• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নৰেন্দ্ৰ মোদীৰ ডিজিটেল ইণ্ডিয়াই ঢুকি পোৱা নাই কাৰ্বি আংলঙৰ ভিতৰুৱা অঞ্চল : অসম নাগৰিক সমাজ

মুকুট দাস by মুকুট দাস
June 21, 2018 7:00 pm
fe1c15c0-1f82-4cb9-bb2b-f9fa49323d1d
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অন্ধবিশ্বাসৰ কবলত পৰিয়েই নৃশংস হত্যাকাণ্ডৰ বলি হ’ল নীলোৎপল দাস আৰু অভিজিৎ নাথ। আঢ়ৈ ঘণ্টা ধৰি চলিছিল নীলোৎপল–অভিজিতক আক্ৰমণ কৰাৰ প্ৰস্তুতি। আজি গুৱাহাটী প্ৰেছ ক্লাবত অসম নাগৰিক সমাজে এখন সংবাদমেল আয়োজন কৰি এই তাৎপৰ্যমূলক মন্তব্য কৰে।

উল্লেখ্য যে সমগ্ৰ অসম জোকাৰি যোৱা ডকমকা কাণ্ডৰ পাছতে যোৱা ১৫ জুনত নাগৰিক সমাজৰ এটা প্ৰতিনিধি দলে কাৰ্বি আংলং জিলা পৰিদৰ্শন কৰিছিল। আৰু প্ৰতিনিধি দলটো তাৰ পৰা উভটি অহাৰ পাছত আজি গুৱাহাটী প্ৰেছ ক্লাবত নাগৰিক সমাজে এখন সংবাদমেলৰ আয়োজন কৰি এই কথা জানিবলৈ দিয়ে।

Apply Now

‘সোপাধৰাৰ উৰাবাতৰিক কেন্দ্ৰ কৰি অঞ্চলটোত পূৰ্বৰে পৰা এক আতংকময় পৰিৱেশে বিৰাজ কৰি আছিল। গাঁওৰক্ষী বাহিনী তথা গাঁওবুঢ়াই প্ৰশাসনক খবৰ দিয়াত অসহায় হৈ পৰিছিল। কিয়নো তেওঁলোকৰ হাতত কোনো ধৰণৰ পৰ্যাপ্ত যোগাযোগ ব্যৱস্থা নাছিল’। সংবাদমেলত এই মন্তব্য কৰে নাগৰিক সমাজৰ সম্পাদক পৰেশ মালাকৰে।

আনহাতে নাগৰিক সমাজৰ কাৰ্যকৰী সভাপতি অজিত কুমাৰ ভূঞাই কয়- ‘কাৰ্বি আংলঙৰ পুলিচ প্ৰশাসন অসহায়। থানা সমূহৰ অৱস্থাও তথৈবচ। চৰকাৰে এনে ধৰণৰ সমস্যা সমূহ দূৰ কৰাত কিয় ব্যৰ্থ’।

উল্লেখ্য যে প্ৰতিনিধি দলটোৱে ডিফুত বিভিন্ন দল–সংগঠন আৰু নাগৰিক সমাজৰ লগত ডকমকা কাণ্ড সম্পৰ্কত বিভিন্ন আলোচনা কৰে বুলিও জনায়। অঞ্চলটোত সোপাধৰাৰ দৰে উৰাবাতৰি আগৰ পৰাই চলি আছিল বুলি সংগঠন সমূহে প্ৰতিনিধি দলটোক জানিবলৈ দিয়ে।

দল সংগঠনৰ লগত আলোচনাত মিলিত হোৱাৰ পাছত প্ৰতিনধি দলটো নৃশংস হত্যাকাণ্ড সংঘটিত হোৱা অঞ্চলটোত উপস্থিত হোৱাৰ পাছত অঞ্চলবাসীয়ে ঘটনাটোৰ লগত জড়িত থকা লোকসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী তোলে।

মন কৰিবলগীয়া যে ডকমকাৰ এই নাৰকীয় ঘটনাৰ পাছত অসমৰ বিভিন্ন প্ৰান্তৰ লোকে কাৰ্বি লোকসকলক তথা কাৰ্বি আংলং জিলাক লৈ বিভিন্ন ধৰণৰ বিৰূপ মন্তব্য কৰাত কাৰ্বিসকল যথেষ্ট দুঃখিত হোৱা পৰিলক্ষিত হয়। তেওঁলোকে কাৰ্বি আৰু অনা কাৰ্বিৰ মাজত সদায় শান্তি-সম্প্ৰীতি তথা ঐক্য-সংহতিৰ পোষকতা কৰে বুলি সংবাদমেলত মন্তব্য কৰে।

ইফালে আজিৰ এই সংবাদমেলৰ জৰিয়তে ৰাজ্যত শীঘ্ৰে ডাইনীবিৰোধী আইন আৰু দলবদ্ধ হিংসা প্ৰতিৰোধৰ আইন প্ৰণয়ন কৰিব লাগে বুলি চৰকাৰক দাবী উত্থাপন কৰে।

গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত আজিৰ এই সংবাদমেলত নাগৰিক সমাজৰ কাৰ্যকৰী সভাপতি অজিত কুমাৰ ভূঞাৰ উপৰি উপ সভাপতি প্ৰশান্ত ৰাজগুৰু, সম্পাদক পৰেশ মালাকৰ, ভাস্কৰ্য শিল্পী বীৰেন সিংহৰ লগতে আন বিশিষ্ট লোকো উপস্থিত থাকে।

মুকুট দাস

মুকুট দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd