• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব নাগালেণ্ড

 নাগালেণ্ডৰ নিৰ্বাচন : বিজেপিৰ পিছতে নিৰ্বাচনত অংশগ্ৰহণ নিশ্চিত কৰিলে এন পি এফ, কংগ্ৰেছে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 2, 2018 8:50 pm
NPF-570x320
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 

নিৰ্বাচনকেন্দ্ৰিক ৰাজনৈতিক অস্থিৰতাত থকা নাগালেণ্ডৰ শানাধিষ্ঠিত নাগালেণ্ড পীপলছ ফ্ৰণ্ট, চমুকৈ এন পি এফে আগন্তুক বিধানসভা নিৰ্বাচনত অংশগ্ৰহণ কৰা-নকৰা সন্দৰ্ভত দলীয় স্থিতি স্পষ্ট কৰি কৈছে যে এই ক্ষেত্ৰত তেওঁলোক এটা ব্যতিক্ৰম হৈ থাকিব নোৱাৰে, যিহেতু নিৰ্বাচন বৰ্জন সম্পৰ্কত সকলো নাগা সংগঠন আৰু ৰাজনৈতিক দল এটা সহমতত উপনীত হ’ব পৰা নাই। ইয়াৰ পৰা এইটোৱে স্পষ্ট হৈছে যে যোৱা ২৯ জানুৱাৰিত নিৰ্বাচন বৰ্জন কৰাৰ বাবে এটা যৌথ ঘোষণাত চহী কৰা সত্ত্বেও দলটোৱে নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ দিশত খোজ দিছে।

Apply Now

উল্লেখযোগ্য যে নাগা ৰাজনৈতিক সংকটৰ সমাধান নিৰ্বাচনৰ পূৰ্বেই সমাধা কৰাৰ দাবীত যোৱা ২৯ জানুৱাৰিত নাগালেণ্ডৰ ১১ টা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দলৰ প্ৰতিনিধি মিলি এটা উমৈহতীয়া ঘোষণাত চহী কৰিছিল, যাৰ বক্তব্য আছিল আগন্তুক নিৰ্বাচন কৰা। কিন্তু বিজেপি দলে ইয়াৰ পৰা ফালৰি কাটি আহি নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱাৰ লগতে যৌথ ঘোষণাটোত চহী কৰা তেওঁলোকৰ প্ৰতিনিধিজনকো নিলম্বিত কৰিছিল।

আনহাতে নাগা হোহো আৰু শীৰ্ষস্থানীয় বেচৰকাৰী সংগঠনবোৰৰ নেতৃবৰ্গই নিৰ্বাচন বৰ্জন কৰিবলৈ ৰাজনৈতিক দলবোৰলৈ আহ্বান জনাই আছে যদিও এটা স্পষ্ট সমূহীয়া স্থিতিত তেওঁলোকে উপনীত হ’ব পৰা নাই। তেওঁলোকে এই বিষয়ত ভৱিষ্যত কৰ্মপন্থা সম্পৰ্কে আলোচনা কৰিবলৈ কাইলৈ এখন সভা আহ্বান কৰিছে। এই পটপৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ আৰু এন পি এফ দলে এতিয়া ৰাজ্যখনত নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে।

‘যিহেতু আটাইবোৰ ৰাজনৈতিক দলে নিৰ্বাচনৰ বাবে কুচকাৱাজ চলাই আছে, এটা পুৰণি দল হিচাপে ই ইয়াৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিব।’ কংগ্ৰেছৰ সূত্ৰ এটাই এইদৰে কয়।

আনহাতে এন পি এফে এটা বিবৃতিত কয় যে এটা স্বীকৃত ৰাজনৈতিক দল হিচাপে তেওঁলোক সমাজবাদ, ধৰ্ম নিৰপেক্ষতা আৰু গণতন্ত্ৰৰ প্ৰতি গভীৰভাৱে আনুগত্যশীল। ইয়াৰ পিছতো নাগা ৰাজনৈতিক সমস্যাৰ সমাধানৰ প্ৰতি দলটোৰ দায়বদ্ধতা অব্যাহত থাকিব।

বিবৃতিটোত কোৱা হয় যে দলটোৱে নাগা সমস্যাৰ সমাধানৰ বাবে পূৰ্বেও বহু গুৰুত্বপূৰ্ণ সংকট মূৰ পাতি লৈছে। ইয়াৰ ভিতৰত দলটোৱে ১৯৯৮ চনত বৃহত্তৰ ৰাজহুৱা স্বাৰ্থত নিৰ্বাচন বৰ্জন কৰি নিৰ্বাচন আয়োগৰ ৰোষৰ সন্মুখীন হৈ প্ৰতীক হেৰুওৱাৰ লগতে ইয়াৰ স্বীকৃতিবিহীন হৈছিল।

দলটোৱে এইটোও আঙুলিয়াই দিয়ে যে ভাৰত চৰকাৰে বাৰে বাৰে কৈ আছে যে সময়ত নিৰ্বাচন অনুষ্ঠিত কৰাটো এটা সাংবিধানিক প্ৰয়োজন আৰু কেন্দ্ৰ সাংবিধানিক ব্যৱস্থাৰ দ্বাৰা বান্ধ খাই আছে। গতিকে ২৭ ফেব্ৰুৱাৰিৰ নিৰ্বাচনত অংশগ্ৰহণ কৰাটো এটা বাস্তৱতা।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd