• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব নাগালেণ্ড

নাগালেণ্ডৰ নতুন চৰকাৰে দাখিল কৰা মুঠ ১৮৩১৫.৭৬ কোটি টকাৰ প্ৰথমখন বাজেটত অনুমোদন

এন ই নাও নিউজ by এন ই নাও নিউজ
March 27, 2018 7:21 pm
Nagaland Assembly proceedings
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৱনিৰ্বাচিত নাগালেণ্ড চৰকাৰে আজি ইয়াৰ ত্ৰয়োদশ বিধানসভাৰ মজিয়াত প্ৰথমখন বাজেট পাছ কৰে। আজি বিত্ত বিভাগৰো দায়িত্বত থকা মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’ই ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাজেটখন দাখিল কৰে। কিন্তু ইয়াকে কৰিবলৈ যাওঁতে বিধানসভাৰ মজিয়াত প্ৰায় ১১ ঘণ্টীয়া বাজেট বিতৰ্ক হয়, যিটো সময়ৰ দিশেদি এটা অভিলেখ। পুৱা ১০.৩০ বজাৰ পৰা আৰম্ভ হোৱা বাজেট বিতৰ্ক ৰাতি ৯.৩০ বজাতহে অন্ত পৰে।

ইয়াৰ পিছতে ১৮৩১৫.৭৬ কোটি টকাৰ বাজেটখন মৌখিক ভোটত গ্ৰহণ কৰা হয়।

Apply Now

মন কৰিব লগীয়া কথাটো হ’ল ইয়াৰ পূৰ্বৰ চৰকাৰখনে, যিখন চৰকাৰক এতিয়াৰ বিৰোধী দল এন পি এফৰ নেতা তথা প্ৰাক্তন মুখ্য মন্ত্ৰী টি আৰ জেলিয়াঙে নেতৃত্ব দিছিল, মাত্ৰ ১৫ মিনিটৰ ভিতৰতে বাজেট গ্ৰহণ কৰিছিল। ইয়াৰ কাৰণ আছিল জেলিয়াং চৰকাৰৰ সময়ত বিৰোধী প্ৰায় নাছিলেই বুলিব পাৰি।

আনহাতে আজিৰ বাজেট বিতৰ্কৰ সময়ত বিৰোধী দল এন পি এফৰ বিধায়কসকলে বিভিন্ন বিষয়ত প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰি তোলা দেখা যায়। বিৰোধী নেতা টি আৰ জেলিয়াঙে আঙুলিয়াই দিয়ে যে ৰাজ্যপালৰ ভাষণত বাজেট ঘাটি ১৬৫৭.৮৮ কোটি টকা বুলি দেখুওৱাৰ বিপৰীতে মুখ্য মন্ত্ৰী ৰিঅ’ই ইয়াৰ পৰিমাণ ১৬৩০.৬৭ বুলি কয়। দুয়োটা পৰিমাণত ভুলে বিধানসভাক বিপথে পৰিচালিত কৰিছে বুলি কৈ কয় যে এইটো দুৰ্ভাগ্যজনক। লগতে তেওঁ ৰিঅ’ক ঘাটি বাজেট দিয়াৰ বাবে সমালোচনা কৰে।

ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে ৰিঅ’ই কয় যে তেওঁ যেতিয়া ২০১৪-১৫ চনত কাৰ্য্যভাৰ এৰিছিল, তেতিয়া বাজেট ঘাটি আছিল ৯৫০ কোটি টকা আৰু ইয়াৰ পৰিমাণ ১২৩৪ কোটি টকালৈ বৃদ্ধি হোৱা বাবে তেওঁ দায়ী নহয়।

পূৰ্বৰ চৰকাৰৰ দিনত কৰা পথ নিৰ্মাণ সম্পৰ্কীয় প্ৰকল্পবোৰ সম্পৰ্কত জেলিয়াঙে কয়, ‘পুঁজিৰ অনুমোদন কোনে আনিছিল সেই সম্পৰ্কীয় বিতৰ্ক নকৰি আমি অনুমোদিত কামবোৰৰ কাৰ্য্যকৰীকৰণক লৈহে বিতৰ্ক কৰিব লাগে।’

‘যদি বৰ্তমানৰ চৰকাৰ আৰু জনসাধাৰণে এইবোৰ কাৰ্য্যকৰীকৰণত সহযোগ কৰে তেন্তে আমি বাট-পথবোৰৰ পৰিৱৰ্তন দেখা পাম।’ –এইবুলিও তেওঁ কয়।

আনহাতে বিৰোধী দলৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী ইমকং এল ইমচেনে সকীয়াই দি কয় যে তেওঁলোকে চৰকাৰে দিয়া প্ৰতিশ্ৰুতিবোৰ পৰ্য্যৱেক্ষণত ৰাখিব।

তেওঁ লগতে কয়, ‘যেতিয়া আৰ এছ এছে দেশৰ খ্ৰীষ্টান সম্প্ৰদায়ৰ ওপৰত উৎপীড়ন চলাইছিল, বিজেপিও ইয়াৰ অংশীদাৰ আছিল। কাৰণ বিজেপি হৈছে আৰ এছ এছৰ ৰাজনৈতিক শাখা।’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

July 4, 2026 12:20 pm
ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

July 4, 2026 11:37 am
৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

July 4, 2026 11:13 am
চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

July 4, 2026 12:20 pm
ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

July 4, 2026 11:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd