• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নেপালৰ কাঠমাণ্ডুৰ চতুৰ্খ সংখ্যক ছাত্ৰ অলিম্পিকলৈ ওদালগুৰি জিলাৰ ১৭ অনূৰ্ধ্বৰ ১৪, ২২ অনূৰ্ধ্বৰ ৬ গৰাকী খেলুৱৈ নিৰ্বাচিত

ছাজিদ খান by ছাজিদ খান
April 1, 2018 10:30 pm
Football match

প্ৰতিনিধিত্বমূলক ছবি

117
VIEWS
Share on FacebookShare on Twitter

ওদালগুৰি জিলাৰ ইউ-১৭ৰ ১৪ জন যুৱক আৰু ইউ২২ৰ ৬ জন যুৱকে কাঠমাণ্ডুৰ ত্ৰিভূৱন বিশ্ববিদ্যালয়ৰ খেলপথাৰত আয়োজতি হ’ব লগীয়া চুতুৰ্থ সংখ্যক অলিম্পিকৰ ফুটবল খেলত ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰিব। উল্লেখযোগ্য এই প্ৰতিযোগিতাখনি ২ এপ্ৰিলৰ পৰা ৫ এপ্ৰিললৈকে অনুষ্ঠিত হ’ব।

এই কথা দেওবাৰে নৰ্থ ইষ্ট নাওৰ সাংবাদিকক ভাৰতীয় ছাত্ৰ অলিম্পিক সংস্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ ভৰদ্বাজে ফোনযোগে জনায়।

অসমৰ দলটোৰ এজন বিভাগীয় বিষয়াই জনোৱা মতে ১৭ বছৰ অনূৰ্ধ্বৰ ফুটবল দলটোৰ ১৪ গৰাকী খেলুৱৈ ওদালগুৰি জিলাৰ পৰা নিৰ্বাচিত হৈছে। নিৰ্বাচিত খেলুৱৈ কেইজন হ’ল নেপ’লিয়ন এন দৈমাৰী, উত্তম বড়ো, ফিলাও বড়ো, আশিক বড়ো, গোপিনাথ ৰাভা, বিকি বাগলাৰি, অভিজিৎ বসুমতাৰী, প্ৰমোদ কুমাৰ দৈমাৰী, প্ৰেয়াৰজিৎ বসুমতাৰী, প্ৰেমানুশ টপ্প, ইমানুৱেল দৈমাৰী, ইছমাইল দৈমাৰী আৰু প্ৰভূধন ওৰাং।

আনহাতে ২২ বছৰ অনূর্ধ্বৰ ফুটবল দলটোৰ খেলুৱৈ কেইজন হ’ল ক্ৰমে ৰাহুল দৈমাৰী, দিপাল বস, কুনাল নাৰ্জাৰী, প্ৰাঞ্জিত বসুমতাৰী, এন্দ্ৰিয় দৈমাৰী আৰু বনিফেচ বসুমতাৰী নিৰ্বাচিত হৈছে। লগতে এই দলটোত অংশ গ্ৰহণ কৰিব লগীয়া আনকেইজন খেলুৱৈ হ’ল ক্ৰমে হাৰিয়ানাৰ অক্সয় কুমাৰ আৰু ৰনবিৰ চাহাল, গুজৰাটৰ বিপীন পেটেল, দিল্লীৰ ৰাজেশ চৌধুৰী, মহাৰাষ্ট্ৰৰ ৰিটেশ সিন্ধি আৰু ঋতিক পাটিল, মধ্য প্ৰদেশৰ মনদ্বিপ পাৰ্কি, ত্ৰিপুৰাৰ ডি এছ দেৱ বৰ্মন আৰু মণিপুৰৰ এন নিলঞ্জয় সিং।

উল্লেখযোগ্য যে কাঠমাণ্ড়ুৰ চতুৰ্থ সংখ্যক ছাত্ৰ অলিম্পিকত ৭ খন দেশে অংশ গ্ৰহণ কৰিব। নেপাল, ভাৰত, বাংলাদেশ, ভূটান, শ্ৰীলংকা, পাকিস্তান আদি দেশৰ খেলুৱৈ এই অলম্পিকত অংশ গ্ৰহণ কৰিব। এই অলিম্পিকত ভলীবল, ফুটবল, আৰ্চাৰী আদি খেল হ’ব।

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd