• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব নাগালেণ্ড

প্ৰাপ্য কৃতিত্ব দিয়াৰ বাবে নাগালেণ্ড চৰকাৰক দাবী জনালে এন পি এফে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 9, 2018 9:58 pm
NPF-office-in-Kohima-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগালেণ্ডৰ বিৰোধী দল এন পি এফে আজি এটা বিবৃতিত কয় যে মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’ৰ নৱগঠিত পি ডি এ (People’s Democratic Alliance) চৰকাৰে তেওঁলোকক তেওঁলোকৰ প্ৰাপ্য কৃতিত্ব দিয়া উচিত আৰু ভুৱা দাবীৰে গোটেই কৃতিত্ব হস্তগত কৰা অনুচিত।

দলটোৱে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনলৈ ১৮৫.০০ কোটি টকা মুকলি কৰি দিয়াৰ পিছতে এই বিবৃতিটো দিছিল। এন পি এফে তেওঁলোকৰ বিবৃতিটোত কয় যে ২০১৭-১৮ চনৰ বাবে দিয়া বিশেষ অনুদানটো, যিটো নাগালেণ্ডৰ বাবে এই ধৰণৰ প্ৰথম অনুদান, সংবিধানৰ খণ্ড 9 আৰু 9(a)ত অন্তৰ্ভুক্ত নোহোৱা শিতানত দিয়া হৈছে।

Apply Now

দলটোৱে দাবী কৰে যে পূৰ্বৰ জেলিয়াঙৰ নেতৃত্বৰ এন পি এফ নেতৃত্বাধীন ডেমক্ৰেটিক এলায়েন্স অব নাগালেণ্ড (ডি এ এন) চৰকাৰে ভাৰত চৰকাৰৰ বিত্ত বিভাগ আৰু নিটি আয়োগৰ পৰা পোৱা এই পৰিমাণটো নিশ্চিত কৰি থ’বলৈ সমৰ্থ হৈছিল।

অনুমোদনটো ২০০৭ চনৰ ৮ নম্বেৱৰতেই প্ৰাক্তন মুখ্য সচিব আৰু ৰাজ্যিক গ্ৰাম উন্নয়ন বিভাগৰ জৰিয়তে সম্পন্ন কৰা হৈছিল। এইটো ২০১৮ ৰ ফেব্ৰুৱাৰিত মুকলি কৰি দিয়াৰ কথা আছিল।

কিন্তু নিৰ্বাচনী বিধি কাৰ্য্যকৰী হোৱা হেতু বিষয়টো পৰৱৰ্তী নিৰ্বাচন শেষ নোহোৱালৈকে স্থগিত ৰাখিব লগীয়া হয়।

কিন্তু এতিয়া মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’ই মিছা কৃতিত্ব দাবী কৰি ঘোষণা কৰিছে যে তেওঁৰ চৰকাৰে অহা ২৪ এপ্ৰিলত গাওঁ উন্নয়ন পৰিষদ অনুদান বিতৰণ কৰিব, যিটো দিনক তেওঁ Communitisation Day হিচাপে ঘোষণা কৰিছে আৰু এই কাৰ্য্যসূচীলৈ সকলো ভিলেইজ ডেভেল’পমেণ্ট ব’ৰ্ড আৰু গাওঁ পৰিষদক ক’হিমালৈ আমন্ত্ৰণ কৰিছে।

দলটোৱে বিবৃতিটোত দাবী কৰিছে যে এই পুঁজি communitized বিভাগ, যেনে- বিদ্যালয়ী শিক্ষা, বিদ্যুৎ বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু পৰিয়াল কল্যাণ বিভাগৰ আঁচনিৰ বাদেও গ্ৰাম্য উন্নয়নৰ অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ বাবেও দিয়া সহায়ক অনুদান হিচাপে ধৰা হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

July 4, 2026 2:48 pm
এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

July 4, 2026 2:22 pm
কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

July 4, 2026 1:35 pm
নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

July 4, 2026 1:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

July 4, 2026 2:48 pm
এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

July 4, 2026 2:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd