• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিজৰ অধিকাৰ বিচাৰি বিটিচি প্ৰশাসনক ৩১ মাৰ্চৰ সময়সীমা বান্ধি দিলে গোৰ্খা সংগঠনে

চাজিদ খান by চাজিদ খান
March 15, 2018 11:43 am
Photo-AAGSU-Mass-Gathering-2-570x320
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অ-জনজাতিসকলৰ ভূমিৰ অধিকাৰক লৈ বিটিচি প্ৰশাসনে সৃষ্টি কৰা বিতৰ্কৰ এতিয়াও অৱসান ঘটা নাই ৰাজ্যখনৰ বড়ো অধ্যুষিত বিটিএডি অঞ্চলত।

ভূমি অধিকাৰ সংশোধন সম্পৰ্কত অলপতে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি) এ অভিযোগ অনুসৰি গ্ৰহণ কৰা পদক্ষেপৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বুধবাৰে ওদালগুৰিত সদ্য অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)ৰ ওদালগুৰি জিলা সমিতি তথা বিটিচি অঞ্চল সমিতিয়ে এক বিশাল সমাৱেশৰ আয়োজন কৰে।

Apply Now

গোৰ্খা নেতাসকলে অঞ্চলটোত ভূমি অধিকাৰ সম্পৰ্কত গ্ৰহণ কৰা বিতৰ্কিত সিদ্ধান্ত সম্পৰ্কত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাৰ বাবে ৩১ মাৰ্চৰ সময়সীমা বান্ধি দিছে।

ওদালগুৰি জিলা আগছুৰ সভাপতি পূৰ্ণ কিৰাত ৰাইৰ সভাপতিত্বত অনুষ্ঠিত সমাৱেশত অন্যান্যসকলৰ লগতে আগছুৰ বিটিচি অঞ্চল সমিতিৰ সাধাৰণ সম্পাদক ৰোহিত কুমাৰ দাহাল উপস্থিত থাকে।

Photo-AAGSU-Mass-Gathering-1-570x320

ৰাইয়ে অভিযোগ কৰে যে ৰাজ্য চৰকাৰ আৰু বিটিচি প্ৰশাসনে গোৰ্খা সম্প্ৰদায়ক বিপথে পৰিচালিত কৰি আহিছিল।

গোৰ্খা নেতাসকলে লগতে কয় যে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে তেওঁলোকক প্ৰতিশ্ৰুতি দিছিল যদিও বিপিএফৰ নেতাসকলে মন্তৱ্য কৰিছে যে জনজাতীয় বেষ্টনি তথা ব্লকৰ বাহিৰত গোৰ্খাসকলক কোনো সুৰক্ষিত শ্ৰেণীৰ মৰ্যাদা দিয়া হোৱা নাই।

এইটোৱে গোৰ্খাসকলৰ মাজত অস্বস্তি আৰু শংকাৰ সৃষ্টি কৰিছে বুলি বক্তাসকলে কয়।

আগছুৰ বিটিচি অঞ্চলৰ সভাপতি জন চৌহানে প্ৰকাশ কৰে যে যদিহে ৩১ মাৰ্চৰ ভিতৰত বিটিচি প্ৰশাসনে দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ নকৰে তেতিয়াহ’লে সংগঠনটোৱে  তেওঁলোকৰ দাবীৰ সমৰ্থনত এলানি আন্দোলন গঢ়ি তুলিব।

হেজাৰ সংখ্যক গোৰ্খা সম্প্ৰদায়ৰ লোকে সমাৱেশত উপস্থিত থাকি তেওঁলোকৰ নেতাসকলৰ বক্তৱ্যক সমৰ্থন জনায়।

চাজিদ খান

চাজিদ খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

June 15, 2026 5:46 pm
দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

June 15, 2026 5:26 pm
নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

June 15, 2026 4:40 pm
মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

June 15, 2026 4:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

June 15, 2026 5:46 pm
দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

June 15, 2026 5:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd