• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

নাগালেণ্ডৰ ৰাজধানীৰ সমীপত এটা গ্ৰীনফিল্ড বিমানঘাটীৰ জৰীপ

ভদ্ৰ গগৈ by ভদ্ৰ গগৈ
August 8, 2018 7:56 pm
airport_runway-300x225-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণ আৰু সাধাৰণ আৰু অসামৰিক উড়ণ সঞ্চালকালয় আৰু পৰিৱেশ, বন আৰু জয়বায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ৰ এটা সাতজনীয়া দলে আজি কোহিমাত উপস্থিত হৈ ৰাজধানী চহৰখনৰ পৰা ২০ কি:মি: নিলগত অৱস্থিত চিথুত এটা গ্ৰীনফিল্ড বিমান বন্দৰৰ সম্ভাৱনীয়তাৰ ওপৰত এটা অধ্যয়ন চলায়।

বুধবাৰে পুৱা চিথুলৈ যোৱাৰ পূৰ্বে নাগালেণ্ডৰ পৰিবহণ আৰু অসামৰিক উড়ণ মন্ত্ৰী পাইৱাং কনিয়াকে সংবাদ মাধ্যমৰ আগত সদৰি কৰে যে কেন্দ্ৰীয় চৰকাৰৰ দলটোৱে এটা নতুন বিমান বন্দৰটো নিৰ্মাণৰ সম্ভাৱনীয়তা সম্পৰ্কত এটা জৰীপ চলাব। দলটোৱে ৰাজ্যখনৰ পৰিবহণ বিভাগৰ বিষয়াসকলৰ সৈতে ৫ৰ পৰা ১০ দিনীয়া জৰীপ এটা সম্পন্ন কৰিব।

Apply Now

কনিয়াকে কয় যে এই প্ৰকল্পটোৰ বাবে ইতিমধ্যে ৬৪৫ কোটি টকা ব্যয়সাপেক্ষে ৩৫০ একৰ ভূমি ক্ৰয় কৰা হৈছে।অসামৰিক উড়ণ সঞ্চালকালয় আৰু ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণে এই শেহতীয়া জৰীপটো অনুমোদন কৰিব বুলি কনিয়াক আশাবাদী।

উল্লেখ্য যে ২০০৬ চনতে চিথু এটা গ্ৰীনফিল্ড বিমান বন্দৰৰ জৰীপ চলোৱা হৈছিল যদিও সেয়া অজ্ঞাত কাৰণত অনুমোদিত হোৱা নাছিল।কনিয়াকে কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সহায়ত এই প্ৰকল্পটো বাস্তৱায়িত হ’ব।

কেন্দ্ৰীয় বিষয়াবৰ্গই জনাইছে যে সব ঠিকে ঠাকে থাকিলে ২০২১ৰ আশে পাশে বিমানঘাটিটো কাৰ্যক্ষম হৈ উঠিব। দলটোৱে তেওঁলোকৰ প্ৰতিৱেদন ১০ দিনৰ ভিতৰত জমা দিব কেন্দ্ৰীয় বিষয়াবৰ্গই জনাইছে।

দলটোৰ মুৰব্বী ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ যুটীয়া মহা প্ৰৱন্ধক এছডি তিৱাৰীয়ে কৈছে যে পূৰ্বৰ জৰীপ ৰদ হোৱা হেতুকে তেওঁলোকে নতুনকৈ জৰীপ চলাব।

তেওঁ আৰু কৈছে, ‘‘ৰাজ্য চৰকাৰৰ নিজা দলটোৱে সম্পন্ন কৰা জৰীপৰ তথ্যৰ প্ৰাসংগিকতা আছে। আমি দুয়োটা জৰীপৰ প্ৰতিৱেদনেই অসামৰিক উড়ণৰ কেন্দ্ৰীয় মন্ত্ৰ্যালয়ৰ বিৱেচনাৰ বাবে প্ৰেৰণ কৰিম।’’

যদিহে কেন্দ্ৰই এই প্ৰকল্পটোলৈ অনুমোদন জনায়, তেন্তে নাগালেণ্ডৰ ৰাজধানীৰ সমীপত দ্বিতীয়তো বিমান বন্দৰ স্থাপিত হ’ব।

ভদ্ৰ গগৈ

ভদ্ৰ গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

July 4, 2026 3:56 pm
কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

July 4, 2026 3:09 pm
উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

July 4, 2026 2:48 pm
এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

July 4, 2026 2:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

July 4, 2026 3:56 pm
কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

July 4, 2026 3:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd