• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগ্রীজুলিত পশু চিকিৎসালয়ৰ নৱ নিৰ্মিত ভৱনৰ শুভ উদ্বোধন

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
July 16, 2018 9:01 pm
nagrijuli veterinary
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগ্রীজুলি অঞ্চলৰ যুৱ সমাজকৰ্মী ব্ৰজেন বড়োৰ সঞ্চালনাত আজি দিনৰ ১১ বজাত নাগ্ৰীজুলি পশু চিকিৎসালয়ৰ উদ্বোধনী সভা এখন অনুষ্ঠিত হৈ যায়। পশু চিকিৎসালয়খনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে যুৱ বিপিএফৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সোমনাথ বসুমতাৰী, তামুলপুৰ জিলা বিপিএফৰ সভাপতিবিটিচিৰ পশুধন বিভাগৰ কাৰ্যবাহী সদস্য শ্যাম শুণ্ডীকে আদি কৰি ভালে কেইগৰাকী বিশিষ্ট লোক।

ৰাইজৰ সু-পৰিকল্পিত আঁচনিৰ দ্বাৰাহে অঞ্চল এটাৰ প্ৰকৃত উন্নয়ন সম্ভৱ। অঞ্চল এটাত কি অভাৱ-অভিযোগ আছে সেয়া স্থানীয় ৰাইজৰহে অধিক জ্ঞাত। অঞ্চলটোৰ সমস্যা সমূহৰ বিষয়ে সু-পৰিকল্পিত আঁচনি যুগুত কৰি জন প্ৰতিনিধিৰ ওচৰ চাপিলেহে সেই সমস্যা সমাধানৰ পথ অধিক প্ৰশস্ত হৈ পৰে। এই ভাষ্য বিটিচিৰ পশুধন বিভাগৰ কাৰ্যবাহী সদস্য শ্যাম শুণ্ডীৰ।

Apply Now

নাগ্রীজুলি অঞ্চলৰ যুৱ সমাজকৰ্মী ব্ৰজেন বড়োৰ সঞ্চালনাত আজি দিনৰ ১১ বজাত পশু চিকিৎসালয় ভাৱনটোৰ উদ্বোধনৰ লগত সংগতি ৰাখি অনুষ্ঠিত সভাত কাৰ্যবাহী সদস্য গৰাকীয়ে পুনৰ কয় যে বিটিচিবাসীৰ অধিকাংশ লোকেই কৃষিজীৱী। যিহেতু কৃষিৰ লগত পশুধনৰ সম্পৰ্ক আছে গতিকে এই পশুধনৰ ওপৰত গুৰুত্ব আৰোপ কৰি হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচি প্ৰশাসনে বিটিএডিৰ চাৰিওখন জিলাতেই পশুধনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে আৰু তাৰ ফল স্বৰূপেই আজি ৰাইজে পশু চিকিৎসাৰ বাবে নাগ্রীজুলিত এখন নতুন চিকিৎসালয় লাভ কৰিবলৈ সক্ষম হৈছে।

nagrijui2

চিকিৎসালয়ৰ পৰা দূৰত বাস কৰা প্ৰতি গৰাকী কৃষিজীৱী পৰিয়ালৰ লোকে যাতে তেওঁলোকৰ পশুধনসমূহৰ বেমাৰ-আজাৰ হ’লে চিকিৎসা সেৱা গ্ৰহণ কৰিব পাৰে সেই বিষয়ত নজৰ দিবলৈও কাৰ্যবাহী সদস্যগৰাকীয়ে চিকিৎসক সকললৈ আহ্বান জনায়। সভাত উপস্থিত থাকি বিটিচিৰ স্বাস্থ্য আৰু উদ্যোগ বিভাগৰ কাৰ্যবাহী সদস্য গণেশ কাছাৰীয়ে ৰাইজক উদ্দেশ্যি প্ৰদান কৰা ভাষণত কয় যে গ্ৰামাঞ্চলৰ বহু লোকে গৰু-ছাগলীৰ উপৰিও হাঁহ-কুকুৰা-পাৰ-গাহৰী আদিও পালন কৰে যদিও সেইবোৰৰ স্বাস্থ্যৰ বিজ্ঞান-সন্মত চিকিৎসা লোৱাৰ পৰা বিৰত থকাৰ ফলত তেওঁলোকৰ আৰ্থিক উন্নয়ন বাধাগ্ৰস্ত হয়। তেওঁ আৰু কয় যে যিকোনো পশুধনৰ স্বাস্থ্যৰ অৱনতি ঘটিলে বা কিংবা বেমাৰ-আজাৰ হলে পশু চিকিৎসকৰ পৰামৰ্শ ল’লেহে সুফল লাভ কৰিব পাৰিব। ভাষণ প্ৰসংগত গণেশ কছাৰীয়ে পুনৰ কয় যে স্বাধীনোত্তৰ কালত উন্নয়নৰ মুখ নেদেখা বিটিচি অঞ্চলত এতিয়া ঢাপে ঢাপে উন্নয়ন হৈছে।

হাগ্ৰামা মহিলাৰীৰ সবল নেতৃত্বত সমগ্ৰ বিটিচি অঞ্চলত উন্নয়নৰ আঁচনি গ্রহণ কৰি কার্যক্ষেত্ৰত তাক ৰাইজৰ সহযোগত ৰূপায়ণ কৰি আহিছে। অঞ্চলটোৰ উন্নয়নৰ লগতে বিটিচিৰ উন্নয়নৰ খতিয়ান দাঙি ধৰি গণেশ কাছাৰীয়ে ২০১৯ চনত ৰাজসভাৰ সাংসদ বিশ্বজিত দৈমাৰীৰ জৰিয়তে সাংসদ পুঁজিৰ অনুদানেৰে নাগ্রীজুলিত উচ্চ ক্ষমতা-সম্পন্ন ষ্ট্ৰীট লাইট স্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

যুৱ বিপিএফৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সোমনাথ বসুমতাৰী, তামুলপুৰ জিলা বিপিএফৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে কেশৱ ৰাজবংশী আৰু উপেন বসুমতাৰী, নাগ্রীজুলি টি চি এল চি চি আৰু শুক্লাই চেৰফাং টি চি এল চি চি ৰ অধ্যক্ষ ক্ৰমে অজিত বসুমতাৰী আৰু ৰুদ্ৰ সুবেদী, খাটৰবাৰী ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ মনোহৰ দাস,  নাগ্রীজুলি ভিচিডিচিৰ অধ্যক্ষ প্ৰদীপ সৰকাৰৰ উপৰিও অঞ্চলটোৰ বিপিএফ দলৰ   বিষয়-ববীয়া, নেতা কৰ্মীৰ উপস্থিতিত নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ এমচিএলএ ধৰ্মনাৰায়ণ দাসে ৰাইজক সম্বোধি কয় যে বিপিএফ দলে নাগ্রীজুলি অঞ্চলৰ কৃষক ৰাইজৰ বাবে যি সুবিধা প্ৰদান কৰিলে তাক ৰাইজে গ্ৰহণ কৰিলেহে ৰাইজ উপকৃত হব।

নাগ্রীজুলিত স্থাপন হোৱা এখন মাত্ৰ পশু চিকিৎসালয়ে বৃহত্তৰ নাগ্রীজুলি অঞ্চলৰ কৃষক ৰাইজৰ সমস্যা সমাধান কৰাৰ সামৰ্থ্য নাই বুলি উল্লেখ কৰি ধৰ্মনাৰায়ণ দাসে কাউলি অঞ্চলৰ ৰাইজৰ বাবেও কাউলিত এখন পশু চিকিৎসালয় স্থাপনৰ বাবে বিভাগীয় কাৰ্যবাহী সদস্য শ্যাম শুণ্ডীক অনুৰোধ কৰে।

বিটিচিৰ কাৰ্য্যবাহী সদস্য শ্যাম শুণ্ডিযে বিটিচিৰ কাৰ্য্যবাহী সদস্য গণেশ কছাৰীৰ উপস্থিতিত এক মাংগলিক পৰিবেশত উদ্বোধনী সভাখনৰ শুভ উদ্বোধন কৰে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

July 9, 2026 5:21 pm
গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

July 9, 2026 4:26 pm
ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

July 9, 2026 3:53 pm
পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

July 9, 2026 3:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

July 9, 2026 5:21 pm
গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

July 9, 2026 4:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd