• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চায়ত নিৰ্বাচনত অকলেই যুঁজিব অগপই : স্থিতি স্পষ্ট কৰিলে সভাপতি অতুল বৰাই

এন ই নাও নিউজ by এন ই নাও নিউজ
July 9, 2018 8:12 am
AGP-Presedent-ATUL-BORA-570x320

ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অগপ দলৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাই নিজ দলৰ স্থিতি স্পষ্ট কৰি পঞ্চায়ত নিৰ্বাচনত অকলেই যুঁজ দিয়াৰ কথা সদৰী কৰিছে। ইপিনে পঞ্চায়ত নিৰ্বাচনত আঞ্চলিক দলটোৰ সৈতে মিত্ৰতাৰ সুযোগ বিচাৰি থকা বিজেপিৰ বাবে ই অস্বস্তিৰ কাৰণ হৈ পৰাৰ সম্ভৱনা আছে।

সাংবাদিকৰ সৈতে বাৰ্তালাপত অতুল বৰাই কয় যে পঞ্চায়ত নিৰ্বাচনত অগপই অকলে অৱতীৰ্ণ হ’ব। দলটোৱে ইতিমধ্যে সাংগঠনিক ভেটি সুদৃঢ় কৰি তোলাৰ দাবী কৰি বিগত সময়ছোৱাত তৃণমূল পৰ্যায়ত দলক শক্তিশালী কৰি তোলাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি বৰাই ব্যক্ত কৰে।

Apply Now

আগন্তুক পঞ্চায়ত নিৰ্বাচনত দলটোৱে যথেষ্ট ভাল ফলাফল প্ৰদৰ্শন কৰিব বুলি দল নিশ্চিত হৈছে। সেয়েহে অগপই আন কোনো দলৰে সৈতে মিত্ৰতা কৰাৰ কথা চিন্তা কৰা নাই। অগপৰ সভাপতিগৰাকীৰ এনে স্পষ্ট স্থিতিয়েই বিজেপিৰ সৈতে মিত্ৰতাৰ সম্ভাৱনাক নস্যাৎ কৰিলে।

বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ দুবছৰীয়া কাৰ্যকালত ৰাইজৰ আশা-আকাংখা পূৰণত ব্যৰ্থ হোৱাৰ পিছত আঞ্চলিক দলটোৰ সৈতে যদি মিত্ৰতা অক্ষুন্ন নাথাকে তেতিয়া বিজেপিৰ বাবে পয়মালৰ সৃষ্টি হোৱাটো একপ্ৰকাৰ নিশ্চিত।

আনহাতে, অগপ-বিজেপিৰ মিত্ৰতা প্ৰসংগটো সিদ্ধান্ত লোৱাৰ বাবে গঠন কৰা নীতি নিৰ্ধাৰণ কমিটিৰ পৰা অধ্যক্ষ প্ৰশান্ত ফুকনে পদত্যাগ কৰাৰ পিছত বিষয়টো জটিল হৈ পৰিছে। যদিও দলীয়ভাৱে প্ৰশান্ত ফুকনৰ পদত্যাগৰ কথা অস্বীকাৰ কৰা হৈছে, প্ৰশান্ত ফুকনে কিন্তু তেওঁ পদত্যাগ কৰা কথাটো ইতিমধ্যে স্পষ্ট কৰি দিছে।

এতিয়া বিজেপিৰ আভ্যন্তৰীণ কন্দলে দলটোক আগন্তুক পঞ্চায়ত নিৰ্বাচনত শলঠেকত পেলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আনহাতে, পঞ্চায়ত নিৰ্বাচনত ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হ’লে পৰৱৰ্তী লোকসভা নিৰ্বাচনতো আঞ্চলিক দলটোৱে কেইবাখনো আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সম্ভাৱনা আছে। লোকসভা নিৰ্বাচনতো যদি অগপ-বিজেপিৰ মিত্ৰতা অটুট নাথাকে তেতিয়া গেৰুৱা দলটোৰ বাবে আগন্তুক সময় বৰ সুখকৰ ন’হব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

July 26, 2026 3:46 pm
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

July 26, 2026 11:33 am
চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

July 26, 2026 3:46 pm
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd