• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিজ-নমাটি গড়কাপ্তানি পথত কালভাৰ্ট নিৰ্মাণত ব্যাপক অনিয়ম, কাৰ্যব্যৱস্থা গ্ৰহণত প্ৰশাসনৰ অনীহাৰ অভিযোগ

প্ৰকাশ তালুকদাৰ by প্ৰকাশ তালুকদাৰ
June 4, 2018 5:33 pm
namati calvert
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজ-নমাটি গড়কাপ্তানি পথত থকা এটা কালভাৰ্ট নিৰ্মাণত কামটোৰ সৈতে জড়িত ঠিকাদাৰসকলে ব্যাপক অনিয়ম কৰাৰ অভিযোগ উত্থাপন কৰিছে নিজ-নমাটিৰ গাঁওবাসীয়ে। যোৱা ৪/৫ মাহ আগতে নিজ-নমাটি গড়কাপ্তানিপথ সংলগ্ন কদমতললৈ যোৱা মুখ্য পথটোত এটা কালভাৰ্ট নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ধন বৰমা সমষ্টিৰ বিধায়ক পুঁজিৰ পৰা আবণ্টন দিয়া হৈছিল। উক্ত কামটো নমাটি অঞ্চলৰ চিনাকী দিলীপ পাঠক, মাণিক ডেকা আৰু মহেশ ডেকাৰ তত্বাৱধানত চলি আছে।

কালভাৰ্টটো নিৰ্মাণৰ সৈতে জড়িত ঠিকাদাৰে পানীৰ তৰপৰ ২ ফুট ওপৰত ৰড অবিহনেই প্ৰায় ৩ ইন্সি ঢালাই দি ২২ ফুট প্ৰস্থৰ জানটোৰ  ওপৰেৰে ১০ ফুট বহলকৈ বেৰ বনাইছে।  প্ৰায় ৬ ফুট ওখ  এইবেৰ দুখনৰ নিৰ্মাণত অতি নিকৃষ্ট মানদণ্ডৰ ইটা আৰু ১০/১২ মি: মি: ৰড ব্যৱহাৰ কৰিছে। কনিষ্ঠ অভিযন্তা (J. E) উৎপল দাসৰ পৰা জানিব পৰা গৈছে যে নিৰ্মাণত ১৬ মি: মি: ৰড ব্যৱহাৰ কৰিবলৈ বিভাগীয়ভাৱে প্ৰসতুত কৰা নক্সাখনত নিৰ্দেশ দিয়া আছে।

Apply Now

তাৰোপৰি, ৩ দিন আগতে প্ৰস্তুত কৰি থোৱা ‘ড্ৰেগন চিমেণ্ট’ আৰু গোটা শিলেৰ প্ৰস্তুত মচলাৰে  এই নিৰ্মাণৰ কাম কৰা হৈছে। তাৰোপৰি এই কাম বৰষুণৰ মাজতে সম্পন্ন কৰা হৈছিল। নিৰ্মাণৰ পাচত এতিয়া সেই বেৰৰ গাত মোহাৰি দিলেই  মচলা উঠি আহে।

কামৰ এই নমুনাত ৰাইজ অসন্তুষ্ট হৈ পৰে আৰু তেওঁলোকে  মহকুমাধিপতি শ্ৰীমতী পামী ব্ৰহ্মলৈ লিখিতভাৱে আবেদনপত্ৰৰ জৰিয়তে এই বিষয়টোৰ সন্দৰ্ভত হস্তক্ষেপ গ্ৰহণ কৰাৰ দাবী তোলে।  উক্ত আবেদনপত্ৰত মহকুমাধিপতিগৰাকীয়ে স্বাক্ষৰ কৰি সেইখন খণ্ড উন্নয়ন বিষয়া (BDO) লৈ আগবঢ়াই দিয়ে। খণ্ড উন্নয়ন বিষয়াগৰাকীৰ আবৰ্তমানত আবেদনপত্ৰখন এইটো প্ৰকল্পৰ সৈতে জড়িত কনিষ্ঠ অভিযন্তাগৰাকীয়ে গ্ৰহণ কৰে। উল্লেখ্য যে এই কনিষ্ঠ অভিযন্তাগৰাকী আজিকোপতি নিৰ্মাণস্থানত উপস্থিত হোৱা নাই।

বিষয়টো সন্দৰ্ভত লিখিত অৱগত কৰা সত্তেও অজ্ঞাত কাৰণত  প্ৰয়োজনীয়  কাৰ্যব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত অনীহা প্ৰকাশ কৰিছে মহকুমা প্ৰশাসনে। সেয়েহে বিষয়টো সন্দৰ্ভত পুনৰ অভিযোগ দিয়াৰ বাবে আজি  ৰাইজৰ প্ৰতিনিধি কেইগৰাকীমান (লগতে এই প্ৰতিৱেদকো) মহকুমাধিপতিগৰাকীৰ ওচৰলৈ গৈছিল যদিও তেওঁৰ সাক্ষাৎ লাভ কৰা নগ’ল।

ঠিকাদাৰৰ গাফিলতি সন্দৰ্ভত অভিযোগ দিয়াৰ বাবে মহকুমাধিপতিগৰাকীৰ দ্বাৰস্থ হোৱাৰ পাছত মহকুমাধিপতিগৰাকীয়ে ৰাইজৰ প্ৰতিনিধিক সাক্ষাৎ কৰাৰ সদিচ্ছা নেদেখুৱাই বিষয়টো এক্তিয়াৰৰ ভিতৰত নপৰে বুলি জনাই দি অভিযোগটো মণ্ডলৰ ওচৰত দাখিল কৰাৰ উপদেশ দিয়ে।

মহকুমাধিপতিগৰাকীৰ পৰা আশানুৰূপ কাৰ্যব্যৱস্থা গ্ৰহণৰ কোনো সদিচ্ছা নেদেখি এতিয়া ৰাইজে বিষয়টো নিষ্পত্তি কৰাৰ বাবে নলবাৰী জিলা উপায়ুক্তৰ কাষ চপাৰ কথা চিন্তা কৰিছে।

প্ৰকাশ তালুকদাৰ

প্ৰকাশ তালুকদাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm
এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

July 9, 2026 7:31 pm
সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

July 9, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd