• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে যোগ দিলে বিজেপিত, অন্য ৰাজ্যৰ দৰেই নাগালেণ্ডতো বিজেপিৰ ‘মুক্ত দুৱাৰ নীতি’

এন ই নাও নিউজ by এন ই নাও নিউজ
January 23, 2018 8:03 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা কে এল চিচিয়ে আজি বিজেপিত যোগদান কৰে।

উত্তৰ-পূবৰ দায়িত্বত থকা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদকৰ উপস্থিতিত ডিমাপুৰৰ এখন হোটেলত আয়োজিত এক অনুষ্ঠানত নেতাজনে বিজেপিত যোগদান।

Apply Now

চিচিয়ে যোৱা ২০ জানুৱাৰিত কংগ্ৰেছৰপৰা পদত্যাগ কৰিছিল।

১৯৯০ৰ দশকত খুব কম সময়ৰ বাবে মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা প্ৰৱীন নেতাজনে আগন্তুক নিৰ্বাচনত তেওঁৰ পূৰ্বৰ ৩২ এ’/চি আট’ইজু সমষ্টিৰপৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি সদৰী কৰে। ২০০৮ চনৰ নিৰ্বাচনত তেওঁ ডিমাপুৰ ১ সমষ্টিৰপৰা কংগ্ৰেছৰ হৈ বিজয়ী হৈছিল।

আনহাতে কালি বিধানসভাৰ পৰা পদত্যাগ কৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপদেষ্টা জেকব ঝিম’মিয়েও গেৰুৱা দলটোত যোগ দিয়াৰ কথা।

এই সন্দৰ্ভত নিৰ্দলীয় বিধায়ক জেকবে কোনো মন্তব্য কৰা নাই যদিও বিজেপি সূত্ৰই তেওঁ বিজেপিত যোগদান কৰিব বুলি দাবী কৰিছে।

এতিয়ালৈকে এনপিএফৰ দুজন আৰু নিৰ্দলীয় এজনকে ধৰি মুঠ ৩ জন বিধায়কে ৰাজ্যিক বিধানসভাৰ পৰা পদত্যাগ কৰিছে। ইয়াৰ পূৰ্বে নাগালেণ্ডৰ প্ৰাক্তন গৃ্হ মন্ত্ৰী ৱাই পাটন আৰু প্ৰাক্তন উপদেষ্টা ভিখ’ য়’শ্বুয়ে বিধানসভাৰ পৰা পদত্যাগ কৰিছিল।

পাটনে বিজেপিত যোগ দিয়াৰ বিপৰীতে ভিখ’ই এন ডি পি পি (Nationalist Democratic Progressive Party)ত যোগদান কৰিব বুলি জানিব পৰা গৈছে।

এই পদত্যাগসমূহৰ পিছত নাগালেণ্ড বিধানসভাৰ সদস্যসংখ্যা ৫৬ জনলৈ হ্ৰাস পালে। আনহাতে প্ৰাক্তন মন্ত্ৰী কিয়ানিয়েলি পাৰ্চেয়িৰ মৃত্যুৰ পিছত পশ্চিম আংগামী সমষ্টিটো খালী হৈ আছে।

ইফালে নাগালেণ্ড বিজেপিয়ে অন্য দুজন প্ৰাৰ্থিত্বপ্ৰয়াসী কাচিহ’ চাংটাম (৫৯ চেয়চুং চিটিমি সমষ্টি)আৰু কেচ’বিকো (৩৩ চুৰুহ’টু সমষ্টি)নিজ দললৈ আনিছে।

এক প্ৰেছ বিবৃতিযোগে ৰাজ্যিক বিজেপিয়ে জনোৱা অনুসৰি এই দুজন নেতাই কেন্দ্ৰীয় মন্ত্ৰী তথা নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ দায়িত্বত থকা কিৰেন ৰিজিজু আৰু বিজেপিৰ ৰাজ্যিক সম্পাদক ভিচাচ’লি লৌংগুৰ উপস্থিতিত ১৯ জানুৱাৰিত গুৱাহাটীত দলটোত যোগ দিয়ে। বিবৃতিটোত লগতে কোৱা হৈছে যে ৰাজ্যখনত দলটোৰ অনুকূলে ‘সোনকালেই আৰু বহু তাৎপৰ্য্যপূৰ্ণ ঘটনা’ ঘটিব।

দলটোত যোগ দিব খোজা যিকোনো নতুন ব্যক্তিকে কোনো পূৰ্ব-চৰ্ত নোহোৱাকৈ দলটোলৈ আদৰণি জনোৱাৰ ক্ষেত্ৰত মোককচাঙত হোৱা দলটোৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহকত গ্ৰহণ কৰা ‘মুক্ত দুৱাৰ নীতি’ৰ বিষয়েও বিজেপিয়ে উল্লেখ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

July 18, 2026 5:41 pm
অসমত হ্ৰাস পালে নিট উত্তীৰ্ণৰ হাৰ! উত্তৰ-পূবৰ ভিতৰত শীৰ্ষত থাকিলেও পূৰ্বৰ তুলনাত পিছহুঁহকিলে ৰাজ্যৰ শিক্ষাৰ্থী

অসমত হ্ৰাস পালে নিট উত্তীৰ্ণৰ হাৰ! উত্তৰ-পূবৰ ভিতৰত শীৰ্ষত থাকিলেও পূৰ্বৰ তুলনাত পিছহুঁহকিলে ৰাজ্যৰ শিক্ষাৰ্থী

July 18, 2026 5:33 pm
মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

July 18, 2026 4:05 pm
টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

July 18, 2026 2:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

July 18, 2026 5:41 pm
অসমত হ্ৰাস পালে নিট উত্তীৰ্ণৰ হাৰ! উত্তৰ-পূবৰ ভিতৰত শীৰ্ষত থাকিলেও পূৰ্বৰ তুলনাত পিছহুঁহকিলে ৰাজ্যৰ শিক্ষাৰ্থী

অসমত হ্ৰাস পালে নিট উত্তীৰ্ণৰ হাৰ! উত্তৰ-পূবৰ ভিতৰত শীৰ্ষত থাকিলেও পূৰ্বৰ তুলনাত পিছহুঁহকিলে ৰাজ্যৰ শিক্ষাৰ্থী

July 18, 2026 5:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd