• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

নাগা নেতা তথা প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী ছছো লোৰ্হোৰ দেহাৱসান

সভাপতি চামম by সভাপতি চামম
April 20, 2018 2:23 pm
Former Manipur medical minister Lorho passes away
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন মন্ত্ৰী তথা নাগা নেতা ছছো লোৰ্হোৰ যোৱা নিশা ইম্ফলৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। তেওঁ দীৰ্ঘদিন ধৰি অসুখত ভুগি আছিল বুলি পৰিয়ালৰ সূত্ৰত প্ৰকাশ।

মৃত্যুৰ সময়ত তেওঁৰ বয়স ৭৯ বছৰ হৈছিল। মৃত্যুৰ সময়ত তেওঁ সংসাৰত সন্তান আৰু নাতি-নাতিনীসকলক এৰি যায়।

Apply Now

আজি পুৱা তেওঁৰ ইম্ফলৰ ছাংগাকফাম এলেকাৰ চিংমেইৰং পৌমাই আবাসিক এলেকাৰ বাসভৱনত এখন শোকসভাৰ আয়োজন কৰা হয়।

শোকসভাখনত ভালেকেইগৰাকী মন্ত্ৰী, বিধায়ক, প্ৰাক্তন বিধায়ক, বিভিন্ন ৰাজনৈতিক দলৰ নেতা, নাগৰিক সমাজ সংস্থা, বন্ধু-বান্ধৱ আৰু নিকটাত্মীয়সকল উপস্থিত আছিল।

শোকসভাখনত ভাষণ ৰখা বক্তাসকলৰ ভিতৰত ভূতপূৰ্ব বিধায়ক ও এছ আৰ্থাৰ, আৰ কে থাইকো, ফ্ৰেন্সিছ নাইজোকপা আদিয়ে প্ৰাক্তন বিধায়কগৰাকীৰ সৈতে হোৱা ব্যক্তিগত অনুভৱ আৰু অভিজ্ঞতা বিনিময় কৰে।

পৰিয়ালৰ সূত্ৰত প্ৰকাশ যে নাগা নেতাগৰাকীৰ মৃতদেহটো আন এখন শোকসভাত যোগদান দিয়াৰ বাবে উত্তৰ ইম্ফলৰ পৰা ৬০ কি:মি: দূৰৰৰ সেনাপতি জিলাৰ সদৰলৈ লৈ যোৱা হ’ব। তাৰ পাছত শেষকৃত্যসম্পন্ন কৰাৰ বাবে জিলাখনৰ পাওমাতা মহকুমাৰ অন্তৰ্গত নেতাগৰাকীৰ জন্মস্থান তুংগাম গাঁৱলৈ লৈ যোৱা হ’ব। শনিবাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব।

স্বৰ্গীয় ডি ছছঔৰ পুত্ৰ ছছো ১৯৬২ৰ পৰা ১৯৬৪ লৈকে পাওমাতা নাগা ষ্টুডেণ্ট’ছ ইউনিয়নৰ সাধাৰণ সম্পাদক আছিল আৰু ১৯৬৭ ৰ পৰা ১৯৭৫লৈকে পাওমাতা নাগা প্ৰগ্ৰেছিভ ইউনিয়নৰ সাধাৰণ সম্পাদক আছিল। ১৯৭৮ চনত তেওঁ মণিপুৰ আউটাৰ পাৰ্লিয়ামেণ্টাৰী সমষ্টিৰ পৰা প্ৰথমগৰাকী কংগ্ৰেছ (আই)প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল। ১৯৮০ চনত তেওঁ মাও সমষ্টিৰ পৰা ম:ইপুৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ (আই)প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈছিল আৰু স্বাস্থ্য, শক্তি, সহযোগিতা আৰু পৰিসংখ্যা মন্ত্ৰী হৈছিল।

১৯৮৫ত কংগ্ৰেছ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈছিল তেওঁ পুনৰ নিৰ্বাচিত হৈছিল আৰু কৃষি, শ্ৰম, আৰু জনজাতি উন্নয়ন মন্ত্ৰী হৈছিল। ১৯৯০ চনত তেওঁ পুনৰ নৰ্বাচিত হৈ ৰাজ্যিক মন্ত্ৰী হৈছিল। ১৯৯৬ তেওঁ মণিপুৰ প্ৰদেশ ইন্দিৰা কংগ্ৰেছ কমিটী (টি)ৰ সভাপতি হৈছিল আৰু ২০১২ৰ পৰা ২০১৪লৈকে মণিপুৰৰ নাগা পিপ্‌ল’ছ ফ্ৰণ্টৰ সভাপতি আছিল। আৰু ২০১৪ চনত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। মৃত্যৰ সময়লৈকে তেওঁ মণিপুৰৰ নাগাসকলৰ ৰাজনৈতিক ফৰামৰ আহ্বায়ক আছিল।

সভাপতি চামম

সভাপতি চামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

July 4, 2026 1:35 pm
নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

July 4, 2026 1:17 pm
হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

July 4, 2026 12:20 pm
ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

July 4, 2026 11:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

July 4, 2026 1:35 pm
নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

July 4, 2026 1:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd