• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

নৰ্থ-ইষ্টাৰ্ণ ইণ্ডিৰা গান্ধী ৰিজনেল ইনষ্টিটিউট অৱ হেল্থ এণ্ড মেডিকেল ছায়েন্সত কৰ্মচাৰীৰ তীব্ৰ নাটনি

এন ই নাও নিউজ by এন ই নাও নিউজ
April 20, 2018 1:00 pm
NEIGHRIMS-570x320

ফাইল ফটো

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ৰ শ্বিলংস্থিত উত্তৰ-পূবৰ এখন আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠান নৰ্থ-ইষ্টাৰ্ণ ইণ্ডিৰা গান্ধী ৰিজনেল ইনষ্টিটিউট অৱ হেল্থ এণ্ড মেডিকেল ছায়েন্সত কৰ্মচাৰীৰ গভীৰ নাটনি হোৱা বুলি জানিব পৰা গৈছে।

২০০৫ চনৰ পৰা আজিলৈ চিকিৎসা প্ৰতিষ্ঠানখনত শিক্ষক আৰু অন্যান্য বিভিন্ন পদত মুঠ ২০৭ টা পদ খালী হৈ আছে বুলি পূব জয়ন্তীয়া পাহাৰৰ উমকিয়াং গাঁৱৰ অধিবক্তা কিনজাইমন আমছেই কৰা এক আৰ টি আই তথ্যত প্ৰকাশ পাইছে।

Apply Now

অধিবক্তাজনে কৰা আবেদনৰ উত্তৰত আৰ টি আয়ে প্ৰতিষ্ঠানখনত প্ৰায় ২৭ টা শিক্ষক বিভাগৰ পদ খালী হৈ থকা বুলি জানিবলৈ দিয়ে।

এই সমূহৰ ভিতৰত ব্লাড বেংক, জেনেৰেল মেডিচিন, জেনেৰেল চাৰ্জাৰী, হস্পিটেল এডমিনিষ্ট্ৰেশ্যন, মেডিকেল অনক’লজী, নেফ্ৰ’লজী, অবষ্টেট্ৰিকছ আৰু গায়নাক’লজীত ১০ টা সহযোগী প্ৰফেছৰৰ পদ আৰু অন্যান্য বিভাগত মুঠ ১৭ টা সহকাৰী প্ৰফেছৰৰ পদ খালী হৈ আছে।

ইয়াৰ উপৰি আৰ টি আয়ে উক্ত চিকিৎসালয় প্ৰতিষ্ঠানখনত অন্যান্য শাখাতো প্ৰায় ২১ টা পদ খালী হৈ থকা বুলি সদৰী কৰে।

আনহাতে গ্ৰুপ বিত ৩৪ টা আৰু গ্ৰুপ চিত মুঠ ১০৮ টা পদ খালী হৈ থকাৰ কথাও উক্ত আৰ টি আইত প্ৰকাশ পায়।

চিকিৎসালয়খনত চিকিৎসকৰ অভাৱৰ বাবে বহুতো সময়ত ৰোগীসকল বিনা চিকিৎসায়ে ঘৰলৈ উভতি আহিবলগীয়া হয় বুলি আৰ টি আই কৰ্মীজনে গুৰুতৰ অভিযোগ উত্থাপন কৰে।

আনহাতে চিকিৎসালয় কৰ্তৃপক্ষই খালী হৈ থকা পদসমূহত স্থায়ী নিযুক্তি প্ৰদানৰ বিপৰীতে ঠিকাভিত্তিক পদত হে নিযুক্তি প্ৰদান কৰা বুলি মন্তব্য কৰে আৰ টি আই কৰ্মী আমছে। চিকিৎসালয় প্ৰতিষ্ঠানখনত বিভিন্ন বিভাগত বৰ্তমানলৈ সৰ্বমুঠ ৫১ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীয়ে চাকৰি কৰি আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd