• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

নাগালেণ্ডৰ সকলো মহাবিদ্যালয়তে ‘নাক’ৰ মূল্যায়ন বাধ্যতামূলক কৰাৰ দাবী এনএছএফৰ

ভদ্ৰ গগৈ by ভদ্ৰ গগৈ
July 14, 2018 6:52 pm
Naga Students Federation
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগা ছাত্ৰ সংঘই (এনএছএফ) নাগালেণ্ডৰ সকলো মহাবিদ্যালয় নেশ্যনেল এছেছমেণ্ট এণ্ড এক্ৰেডিটেশ্যন কাউঞ্চিল অৰ্থাৎ ‘নাক’ৰ (NAAC) দ্বাৰা মূল্যায়ন হোৱাৰ দাবী তুলিছে।

মহাবিদ্যালয়সমূহৰ শিক্ষাৰ মান উন্নত কৰাৰ বাবে ৰাজ্যখনৰ শীৰ্ষস্থানীয় ছাত্ৰ সংগঠনটোৱে এই বিবৃতিটোত ৫টা পৰামৰ্শ প্ৰদান কৰিছে। আজি ছাত্ৰ সংগঠনটোৰ পৰামৰ্শাৱলীৰ প্ৰতিলিপি এটা সংবাদ মাধ্যমৰ হাতত পৰিছেহি।

Apply Now

ৰাজ্যখনৰ বিভিন্ন মহাবিদ্যালয়সমূহলৈ এটা শৈক্ষিক ভ্ৰমণ সম্পন্ন কৰাৰ পাছত তেওঁলোকে প্ৰেৰণ কৰা বিবৃতিটো মুখ্য মন্ত্ৰীৰ হাতত পৰাৰ ২০ দিনৰ ভিতৰত ছাত্ৰ সংগঠনটোৱে ৰাজ্যখনৰ মুখ্য মন্ত্ৰীৰ পৰা ইয়াৰ লিখিত উত্তৰ বিচাৰিছে।

বিবৃতিটোত কোৱা হৈছে যে কেন্দ্ৰীয় চৰকাৰে মহাবিদ্যালয় সমূহক পুঁজি যোগান ধৰাৰ ধৰণ সলনি কৰিছে আৰু সংশ্লিষ্ট মহাবিদ্যালয়ৰ সাফল্য অনুসৰি সেইসমূহলৈ পুঁজি প্ৰদান কৰাৰ নীতি প্ৰস্তুত কৰা হৈছে। সেয়েহে ৰাজ্যখনৰ সকলো মহাবিদ্যালয়কেই নাকৰ দ্বাৰা মূল্যায়ন কৰি সেই সমূহৰ শিক্ষিক মান নিৰ্ধাৰণ কৰিব লাগে।

ব্যক্তিগত মহাবিদ্যালয়সমূহলৈ সাহায্য অনুদানৰ বিষয়টোৰ ওপৰত ছাত্ৰ সংগঠনটোৱে কৈছে যে ২০১৪ চনলৈকে উচ্চ শিক্ষা বিভাগৰ পৰা মহাবিদ্যালয়সমূহে সাহায্য অনুদানৰ নামত বিত্তীয় সহায়তা লাভ কৰিছিল।

অৱশ্যে, ২০১৫ শৈক্ষিক বৰ্ষৰ পৰা এই অনুদানৰ পৰিমাণ হঠাত বহু কমি যায় (২০১৪ৰ মুঠ পৰিমাণৰ প্ৰায় ৮০ শতাংশ)। এনএছএফে আৰু আৰু বিছাৰিছে যে চৰকাৰে মহাবিদ্যালয়সমূহলৈ পৰ্যাপ্ত সহায়তা যোগান ধৰাৰ বাবে সাহায্য অনুদান হিচাপে পুঁজি মোকোলাই দিব লাগে।

ছাত্ৰ সংগঠনটোৱে আৰু দেখুৱাই দিয়ে যে উচ্চ শিক্ষা বিভাগে অত্যন্ত কম দৰমহাত ঠিকা ভিত্তিক সহকাৰী অধ্যাপক নিযুক্তি দিছে।

সহকাৰী অধ্যাপকসকলৰ কামৰ পৰিমাণৰ আধিক্য অনুসৰি তেওঁলোকৰ দৰমহা বৃদ্ধি কৰাৰ বাবে চৰকাৰক এনএছএফে আৱেদন জনায়।

২০১৮ৰ ৫জুলাইত অনুষ্ঠিত কেবিনেট সভাত উচ্চ শিক্ষা বিভাগৰ অধীনত ৰাজ্যখনৰ বিভিন্ন মহাবিদ্যালয়ত ১১০টা অধ্যাপকৰ পদ সৃষ্টি কৰাত অনুমোদন জনোৱাৰ প্ৰসংগ আনি ছাত্ৰ  সকলো কেইটা পদ নাগালেণ্ড লোকসেৱা আয়োগৰ প্ৰক্ৰিয়াৰ মাজেৰে অনাটো সংগঠনটোৱে দাবী কৰিছে। লগতে নিয়োগৰ কঠোৰ নিয়মাৱলীৰ মাজেৰে এই পদসমূহ পূৰণ কৰাৰ দাবী তুলিছে নাগা ছাত্ৰ সংগঠনটোৱে।

তাৰোপৰি, মহাবিদ্যালয়সমূহৰ পুথিভঁৰালত অধ্যয়ন সামগ্ৰী যথেষ্ট কম বুলি প্ৰকাশ কৰি ছাত্ৰ সংগঠনটোৱে মন্তব্য কৰিছে যে ৰাজ্যখনৰ কোনো চৰকাৰী মহাবিদ্যালয়ৰ পুথিভঁৰালসমূহৰ বাবে অধ্যয়ন সঁজুলি লাভ কৰা নাই।

ভদ্ৰ গগৈ

ভদ্ৰ গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

August 23, 2026 7:57 am
হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

August 23, 2026 7:57 am
হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd