• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘নিজৰ যত্ন অবিহনে নিৰোগী জীৱন অবান্তৰ বিষয়’- জিএমচিৰ অধ্যক্ষ ডাঃ অতীন্দ্ৰ কুমাৰ অধিকাৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
July 7, 2018 11:24 am
Dr. Atindra Kr. Adhikari delivers his Chief Guest's Speach at Sun Valley Hospitals's 15th Foundation Day
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ আগশাৰীৰ চিকিৎসা সেৱা প্ৰতিষ্ঠান ছানভেলী ডায়েবেটিক কেয়াৰ এণ্ড ৰিচাৰ্ছ চেণ্টাৰ আৰু চানভেলী হস্পিতালৰ ১৫ তম বৰ্ষপূৰ্তি উপলক্ষে শুকুৰবাৰে গুৱাহাটীস্থ চিকিৎসালয় প্ৰাংগনত আয়োজিত দিনজোৰা কাৰ্যসূচীৰ মুকলি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট চিকিৎসক ডাঃ অতীন্দ্ৰ কুমাৰ অধিকাৰীয়ে। ২০০৩ চনতে পূৰ্ণাংগ মধুমেহ চিকিৎসা কেন্দ্ৰ হিচাপে আৰম্ভ কৰা চিকিৎসালয়খনে সুদীৰ্ঘ ডেৰ দশকৰ পৰিক্ৰমা সম্পূৰ্ণ কৰে শুকুৰবাৰৰ দিনটোত।

অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট চিকিৎসক ডাঃ অতীন্দ্ৰ কুমাৰ অধিকাৰীয়ে কয়, ‘’এটা দীৰ্ঘস্থায়ী সুস্থ জীৱনৰ বাবে চিকিৎসক নহয়, নিজৰ যত্নহে সৰ্বোপৰি। নিজৰ যতন অবিহনে নিৰোগী শৰীৰ অবান্তৰ বিষয়। এইক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে চানভেলী হস্পিতালে প্ৰতিদিনেই চেষ্টা কৰি আহিছে।‘’ অনুষ্ঠানত ডাঃ অধিকাৰীৰ লগতে হাস্পতালৰ অধ্যক্ষ ড০ ৰাজেন্দ্ৰ নাথ পাঠক, সঞ্চালক ক্ৰমে দ্বিপেন শৰ্মা, এ পাঠক, সুস্মিতা  মজুমদাৰ, ডাঃ বিকাশ ভট্টাচাৰ্য আৰু প্ৰভাস চৌধুৰীও উপস্থিত থাকে।

Apply Now

১৫ তম বৰ্ষপূৰ্তি উপলক্ষে পুৱাৰ ভাগতে সাধাৰণ ৰাইজৰ বাবে এক বিনামূলীয়া মধুমেহ পৰীক্ষা শিবিৰ আৰু বিনামূলীয়া বৃ্ক্ক (কিড্‌নী) পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়। ইয়াত প্ৰায় দুই শতাধিক লোকে অংশগ্ৰহণ কৰে। দুয়োটা চিকিৎসাৰ ক্ষেত্ৰত বাটকটীয়া হিচাপে অৱতীৰ্ণ হোৱা চিকিৎসালয়খনে সমগ্ৰ উত্তৰ-পূবৰ চিকিৎসাক্ষেত্ৰত এক বিশেষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে সম্প্ৰতি ৫০খন বিচনাযুক্ত চানভেলী হস্পিতালত আছে প্ৰায় সকলো ধৰণৰ চিকিৎসা সুবিধা। অত্যাধুনিক আইচিইউ, তিনিটাকৈ অস্ট্ৰোপচাৰ কক্ষৰ লগতে অভিজ্ঞ চিকিৎসকৰে সুসজ্জিত চিকিৎসালয়খনে মধুমেহ বিশেষ মাল্টিস্পেচিয়েলিটি হাস্পিতাল হিচাপে সুনাম অৰ্জন কৰিছে।

শেহতীয়াকৈ চিকিৎসালয়খনৰ বিশিষ্ট চিকিৎসক তথা ভৰিৰ শল্য চিকিৎসক ডাঃ সুধীৰ কুমাৰ জৈনৰ প্ৰচেষ্টাত আৰম্ভ কৰা হৈছে ‘চৰণ স্পৰ্শ’ নামৰ এক অভিলাসী প্ৰকল্প। তদুপৰি চিকিৎসালয়খনৰ নিজাববীয়া প্ৰচেষ্টাতে ২৩ এপ্ৰিলৰ দিনটোক ডায়েবেটিক ফুট ডে হিচাপে পালন কৰিবলৈ আৰম্ভ কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd