• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব নাগালেণ্ড

নিৰ্বাচনৰ পূৰ্বেই নাগা সমস্যাৰ সমাধান বিচাৰে নাগালেণ্ড বিধানসভাই

এন ই নাও নিউজ by এন ই নাও নিউজ
December 14, 2017 7:48 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগা ৰাজনৈতিক সমস্যাৰ সমাধান নিৰ্বাচনৰ পূৰ্বেই হোৱাটো বিচাৰিছে নাগালেণ্ডে। আজি নাগালেণ্ড বিধানসভাৰ দুদিনীয়া শীতকালীন অধিৱেশনৰ আৰম্ভণি দিনটোতে বিধানসভাই কেন্দ্ৰক নাগা ৰাজনৈতিক সংকটটোৰ এক সন্মানজনক আৰু গ্ৰহণযোগ্য সমাধান বিচাৰি উলিয়াবলৈ অনুৰোধ কৰাৰ সিদ্ধান্ত লয়। উল্লেখযোগ্য যে অহা মাৰ্চত নাগালেণ্ডত বিধানসভাৰ নিৰ্বাচন হোৱাৰ কথা। নাগা ৰাজনৈতিক সমস্যাটো সন্দৰ্ভত মত প্ৰকাশ কৰি মুখ্য মন্ত্ৰী টি আৰ জেলিয়াঙে কয় যে যোৱা ৭ ডিচেম্বৰত নাগালেণ্ড বিধায়ক ফ’ৰামে বৰ্তমানৰ সাংসদ তথা প্ৰাক্তন সাংসদসকলৰ সৈতে এখন সভাত মিলিত হৈছিল। উক্ত সভাত নাগা সমস্যাটো নিৰ্বাচনৰ পূৰ্বেই এটা সমাধান উলিয়াবলৈ কেন্দ্ৰক হেঁচা দিবৰ বাবে নাগালেণ্ড বিধানসভাৰ চলিত অধিৱেশনতে এটা প্ৰস্তাৱ ল’বলৈ আহ্বান জনাই এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। মুখ্য মন্ত্ৰীজনে কয় যে বিধানসভাই ভাৰত চৰকাৰে নাগাসকলৰ ৰাজনৈতিক সমস্যাৰ সমাধান কৰিবলৈ ক্ষিপ্ৰভাৱে লোৱা বিভিন্ন পদক্ষেপৰ শলাগ লৈছে, বিশেষকৈ যোৱা ২০১৫ চনৰ ৫ আগষ্টত ভাৰত চৰকাৰে এন এছ চি এন (আই-এম)ৰ সৈতে কৰা ফ্ৰেইমৱৰ্ক এগ্ৰিমেণ্টৰ আৰু লগতে পৰৱৰ্তী সময়ত ২০১৭ চনৰ ২৭ নৱেম্বৰত ভাৰত চৰকাৰে ছটা নাগা ৰাজনৈতিক গোটৰ সৈতে কৰা লিখিত চুক্তিৰ। মুখ্য মন্ত্ৰী জেলিয়াঙে লগতে কয় যে শীঘ্ৰে সমাধানৰ স্বাৰ্থত বিভিন্ন অংশীদাৰী পক্ষই নাগা ৰাজনৈতিক সমস্যাটোৰ মূল কথাবোৰত তেওঁলোকৰ মনোযোগ কেন্দ্ৰীভূত কৰি আছে। তেওঁ কয় যে বিধানসভা এই কথাত একমত যে বিষয়টোত আৰু পলম কৰি থকাৰ কোনো বাট নাই।

আনহাতে বিধানসভাই নিৰ্বাচন আয়োগক এইটো জনোৱাৰ সিদ্ধান্তও লয় যে নাগা সমস্যাটোৰ এটা সন্মানীয় আৰু গ্ৰহণযোগ্য চয়-নিশ্চয় নোহোৱালৈকে সাধাৰণ নিৰ্বাচনৰ তাৰিখ ঘোষণা নকৰে যেন। বিধানসভাই সকলো সমাজগোট, জনজাতীয় হোহো, গীৰ্জা আৰু অন্যান্য সংগঠনবোৰক এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ দৃষ্টিভংগিৰ সৈতে সহযোগিতা কৰিবলৈ আহ্বান জনায়। লগতে বিধানসভাই সকলো ৰাজনৈতিক দল আৰু নিৰ্দলীয় প্ৰাৰ্থীকে ‘নিৰ্বাচনৰ পূৰ্বেই সমাধান’ত দৃঢ়তা দেখুৱাবলৈও আহ্বান জনায়, যাতে ভাৰত চৰকাৰ আৰু ভাৰতৰ নিৰ্বাচন আয়োগৰ আগত বিষয়টো একতা দেখুৱাব পৰা যায়।

Apply Now

 

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd