• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অৰুণাচলত প্ৰতিবাদ ছাত্ৰ সংগঠন আপছুৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 22, 2018 2:48 pm
AAPSU-protests-against-Citizenship-Amendment-Bill-questions-Pema-govt’s-silence-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে ইটানগৰৰ টেনিছ ক’ৰ্টত বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰোধিতাৰে সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থা চমুকৈ আপছুৰ নেতৃবৃন্দই এক অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে।

ছাত্ৰ সংগঠনটোৰ নেতৃত্বত চলা ধৰ্মঘট কাৰ্যসূচীত ৰাজ্যখনৰ বিভিন্ন জিলাৰ দল-সংগঠন, ছাত্ৰ নেতাৰ লগতে ৰাজনীতিবিদে অংশ লয়।

Apply Now

অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশ লোৱা শ শ প্ৰতিবাদকাৰীয়ে বহু বিতৰ্কৰ সূত্ৰপাত ঘটোৱা বিধেয়কখন অতি শীঘ্ৰে বাতিল কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী জনায়।

আপছুৰ সাধাৰণ সম্পাদক তবম দাই বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰি বিধেয়কখন ‘জনজাতি বিৰোধী আৰু উত্তৰ-পূব বিৰোধী’ আখ্যা দিয়ে। তেওঁ লগতে কয় যে যদিহে এই বিধেয়কখন গৃহীত হয় তেন্তে ৰাজ্য আৰু উত্তৰ-পূবৰ জনগাথনি সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলাব।

সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে আপছুৱে এই বিধেয়কখনৰ বিৰোধিতা কৰি যুটীয়া সংসদীয় সমিতিক স্মাৰক পত্ৰ প্ৰদান কৰিছো। লগতে বিধেয়কখনৰ বিৰুদ্ধে মেঘালয় চৰকাৰে গ্ৰহণ কৰাৰ দৰে স্থিতি গ্ৰহণ কৰিবলৈ ৰাজ্যৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুক অনুৰোধ জনায়।

আনহাতে এই স্পৰ্শকাতৰ বিষয়টোত ৰাজ্য চৰকাৰে এতিয়ালৈ কিয় নিমাত বুলিও প্ৰশ্ন উত্থাপন কৰে ছাত্ৰ সংগঠনটোৱে।

নেছোৰ সমন্বয়ক প্ৰীতম ৱালি ছোনমে জানিবলৈ দি কয় যে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰে ছাত্ৰ সংগঠনৰ নেতৃত্বত গঠন হোৱা নেছোৱে এই বিধেয়কখন প্ৰসংগত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদিৰ লগতে সকলো কেন্দ্ৰীয় মন্ত্ৰীকে সাক্ষাত কৰিব।

ইফালে আপছুৰ প্ৰাক্তন সম্পাদক বিৰু নাছিয়ে এই বিধেয়কখনৰ বিৰোধিতা কৰি ৰাজ্যবাসীক মাৰবান্ধি থিয় হ’বলৈ আহ্বান জনায়।

প্ৰতিবাদকাৰীসকলক সম্বোধন কৰি আপছুৰ সভাপতি হাৱা বাগাঙে চাকমা আৰু হাজং শৰনাৰ্থীসকলক সংস্থাপিত কৰাৰ ক্ষেত্ৰত উৎসাহিত নকৰিবলৈ সকলো ৰাজ্যবাসীকে আহ্বান জনায়।

উল্লেখ্য যে আপছুৰ নেতৃত্বত অনুষ্ঠিত হোৱা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত বিভিন্ন ৰাজনৈতিক দল, দল-সংগঠনৰ লগতে বিভিন্ন বেচৰকাৰী সংস্থাৰ প্ৰতিনিধিসকল উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am
ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am
ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd