• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘নৰ্থ ইষ্ট নাও’ৰ সাংবাদিকলৈ আগবঢ়োৱা হৈছে ২০১৮-১৯ বৰ্ষৰ অসম মিডিয়া ফেল’শ্বিপ বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 20, 2018 10:44 am
dipr-assam-570x320

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জ্যেষ্ঠ সাংবাদিক তথা নৰ্থ ইষ্ট নাওৰ চীফ কপি এডিটৰ আচিফ ইব্ৰাহিমে তথ্য আৰু জনসংযোগ বিভাগৰ অধীনত ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাবে মিডিয়া ফেল’শ্বিপ বঁটাৰ বাবে নিৰ্বাচিত ২০ গৰাকী সাংবাদিকৰ মাজত স্থান লাভ কৰিছে।

গুৱাহাটীৰ দিচপুৰত থকা অসম সচিবালয়ৰ তথ্য আৰু জনসংযোগ বিভাগৰ অতিৰিক্ত মুখ্য সচিবৰ কাৰ্যালয় কক্ষত অনুষ্ঠিত হোৱা নিৰ্বাচনী সমিতিৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Apply Now

তথ্য আৰু জনসংযোগ বিভাগৰ অতিৰিক্ত মুখ্য সচিবৰ ড০ এ কে সিঙৰ অধ্যক্ষতাত তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক ৰাজীৱ প্ৰকাশ বৰুৱা, তথ্য আৰু জনসংযোগ বিভাগৰ উপ সচিব হেমন্ত পেগুৰ লগতে চাৰিগৰাকী বিশেষজ্ঞ ‘সাদিন’ৰ সম্পাদিকা অনুৰাধা শৰ্মা পূজাৰী, ‘প্ৰাগ নিউজ’ৰ কাৰ্যবাহী সম্পাদক দিগন্ত ওজা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক চন্দন কুমাৰ গোস্বামী আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড০ তৃষা দুৱৰা বৰুৱা বৈঠকত উপস্থিত আছিল।

media-fellowship-213x300

মিডিয়া ফেল’শ্বিপৰ বাবে নিৰ্বাচিত হোৱা সাংবাদিকসকল হৈছে ক্ৰমে : পুলক কুমাৰ ডেকা, শোণিতপুৰ (নিউজ লাউভ), বাবুল কুমাৰ বৰুৱা, শিৱসাগৰ (দৈনিক জনমভূমি), শাংকব কৌশিক বৰুৱা, যোৰহাট (দৈনিক জনমভূমি), নয়ন প্ৰতীম কুমাৰ, গুৱাহাটী (প্ৰতিদিন টাইম), উৎপল ভাগৱতী, গুৱাহাটী (দৈনিক জনমভূমি), কৌস্তভ কাকতি, গুৱাহাটী (প্ৰতিদিন টাইম), প্ৰনৱজ্যোতি ফুকন, তিনিচুকীয়া (দৈনিক জনমভূমি), বন্যা বৰুৱা, গুৱাহাটী (মুক্ত সাংবাদিক), চিত্ৰলেখা বৰুৱা, গুৱাহাটী (মুক্ত সাংবাদিক), সুস্মিতা গোস্বামী, গুৱাহাটী (ইউ এন আই), আচিফ ইব্ৰাহিম, গুৱাহাটী (নৰ্থইষ্ট নাও), সঞ্জু বৰা, কাৰ্বি আংলং (আমাৰ অসম), অনুপ শৰ্মা, গুৱাহাটী (দ্য পাইঅ’নিয়াৰ), হীৰেন শৰ্মা, গুৱাহাটী (অসমীয়া প্ৰতিদিন), ধ্ৰুৱজ্যোতি বৰুৱা, গুৱাহাটী (আছাম টক্ছ), বিজয় শংকৰ বৰা, গুৱাহাটী (দ্য ট্ৰিবিউন), বিপুল বৰ্মন, গুৱাহাটী (নিউজ ১৮, আছাম), মুনীন্দ্ৰ শইকীয়া, নগাঁও (অসমীয়া খৱৰ), ৰুৱী দাস, গুৱাহাটী (দৈনিক জনমভূমি) আৰু গীতালি শইকীয়া, গুৱাহাটী (নিয়মীয়া বাৰ্তা)।

উল্লেখযোগ্য যে ফেল’শ্বিপ বঁটাৰ বাবে মুঠতে ৬৬ খন আৱেদন লাভ কৰিছিল বিভাগে।

তথ্য আৰু জনসংযোগ বিভাগে প্ৰথমবাৰৰ বাবে সাংবাদিকসকলৰ বৃত্তিগত দক্ষতা বৃদ্ধি কৰাত সহায় কৰা আৰু সাংবাদিকতাত তেওঁলোকৰ জ্ঞান বৃদ্ধিত সহায় কৰাৰ উদ্দেশ্যে  ‘সাংবাদিকৰ বাবে ফেল’শ্বিপ আঁচনি’ আৰম্ভ কৰিছে।

এই আঁচনিৰ অধীনত প্ৰতি বছৰে ৫০,০০০ টকাকৈ ২০ টা ফেল’শ্বিপ বঁটা সাংবাদিকলৈ আগবঢ়োৱা হ’ব।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অহা ২৩ মে’ত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া এটি অনুষ্ঠানত নিৰ্বাচিত ২০ গৰাকী সাংবাদিকক আনুষ্ঠানিকভাৱে পত্ৰ প্ৰদান কৰিব।

অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গক মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধি প্ৰদানৰ সিদ্ধান্ত অসম সাহিত্য সভাৰ

জুবিন গাৰ্গক মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধি প্ৰদানৰ সিদ্ধান্ত অসম সাহিত্য সভাৰ

July 12, 2026 9:15 pm
প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

July 12, 2026 8:22 pm
গুৱাহাটীত পুনৰ কৃত্ৰিম বানৰ সংহাৰ! নেৰানেপেৰা বৰষুণত জলমগ্ন গুৱাহাটীৰ একাধিক প্ৰান্ত;

গুৱাহাটীত পুনৰ কৃত্ৰিম বানৰ সংহাৰ! নেৰানেপেৰা বৰষুণত জলমগ্ন গুৱাহাটীৰ একাধিক প্ৰান্ত;

July 12, 2026 7:45 pm
সাজেই-দগাঁও চ’কত ‘ৰিতুৰাজ আই কেয়াৰ’ আনুষ্ঠানিকভাৱে উদ্বোধন

সাজেই-দগাঁও চ’কত ‘ৰিতুৰাজ আই কেয়াৰ’ আনুষ্ঠানিকভাৱে উদ্বোধন

July 12, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গক মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধি প্ৰদানৰ সিদ্ধান্ত অসম সাহিত্য সভাৰ

জুবিন গাৰ্গক মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধি প্ৰদানৰ সিদ্ধান্ত অসম সাহিত্য সভাৰ

July 12, 2026 9:15 pm
প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

July 12, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd