• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

MH17 বিমানত ক্ষেপণাস্ত্ৰ নিক্ষেপ ৰাছিয়াৰ! মানৱ অধিকাৰ আদালতৰ সিদ্ধান্তত অস্বস্তিত পুটিন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 10, 2025 2:29 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৪ চনৰ ১৭ জুলাইত মালয়েছিয়া এয়াৰলাইন্সৰ এমএইচ-১৭ বিমান পূব ইউক্ৰেইনৰ ডনবাছ অঞ্চলৰ ওপৰেৰে উৰি থকাৰ সময়ত ক্ষেপণাস্ত্ৰৰ আক্ৰমণত ধ্বংস হৈছিল। এই দুৰ্ঘটনাত ২৮৩ জন যাত্ৰী আৰু ১৫ জন ক্ৰু মেম্বাৰৰ মৃত্যু হৈছিল, য’ত ৮০ জন শিশুও আছিল। ইউৰোপৰ শীৰ্ষ মানৱ অধিকাৰ আদালতে বুধবাৰে প্ৰদান কৰা ৰায়দানত ৰাছিয়াক এই ঘটনাৰ বাবে দায়ী বুলি ঘোষণা কৰিছে। কিয়েভ আৰু নেদাৰলেণ্ডৰ দ্বাৰা দাখিল কৰা চাৰিটা গোচৰৰ ৰায় ভ্লাদিমিৰ পুটিনৰ প্ৰশাসনৰ বিৰুদ্ধে গৈছে।

উল্লেখ্য যে বিমানখন আমষ্টাৰডামৰ পৰা কুৱালালামপুৰলৈ যাত্ৰা কৰি আছিল যেতিয়া ৰাছিয়া সমৰ্থিত বিচ্ছিন্নতাবাদী নিয়ন্ত্ৰিত ইউক্ৰেইনৰ অঞ্চলৰ পৰা নিক্ষেপ কৰা ৰাছিয়া নিৰ্মিত ক্ষেপণাস্ত্ৰৰ আঘাতত ধ্বংস হৈছিল। সেই সময়ত ডনবাছত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত তীব্ৰ সংঘাত চলি আছিল। ইউৰোপীয় মানৱ অধিকাৰ আদালতে নিশ্চিত কৰিছে যে বিমানখন ক্ষেপণাস্ত্ৰৰ দ্বাৰা আক্ৰমণ কৰা হৈছিল। আদালতৰ সভাপতি মাটিয়াছ গুৱেমাৰে কয়, “প্ৰমাণে স্পষ্টভাৱে দেখুৱাইছে যে এই ক্ষেপণাস্ত্ৰ ইচ্ছাকৃতভাৱে এমএইচ-১৭ বিমানত নিক্ষেপ কৰা হৈছিল, সম্ভৱতঃ সামৰিক বিমান বুলি ভুল ধাৰণাৰে।” আদালতে আৰু কয় যে ৰাছিয়াই এই দুৰ্ঘটনাত জড়িত থকাৰ কথা অস্বীকাৰ কৰি আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা কৰিছে।

Apply Now

ইউক্ৰেইন আৰু নেদাৰলেণ্ডৰ দ্বাৰা ২০১৪ চনৰ পৰা ৰাছিয়াৰ বিচাৰত গোচৰ ৰুজু কৰা চাৰিটা মামলাৰ ৰায় ২০২৫ চনৰ ৯ জুলাইত ঘোষণা কৰা হৈছিল। এইচ ১৭ বিমান গুলীয়াই পেলোৱাৰ বাবে ৰাছিয়াক প্ৰত্যক্ষভাৱে দায়ী কৰা এইটোৱেই প্ৰথম আন্তঃৰাষ্ট্ৰীয় আদালতৰ ৰায়। মে’ মাহত ৰাষ্ট্ৰসংঘৰ বিমান চলাচল সংস্থাইও ৰাছিয়াক এই দুৰ্ঘটনাৰ বাবে দায়ী বুলি ঘোষণা কৰিছিল।

ইউৰোপীয় মানৱ অধিকাৰ আদালতৰ এই সিদ্ধান্তই ৰাছিয়াৰ বিৰুদ্ধে ইউক্ৰেইনত ২০১৪ চনৰ পৰা হোৱা মানৱ অধিকাৰ উলংঘনৰ বাবে প্ৰথমবাৰৰ বাবে জৱাবদিহি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

August 20, 2026 2:18 pm
যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

August 20, 2026 1:15 pm
১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

August 20, 2026 2:18 pm
যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

August 20, 2026 1:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd