• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলাদেশৰ অধ্যাপক তথা ধৰ্মনিৰপেক্ষ লিখকক বিশ্ববিদ্যালয়ত আক্ৰমণ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 4, 2018 12:26 pm
Dr-jafar-iqbal-570x320

ড০ জাফৰ ইকবাল : ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশৰ বিশিষ্ট ধৰ্মনিৰপেক্ষ লিখক তথা শ্বাহজালাল বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ জাফৰ ইকবালক শনিবাৰে চিলেটৰ বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সময়ত আক্ৰমণ কৰি মূৰত আঘাত কৰে।

তেওঁক আক্ৰমণৰ পিছতে ততাতয়াকৈ এখন স্থানীয় চিকিৎসালয়লত ভৰ্তি কৰোৱা হয়। তেওঁক চোৱাচিতা কৰি থকা চিকিৎসকে জানিবলৈ দিছে যে ড০ ইকবাল সম্প্ৰতি বিপদমুক্ত। তেওঁৰ আঘাতত চিকিৎসকলে মুঠতে ২৫ টা চিলাই লগাব লগীয়া হৈছে।

Apply Now

অৱশ্যে, তেওঁক পিছত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ নিৰ্দেশ অনুসৰি ঢাকাত থকা সংযুক্ত সামৰিক হাস্পাতললৈ প্ৰেৰণ কৰা হৈছে।

প্ৰধানমন্ত্ৰী শ্বেখ হাছিনায়ো এনে ঘৃণনীয় আক্ৰমণক তীব্ৰ গৰিহনা দিছে আৰু আক্ৰমণকাৰীক আইনৰ আওতালৈ আনিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিছে।

‘’তেওঁক মূৰৰ পিছফালে আঘাত কৰা হৈছিল আৰু ধাৰাসাৰ তেজ বৈছিল,’’-আৰক্ষীৰ উদ্ধৃতিৰে এই কথা প্ৰকাশ কৰিছে স্থানীয় বাতৰি সংস্থাই।

৬৫ বছৰীয়া ব্যক্তিগৰাকীক বিশ্ববিদ্যালয়খনে আয়োজন কৰা এক বিজ্ঞান উৎসৱত মঞ্চত ভাষণ দিবলৈ  উঠোতেই ওচৰৰ পৰা আক্ৰমণ কৰিছিল।

অতি সুপৰিচিত আৰু কল্প বিজ্ঞানৰ লিখক গৰাকীক দেশখনৰ মৌলবাদী গোটসমূহে মৃত্যুৰ ভাবুকি দি আহিছিল।

বিগত দুবছৰ ধৰি ড০ ইকবালক আৰক্ষীৰ নিৰাপত্তা প্ৰদান কৰি অহা হৈছিল আৰু বাতৰি মতে কমেও তিনিজন আৰক্ষীৰ লোক মঞ্চত তেওঁ বহি থকা আসনৰ ওচৰতে থিয় হৈ আছিল। শনিবাৰে সন্ধিয়া ৫-৫০ বজাত ঘটনাটো সংঘটিত হয়।

অনুষ্ঠানত উপস্থিত থকা ছাত্ৰসকলে আক্ৰমণকাৰীক ঘটনাস্থলীতে বেয়াকৈ প্ৰহাৰ কৰি তাত উপস্থিত থকা আৰক্ষীক গতাই দিয়ে।

বাতৰি অনুসৰি আক্ৰমণকাৰীৰ সৈতে অহা এগৰাকী সহযোগী কাৰ্যসূচী চলি থকা অনুষ্ঠানৰ বাহিৰত মটৰ চাইকেল লৈ অপেক্ষা কৰি আছিল। আক্ৰমণৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতেই সি পলাই যায়।

অধ্যাপক ইকবালক আক্ৰমণৰ ঘটনাটোৰ পিছতে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে স্বত:স্ফুতভাৱে আক্ৰমণৰ ঘটনাটোৰ বিৰুদ্ধে প্ৰতিবাদ কৰে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd