• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদঃ গুৱাহাটীত কৃষক মুক্তিৰ ৮গৰাকী প্ৰতিবাদকাৰীক আটক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 17, 2018 12:47 pm
WhatsApp
128
VIEWS
Share on FacebookShare on Twitter

বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ শুনানি দিল্লীত অনুষ্ঠিত হোৱা তথা কৃষক মুক্তি সংগ্ৰাম সমিতিক এই শুনানিলৈ আমন্ত্ৰণ নজনোৱাৰ বাবে আজি সংগঠনটোৱে অসমৰ প্ৰতিখন জিলাৰ সদৰত ক’লা পতাকা আঁৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে।

ইয়াৰ অংশস্বৰূপে আজি দিনৰ প্ৰায় ১১ বজাত কামৰূপ জিলা দণ্ডাধীশৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক-ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।ক’লা পতাকা আঁৰি প্ৰতিবাদকাৰী সকলে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান দি দণ্ডাধীশ কাৰ্যালয়ৰ আকাশ বতাহ উত্তাল কৰি তোলা পৰিলক্ষিত হয়।

অৱশ্যে আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে জিলা দণ্ডাধীশ কাৰ্যালয়ৰ সন্মুখৰ পৰা প্ৰায় ৮গৰাকী প্ৰতিবাদকাৰীক আটক কৰে।উল্লেখযোগ্য যে ইয়াৰ ভিতৰত দুগৰাকী মহিলা প্ৰতিবাদকৰীও আছে।

প্ৰতিবাদকাৰী ছাত্ৰ নেতা তথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰে সাংবাদিকৰ আগত কয় যে চৰকাৰে বাক স্বাধীনতা খৰ্ব কৰি যি দমননীতি গ্ৰহণ কৰিছে সেয়া কোনোপধ্যেই মানি লোৱা নহ’ব। অসম আৰু অসমীয়াৰ স্বাৰ্থত কেতিয়াও আপোচ কৰা নহ’ব।

জানিব পৰা মতে আটকাধীন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদকাৰী কেইজনক সম্প্ৰতি মহানগৰীৰ পানবজাৰ আৰক্ষী থানাত ৰখা হৈছে।

নতুন দিল্লীত নাগৰিকত্ব সংশোধনী বিধেয়কৰ শুনানি চলি থকা সময়তে ৰাজ্যজুৰি কৃষক মুক্তিয়ে গ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচী যথেষ্ট তাৎপৰ্যপূৰ্ণ।

 

 

Recent News

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

৫৩ বছৰৰ পাছত পৃথিৱীত দুৰ্ঘটনাগ্ৰস্ত ছোভিয়েট মহাকাশযান কচমছ-৪৮২! বৰ্তমানেও অজ্ঞাত স্থান

৫৩ বছৰৰ পাছত পৃথিৱীত দুৰ্ঘটনাগ্ৰস্ত ছোভিয়েট মহাকাশযান কচমছ-৪৮২! বৰ্তমানেও অজ্ঞাত স্থান

কেৱল সন্ত্ৰাসবাদতে নহয়, প্ৰদূষণৰ ক্ষেত্ৰতো প্ৰথম পাকিস্তান!

কেৱল সন্ত্ৰাসবাদতে নহয়, প্ৰদূষণৰ ক্ষেত্ৰতো প্ৰথম পাকিস্তান!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd