• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পে’ট্রল-ডিজেলৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱৰা জনপ্ৰতিনিধিয়ে বৃদ্ধি কৰি ল’ব ভ্ৰমণ বানচ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 23, 2018 1:39 pm
Assam-Secretariat-678x381

প্ৰতিনিধিত্বমূলক চিত্ৰ

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পে’ট্রল-ডিজেলৰ দাম বৃদ্ধিয়ে সাধাৰণ ৰাইজক চকুৰে সৰিয়হফুল দেখুৱাইছে যদিও চৰকাৰৰ তালৈ কোনো ভ্ৰূক্ষেপ নাই চৰকাৰ গঠন কৰি বহি থকা জনপ্ৰতিনিধিসকলৰ। নিজৰ ক্ষমতাৰে তেওঁলোকে মাথো নিজৰ এই অতিৰিক্ত খৰচ (পে’ট্রল-ডিজেলৰ দাম বৃদ্ধিৰ বাবে হোৱা)ৰ নামত বঢ়াই ল’ব খুজিছে ভ্ৰমণ বানচ। এয়াই আমাৰ জনপ্ৰতিনিধি।

বোধহয়, চাৰিওফালে মূল্যবৃদ্ধিৰ, বিশেষকৈ পে’ট্রল-ডিজেলৰ আকাশলংঘী দামৰ প্ৰতিবাদ হৈ থকা সত্ত্বেও তাত কৰিব লগীয়া একো নাই বুলি ধৰি লৈছে জনপ্ৰতিনিধিসকলে।

Apply Now

তাৰ পৰিৱৰ্তে, ৰাজ্যৰ জনপ্রতিনিধিসকল ভ্রমণ বানচ বৃদ্ধি কৰিবলৈ তৎপৰ হৈ পৰা বুলিহে এটা সূত্ৰৰ পৰা গম পোৱা গৈছে।

বিধানসভাত ২২ মে’ত অনুষ্ঠিত ‘এলামুনাছ কমিটী’ৰ বৈঠকত বিধায়কৰ ভ্রমণ বানচ প্রতি কিল’মিটাৰত ৮ টকাৰ পৰা ১৫ টকালৈ বৃদ্ধি কৰিবলৈ প্রস্তাৱ গ্রহণ কৰা হয়৷ মন কৰিব লগীয়া যে জনসাধাৰণৰ পক্ষত থাকি মাত মতাৰ নাটক কৰি থকা বিৰোধী বিধায়কসকলেও এই প্ৰস্তাৱত একেকোবে সমৰ্থন জনায়। বৈঠকত অংশ লোৱা শাসক-বিৰোধীৰ সকলো বিধায়কে ইয়াক সমৰ্থন কৰে। তেওঁলোকে পে’ট্রল-ডিজেলৰ আকাশলংঘী দাম বৃদ্ধিৰ বাবে ভ্ৰমণ ব্যয় বৃদ্ধি পোৱা বুলি কয়।

খুব সোনকালেই এলামুনাছ কমিটীয়ে বিধানসভাৰ অধ্যক্ষৰ জৰিয়তে চৰকৰৰ ওচৰত হেঁচা প্রদান কৰাৰ কথা।

মন কৰিব লগীয়া যে ইতিপূৰ্বে কেবিনেট প্রস্তাৱৰ পাছত যোৱা ৬ এপ্রিলত অসম বিধানসভাই মন্ত্রী-বিধায়কৰ খৰচ বৃদ্ধি সম্পর্কীয় বিধেয়কত অনুমোদন জনাইছিল ৷

বিজেপিৰ বিধায়ক প্রশান্ত ফুকনৰ অধ্যক্ষতাত গঠিত ‘এলামুনাছ কমিটী’ৰ বৈঠকখনত গৃহীত এই প্রস্তাৱ চৰকাৰ আৰু বিত্ত বিভাগৰ অনুমোদনৰ পিছতেই কাৰ্য্যকৰী হ’ব।

উল্লেখ কৰিব পাৰি যে যোৱা ৬ এপ্ৰিলত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিনটোত মন্ত্ৰী-বিধায়কৰ দৰমহা সম্পৰ্কীয় বিধেয়ক গ্ৰহণ কৰি মন্ত্ৰী-বিধায়কসকলৰ দৰমহা প্ৰায় ৫০ শতাংশ বৃদ্ধি কৰা হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd