• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ‘নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চ’ৰ স্মাৰকপত্ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 7, 2018 9:03 pm
‘নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চ’ৰ প্ৰতিনিধি দল।  ফ'টো ফে'চবুকৰ পৰা সংগৃহিত

‘নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চ’ৰ প্ৰতিনিধি দল। ফ'টো ফে'চবুকৰ পৰা সংগৃহিত

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অসম চুক্তি’য়ে নিৰ্ধাৰণ কৰি দিয়া ১৯৭১ চনৰ ২৪ মাৰ্চৰ মাজনিশাৰ পিছত অনুপ্ৰৱেশ কৰা কোনো অবৈধ বিদেশীক অসমে গ্ৰহণ নকৰে। সেয়া হিন্দু অথবা মুছলমান যি ধৰ্মৰে নহওক কিয়। এই মত ‘নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চ’ৰ।

আজি গুৱাহাটীৰ প্ৰশাসনীয় পদাধিকাৰী প্ৰশিক্ষণ মহাবিদ্যালয়ত অনুষ্ঠিত ‘নাগৰিকত্ব আইন সংশোধনী বিধেয়ক, ২০১৬’ সন্দৰ্ভত যুটীয়া সংসদীয় কমিটিয়ে গ্ৰহণ কৰা শুনানিত ভাগ লৈ ড০ হীৰেন গোঁহাইৰ নেতৃত্বত যোৱা মঞ্চৰ ৫ জনীয়া প্ৰতিনিধি দলে উক্ত বিধেয়কৰ বিৰোধিতাৰে কমিটিৰ হাতত প্ৰায় ১১০ পৃষ্ঠাৰ এখন বিস্তৃত স্মাৰকপত্ৰ প্ৰদান কৰে।

Apply Now

শুনানিত ভাগ লোৱা প্ৰতিনিধি দলটোৰ সদস্যকেইগৰাকী হৈছে মঞ্চৰ অধ্যক্ষ ড০ হীৰেন গোঁহাইৰ, হৰেকৃষ্ণ ডেকা, উদয়াদিত্য ভৰালী, মঞ্চৰ আহ্বায়ক মনজিৎ মহন্ত আৰু অধিবক্তা শান্তনু বৰঠাকুৰ।

অসমৰ খিলঞ্জীয়া ৰাইজৰ দাবীক উপেক্ষা কৰি ‘অসমৰ ওপৰত এনে অসাংবিধানিক আৰু বেআইনী সিদ্ধান্ত জাপি দিলে ৰাজ্যখনৰ পৰিস্থিতি ভয়ংকৰ হ’ব’ বুলিও প্ৰতিনিধি দলটোৱে সংসদীয় কমিটিক স্পষ্ট ভাষাৰে সকীয়াই দিয়ে।

এই স্মাৰকপত্ৰৰ লগত মঞ্চই সমিটিৰ হাতত বিভিন্ন আইনী তথ্য-পাতিৰ উপৰি দিল্লী উচ্চ-ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ কেইবাটাও ৰায় তথা প্ৰব্ৰজনৰ ওপৰত বিশেষজ্ঞৰ গৱেষণাৰ ভিত্তিত যুগুতোৱা এক প্ৰতিবেদনো দাখিল কৰে।

৪২ মিনিট জুৰি চলা এই উক্ত আলোচনাত মঞ্চই কমিটিয়ে উত্থাপন কৰা প্ৰতিটো প্ৰশ্নৰ আইনী আৰু ঐতিহাসিক তথ্য দাঙি ধৰে।

‘নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চ’ৰ ফালৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিৰ মতে যুটীয়া সংসদীয় কমিটীৰ প্ৰায় প্ৰতিগৰাকী সদস্যই মঞ্চৰ স্মাৰকপত্ৰৰ লগতে তেওঁলোকে দাঙি ধৰা যুক্তি মুকলিকৈ শলাগ লোৱাৰ লগতে ই কমিটিখনৰ বাবে এক গুৰুত্বপূৰ্ণ দলিল হ’ব বুলি উল্লেখ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd