• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বলিউদত আত্মপ্ৰকাশ হাফলং জীয়ৰী ৰেৱতী ছেত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 28, 2017 8:33 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খাতুন নামৰ এক চলচিত্ৰত অভিনয়েৰে অভিনেত্ৰী, মডেল ৰেৱতী ছেত্ৰী বলিউদত আত্মপ্ৰকাশৰ বাবে প্ৰস্তুত হৈছে। চিনেমাখন ১৯৬২ ৰ ভাৰত-চীন যুদ্ধৰ এগৰাকী সাহসী ভাৰতীয় সেনাৰ প্ৰেম কাহিনী আধাৰিত। চিনেমাখনৰ নায়ক হ’ব জয় হ’ খ্যাত সণ্টুচ শুক্লা যাৰ বাবেও এইখন হ’ব প্ৰথম বলিউদ চিনেমা। হাফলঙৰ মৰম লগা ৰেৱতী ছেত্ৰীয়ে চিনেমাখনত তেওঁৰ প্ৰেমিকাৰ চৰিত্ৰত অভিনয় কৰিব। উল্লেখযোগ্য যে পূৰ্বে ছেত্ৰীয়ে ফেমিনা মিছ ইণ্ডিয়া ২০১৫ত অংশ গ্ৰহণ কৰি ফাইনেলত উপনীত হৈছিল। তাৰোপৰি বেইজিঙত হোৱা ৱৰ্ল্ড মিছ ইউনিভাৰ্চিটি ২০১৬ টো তেওঁ মিছ এচিয়া মুকুটেৰে বিভূষিতা হৈছিল। অৰুণাচল প্ৰদেশৰ টাৱাং চীনৰ দখলত থকাৰ সময়ৰ ওপৰত আধাৰিত চিনেমাখনৰ প্ৰযোজক অনিতা আৰু উৎকৰ্চ আগৰৱাল। ২০১৮ চনত মুক্তি পাব লগা চিনেমাখনৰ পৰিচালক ৰাম ৰমেশ শৰ্মা।

Apply Now
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেলানিয়া এপষ্টেইনৰ এছকৰ্ট আছিল : ট্ৰাম্পৰ প্ৰকৃত প্ৰেমকাহিনীক লৈ প্ৰাক্তন সহযোগীৰ বিস্ফোৰক দাবী

মেলানিয়া এপষ্টেইনৰ এছকৰ্ট আছিল : ট্ৰাম্পৰ প্ৰকৃত প্ৰেমকাহিনীক লৈ প্ৰাক্তন সহযোগীৰ বিস্ফোৰক দাবী

June 4, 2026 7:25 pm
পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

June 4, 2026 6:42 pm
দেশত আন এক বৃহৎ কেলেংকাৰি, ১৫ লাখ কোটি টকাৰ আৰ্থিক জালিয়াতি; বিপৰ্যয় LIC-ত!

দেশত আন এক বৃহৎ কেলেংকাৰি, ১৫ লাখ কোটি টকাৰ আৰ্থিক জালিয়াতি; বিপৰ্যয় LIC-ত!

June 4, 2026 6:31 pm
শুক্ৰাণু অবিহনেই প্ৰজনন : মতা মাছৰ অবিহনেই ১ লাখ বছৰ ধৰি বৰ্তি আছে এই বিধ বিশেষ প্ৰজাতিৰ মাছ

শুক্ৰাণু অবিহনেই প্ৰজনন : মতা মাছৰ অবিহনেই ১ লাখ বছৰ ধৰি বৰ্তি আছে এই বিধ বিশেষ প্ৰজাতিৰ মাছ

June 4, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেলানিয়া এপষ্টেইনৰ এছকৰ্ট আছিল : ট্ৰাম্পৰ প্ৰকৃত প্ৰেমকাহিনীক লৈ প্ৰাক্তন সহযোগীৰ বিস্ফোৰক দাবী

মেলানিয়া এপষ্টেইনৰ এছকৰ্ট আছিল : ট্ৰাম্পৰ প্ৰকৃত প্ৰেমকাহিনীক লৈ প্ৰাক্তন সহযোগীৰ বিস্ফোৰক দাবী

June 4, 2026 7:25 pm
পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

June 4, 2026 6:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd