• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মণিপুৰ

পদ্মশ্ৰী বিজয়ী দুই মণিপুৰী মহিলাক শুভেচ্ছা জ্ঞাপন মুখ্য মন্ত্ৰী এন বীৰেন সিঙৰ 

চভাপতি চামম by চভাপতি চামম
January 27, 2018 11:21 am
মণিপুৰ মুখ্য মন্ত্ৰী এম বীৰেন সিঙ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ ছৈখম মীৰাবাই চানু আৰু লাংপক্লাকপাম সুবাদনি দেৱীলৈ আগবঢ়োৱা ২০১৮পদ্মশ্ৰী বঁটাৰ বাবে শুকুৰবাৰে মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙে দুয়োগৰাকীকে শুভেচ্ছা জ্ঞাপন কৰিছে।

ছৈখম মীৰাবাই চানু আৰু লাংপক্লাকপাম সুবাদনি দেৱীয়ে ভাৰতৰ আটাইতকৈ সন্মানীয় বঁটাটো লাভ কৰাৰ বাবে সমগ্ৰ মণিপুৰবাসীয়ে গৌৰাৱাণ্বিত অনুভৱ কৰিছে বুলি মুখ্য মন্ত্ৰীয়ে শুভেচ্ছা বাৰ্তাৰ জৰিয়তে কয়।

Apply Now

ছৈখম-মীৰাবাই-চানু

উল্লেখযোগ্য যে ২০১৭ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আনাহেয়েমত অনুষ্ঠিত হোৱা চিনিয়ৰ বিশ্ব ভাৰত্তোলন প্ৰতিযোগিতাৰ ৪৮ কিলোগ্ৰাম শাখাত ছৈখম মীৰাবাই চানুৱে স্বৰ্ণ পদক বুটলিবলৈ সক্ষম হৈছিল। দুটা দশকৰ পিছত স্বৰ্ণ পদক অৰ্জন কৰি এনে কৃতিত্ব লাভ কৰা ছৈখম মীৰাবাই চানুৱে হৈছে প্ৰথম ভাৰতীয় মহিলা ভাৰত্তোলক।

৪৮ কিলোগ্ৰাম শাখাৰ বিশ্ব চেম্পিয়ন ছৈখম মীৰাবাই চানু সম্প্ৰতি ভাৰতীয় ৰে’লৱে বিভাগত কৰ্মৰত।

আনহাতে বোৱাকটা শিপিনী লাংপক্লাকপাম সুবাদনি দেৱীকো শুভেচ্ছাবাৰ্তাৰ জৰিয়তে মুখ্য মন্ত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰে। শুভেচ্ছা বাৰ্তাত উল্লেখ কৰে যে হস্ততাঁত শিল্পক উদগণি জনোৱা আৰু পৰম্পৰাগত ভাবে তৈয়াৰী কাপোৰ সংৰক্ষিত কৰাৰ যি নিৰন্তৰ প্ৰচেষ্টা কৰি আছে, তাৰ বাবে এই শিপিনীগৰাকীয়ে ‘সন্ত কবিৰ’ বঁটাৰ লগতে বহুতো সন্মানীয় বঁটা পাবলৈও সক্ষম হৈছে।

পৰম্পাৰাগত মহিলা পোচাক ‘ৱাংখেই ফি’ত নিজৰ উদ্ভাৱণী ‘লামথাং খুঠাট’ ডিজাইন প্ৰস্তুত কৰাৰ বাবে ১৯৯৩ চনতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা পোৱা সুবাদনি দেৱীয়ে ১৯৯২ চনত মণিপুৰ ৰাজ্যিক মেৰিট এৱাৰ্ডো লাভ কৰিছিল।

 লাংপক্লাকপাম সুবাদনি দেৱী

এই বঁটাৰ জৰিয়তে মহিলা দুগৰাকীয়ে পুনৰ প্ৰমাণ কৰি দিলে যে মণিপুৰ কলা আৰু সংস্কৃতিৰ ক্ষেত্ৰত বহু আগবঢ়া আৰু ইতিমধ্যে দেশৰ ভিতৰতে মণিপুৰ শক্তিশালী ক্ৰিড়া ৰাজ্য হিচাপে প্ৰতিষ্ঠিত হৈছে।

ভৱিষ্যতত মণিপুৰক গৌৰাৱাণ্বিত কৰা এই দুগৰাকী মহিলাই নিজৰ জীৱনত আৰু অধিক সফলতা কঢ়িয়াই আনক তাৰ বাবেও শুভেচ্ছা প্ৰদান কৰে।

শুকুৰবাৰে টুইটযোগে মুখ্য মন্ত্ৰীয়ে কয়, ‘ছৈখম মীৰাবাই চানু আৰু লাংপক্লাকপাম সুবাদনি দেৱীয়ে ২০১৮পদ্মশ্ৰী বঁটা লাভ কৰি আমাক গৌৰাৱাণ্বিত কৰা বাবে তেওঁলোকক শুভেচ্ছা আৰু অভিবাদন জ্ঞাপন কৰিলো’।

ক্ৰীড়া আৰু হস্ততাঁত ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ স্বীকৃতি হিচাপে কেন্দ্ৰীয় চৰকাৰে মণিপুৰৰ ছৈখম মীৰাবাই চানু আৰু লাংপক্লাকপাম সুবাদনি দেৱীক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিব।

চভাপতি চামম

চভাপতি চামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd