• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক অসাংবিধানিক ভাষাৰে সমালোচনা কৰাৰ অধিকাৰ ৰিপুন বৰাৰ নাই : মেঘনা হাজৰিকা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 9, 2018 10:56 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘জনসাধাৰণৰ বিপুল সমৰ্থন, আস্থাৰ ভোটত জয়ী হৈ ভাৰতৰ প্ৰধান মন্ত্ৰীৰ পদ অলংকৃত কৰা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক অসংসদীয় ভাষাৰে সমালোচনা কৰাৰ অধিকাৰ ৰিপুণ বৰাৰ নাই।’ -এক প্ৰেছ বিবৃতিযোগে এই কথা প্ৰকাশ কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ মেঘনা হাজৰিকাই।

অবশ্যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই কি অসংসদীয় ভাষাৰে নৰেন্দ্ৰ মোদীক সমালোচনা কৰিলে সেই কথা নিৰ্দিষ্টকৈ কোৱা নাই বিজ্ঞপ্তিখনত।

Apply Now

তদুপৰি তেওঁ প্ৰেছ বিবৃতিটোত উল্লেখ কৰে, ‘কংগ্ৰেছ দলৰ মিথ্যাচাৰ, দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বাবেই দেশৰ জনসাধাৰণে ত্যাগ কৰিছে। সাধাৰণ জনতাই কংগ্ৰেছৰ কাৰ্য্য-কলাপবোৰ ভালদৰে বুজি পাইছে।’

আনহাতে, মুখপাত্ৰগৰাকীয়ে মোদী চৰকাৰক প্ৰশংসা কৰি বিজ্ঞপ্তিখনত কয় যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ জনকল্যাণমুখী কাৰ্য্য-কলাপবোৰ তথা আঁচনিসমূহ দেখি কংগ্ৰেছ দলৰ থৰকাচুটি হেৰাইছে। সেয়েহে যিহকে পাই তিহকে বলকিবলৈ আৰম্ভ কৰিছে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিজ্ঞপ্তিখনত মুখপাত্ৰগৰাকীয়ে সদৰী কৰা অনুসৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শাসনভাৰ হাতত লৈয়ে ভাৰতৰ প্ৰতিজন নাগৰিকে সম-অধিকাৰ, সম বিকাশৰ সুবিধা দিছে। জনসাধাৰণৰ বিকাশৰ বাবে ‘সবকা সাথ সবকা বিকাশ’ এই মূল মন্ত্ৰৰে কাম কৰি আহিছে।‘

অন্যহাতেদি প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙক ছোনিয়া গান্ধীৰ বুটাম টিপা ৰবটৰ সৈতে তুলনা কৰি কয় যে ড০ মনমোহন সিঙৰ নেতৃত্বক দেশৰ জনপ্ৰিয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ তুলনা নিশ্চয় ভাৰতৰ জনসাধাৰণে কৰিব বা কৰিছে।

বিজেপি মুখপাত্ৰ মেঘনা হাজৰিকাৰ সৈতে নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয়,  ‘প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই প্ৰমাণ কৰক অনুসূচিত জাতি-জনজাতিৰ মন্ত্ৰী-সাংসদৰ মুখ বন্ধ কৰি ৰখা কথাটো। কংগ্ৰেছে য’তে-ত’তে যি-টি কথা কোৱা আৰম্ভ কৰিছে, তেওঁলোকৰ কথাবোৰ তথ্যবিহীন।‘

আনহাতে ৰিপুণ বৰাই উচ্চতম ন্যায়ালয়ে অনুসূচিত জাতি-জনজাতিৰ সন্দৰ্ভত প্ৰদান কৰা ৰায়ক লৈ  অহা ১২ এপ্ৰিলত বিজেপি দলৰ সমগ্ৰ দেশভিত্তিক অনশন ৰখাটো সাপ হৈ খুঁটা আৰু বেজ হৈ জৰা বুলি কৰা মন্তব্যৰ বিৰোধিতা কৰি মুখপাত্ৰ হাজৰিকাই কয়, ‘এইটো তেনেকুৱা কথা নহয়। ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সমস্যাসমূহ সাপ হৈ খুঁটা বেজ হৈ জৰা কথা নহয়, কোনো জাতি-জনজাতি সমস্যাৰ সন্মুখীন হ’লে দলৰ ফালৰ পৰা প্ৰতিবাদ কৰাটো আমাৰ দায়িত্ব। ভাৰতীয় জনতা পাৰ্টী জনসাধাৰণৰ সমৰ্থনত গঠন হোৱা দল, গতিকে অনুসূচিত জাতি-জনজাতিৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ যি ৰায় দিছে তাৰ ভিত্তিতহে এই অনশন কাৰ্য্যসূচী ৰখা হৈছে। কংগ্ৰেছে কোনো কথাৰে যুক্তিসংগতভাবে প্ৰমাণ কৰিব নোৱাৰে তথা প্ৰত্যুত্তৰ দিব নোৱাৰে বাবে যি-টি বলকি থাকে।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd