA) ৰাজ্যখনৰ পৰা প্ৰত্যাহাৰ কৰাটো গুৰুত্ব দিয়াৰ কথা কোৱা হৈছে। দলটোৰ ৰাজ্যিক সভাপতি ছেনচুমো লোথাই কয় যে জে ডি (য়ু)য়ে নিৰ্বাচনত ‘ন্যায়ৰ সৈতে বিকাশ’ মূল বক্তব্যৰ সৈতে অৱতীৰ্ণ হ’ব। সভাপতিজনে লগতে কয় যে দলটোৱে অকলে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ আঁৰত আছে ৰাজ্যখনত এটা সুকীয়া ধৰণ-কৰণৰ দলৰ স্থিতি প্ৰকাশ কৰা। দলটোৱে পৰিস্থিতি চাই নিৰ্বাচনোত্তৰ মিত্ৰতা কৰিব পাৰে বুলিও তেওঁ কয়

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd