• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগৰিকত্ব বিধেয়ক : সংসদীয় সমিতিৰ বিৰোধিতা নকৰিবলৈ আহ্বান মুখ্য মন্ত্ৰী সোণোৱালৰ

ৰাজীব ৰয় by ৰাজীব ৰয়
April 19, 2018 10:32 pm
assam-chief-minister-sarbananda-sonowal-with-bjp president amit shah
106
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধন বিধেয়ক ( Citizenship Amendment Bill ) সন্দৰ্ভত মতামত লোৱাৰ বাবে গ্ৰহণ কৰা যুটীয়া সংসদীয় সমিতিৰ বিৰোধিতা নকৰিবলৈ অসমৰ ৰাইজক আহ্বান জনাইছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

বিজেপিৰ শীৰ্ষ নেতৃত্বক লগ কৰিবলৈ আজি ১৯ এপ্ৰিলত দিল্লীত উপস্থিত হোৱাৰ পিছতে সোণোৱালে কয়, ‘যুটীয়া সংসদীয় সমিতি গঠন এক গণতান্ত্ৰিক প্ৰক্ৰিয়া। সমিতিয়ে সহযোগ কৰিব, সেয়ে সকলো শ্ৰেণীৰ লোককে ইয়াৰ বিৰোধিতা নকৰিবলৈ মই আহ্বান জনালো।’

মুখ্য মন্ত্ৰীৰ ঘনিষ্ঠ সূত্ৰই জনোৱা মতে বিধেয়কখনক লৈ অসমত লগা ব্যাপক হৈ-চৈৰ পৰিপ্ৰেক্ষিতত বিধেয়কখনক লৈ সৃষ্টি হোৱা পৰিস্থিতি সম্বন্ধে সোণোৱালে দলৰ সভাপতি অমিত শ্বাহৰ লগতে শীৰ্ষ নেতৃত্বক অৱগত কৰিব।

উল্লেখযোগ্য যে যোৱা সপ্তাহত কেন্দ্ৰীয় গৃ্হ মন্ত্ৰী ৰাজনাথ সিং আৰু যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাক লগ কৰি ৰাজ্যৰ পৰিস্থিতি সম্পৰ্কে অৱগত কৰিছিল।

ধৰ্মৰ ভিত্তিত বিদেশীক ভাৰতৰ নাগৰিকত্ব প্ৰদানৰ বাবে কেন্দ্ৰৰ বিজেপি চৰকাৰে অনা নাগৰিকত্ব সংশোধন বিধেয়কক লৈ অসমত প্ৰায়ভাগ দল-সংগঠনে সৰ্বাত্মক বিৰোধিতা কৰাৰ পৰতে আজি ১৯ এপ্ৰিলত নতুন দিল্লীত মুখ্য মন্ত্ৰীগৰাকীয়ে জনোৱা এই আহ্বান তাৎপৰ্য্যপূৰ্ণ বুলি বিবেচিত হৈছে। তাৰোপৰি সমিতিৰ অধ্যক্ষ হিচাপে ৰাজেন্দ্ৰ আগৰৱালাক নিযুক্তি দিয়াটো ৰাজ্যৰ একাংশ সংগঠনে বিৰোধিতা কৰিছে।

আনহাতে অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়েও আজি বিধেয়কখন সন্দৰ্ভত অসম চৰকাৰৰ স্থিতি ৰাজহুৱা কৰাৰ বাবে দাবী জনাইছিল।

সূত্ৰ অনুসৰি অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সন্দৰ্ভটো মুখ্য মন্ত্ৰীয়ে শীৰ্ষ নেতৃত্বৰে আলোচনা কৰাৰ সম্ভাৱনা আছে। সোণোৱালে ‘আমি যদি মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰো, অসমৰ ৰাইজে সংবাদ মাধ্যমৰ যোগেদি এই বিষয়ে নিশ্চিতভাৱে গম পাব।’

Recent News

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

বেটিং এপ গোচৰ: ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

বেটিং এপ গোচৰ: ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

কবি অনুভৱ তুলসী শ্ৰদ্ধাৰ্ঘ্য সভা সম্পন্ন

কবি অনুভৱ তুলসী শ্ৰদ্ধাৰ্ঘ্য সভা সম্পন্ন

MH17 বিমানত ক্ষেপণাস্ত্ৰ নিক্ষেপ ৰাছিয়াৰ! মানৱ অধিকাৰ আদালতৰ সিদ্ধান্তত অস্বস্তিত পুটিন

MH17 বিমানত ক্ষেপণাস্ত্ৰ নিক্ষেপ ৰাছিয়াৰ! মানৱ অধিকাৰ আদালতৰ সিদ্ধান্তত অস্বস্তিত পুটিন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd