• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বানপানীৰ সময়ত বন্য প্ৰাণীৰ সুৰক্ষা : বিশ্বনাথ জিলা প্ৰশাসনৰ পৰ্যালোচনা

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
June 21, 2018 6:44 am
বিশ্বনাথ জিলা প্রশাসনৰ বৈঠক
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বনাথ জিলাৰ উপায়ুক্তৰ সভাকক্ষত বুধবাৰে অনুষ্ঠিত এখন বৈঠকত বানপানীৰ সময়ছোৱাত কাজিৰঙাৰ ষষ্ঠ সংযোজন এলেকাত বিলাই-বিপত্তিৰ সন্মুখীন হোৱা  বন্য প্ৰাণীসমূহৰ উদ্ধাৰ, চিকিৎসা আৰু সুৰক্ষাৰ বিভিন্ন দিশসমূহ আলোচনা কৰা হয়।

উল্লেখযোগ্য যে বানপানীৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱ-জন্তুসমূহে আশ্ৰয় বিচাৰি প্ৰায়েই জনাঞ্চলত প্ৰৱেশ কৰে আৰু আতংকিত হৈয়েই হওক বা খাদ্যৰ বাবেই হওক, এই বন্যপ্ৰাণীসমূহক কোনো কোনো লোকে হত্যাও কৰে।

Apply Now

এই বন্যপ্ৰাণীসমূহক সময়মতে উদ্ধাৰ কৰি সিহঁতৰ সুৰক্ষিত আশ্ৰয় তথা প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা কৰা, ৰাইজক সজাগ কৰা, হাতী-মানুহৰ সংঘাত, বন্যপ্ৰাণীৰ আক্ৰমণত ক্ষতিগ্ৰস্ত ধন-জনৰ উপযুক্ত ক্ষতিপূৰণ আদি বিভিন্ন বিষয় সম্পৰ্কে  বৈঠকত খৰচি মাৰি আলোচনা কৰাৰ লগতে কৰ্ম আঁচনিৰ পৰিকল্পনা কৰা হয়।

বানপানীৰ সময়ছোৱাত বন্যপ্ৰাণীৰ উদ্ধাৰ সম্পৰ্কীয় বিষয়সমূহত বন বিভাগ, জিলা প্ৰশাসনৰ দুৰ্যোগ ব্যৱস্থাপনা কোষ, আৰক্ষী বিভাগ, পশু চিকিৎসা বিভাগ আদিয়ে সমিলমিলেৰে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

এনেধৰণৰ যিকোনো খবৰ থাকিলে জিলা প্ৰশাসনৰ দুৰ্যোগ ব্যৱস্থাপনা কোষৰ নিয়ন্ত্ৰণ কক্ষৰ হেল্পনাইন নম্বৰ ০৩৭১৫-২২২০৮৬ত ফোন কৰিবলৈ জনোৱা হয়।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক আকাশদ্বীপ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত এই বৈঠকত উদ্যানখনৰ সাংমণ্ডলিক বন বিষয়া ৰোহিনী বল্লভ শইকীয়া, জিলা উপায়ুক্ত ধীৰাজ জ্যোতি কলিতা, অতিৰিক্ত উপায়ুক্ত প্ৰদীপ সূত্ৰধৰ, আৰক্ষী অধীক্ষক দিগন্ত চৌধুৰী, উত্তৰ অসম সংমণ্ডলৰ বন সংৰক্ষক পি শিৱকুমাৰ উপস্থিত থাকে।

ইয়াৰোপৰি বন বিভাগ, আৰক্ষী বিভাগ, ডব্লিউ ডব্লিউ এফৰ প্ৰতিনিধি, ৱাইল্ডলাইফ ট্ৰাষ্ট অব্ ইণ্ডিয়াৰ প্ৰতিনিধি, সামাজিক বনানিকৰণ বিভাগ, পশু চিকিৎসা বিভাগ, জিলা প্ৰশাসনৰ দুৰ্যোগ ব্যৱস্থাপনা কোষৰ প্ৰতিনিধিৰ লগতে আন বহুসংখ্যক উচ্চপদস্থ বিষয়া বৈঠকত উপস্থিত থাকে।

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

June 23, 2026 8:51 pm
বিষ্ণু ৰাভা আমি এতিয়া গভীৰ নিদ্ৰাত

বিষ্ণু ৰাভা আমি এতিয়া গভীৰ নিদ্ৰাত

June 23, 2026 8:46 pm
ভাৰতীয় ক্ৰিকেটলৈ অনবদ্য অৱদান: ৰোহিত শৰ্মাক পদ্মশ্ৰী বঁটা প্ৰদান ৰাষ্ট্ৰপতিৰ

ভাৰতীয় ক্ৰিকেটলৈ অনবদ্য অৱদান: ৰোহিত শৰ্মাক পদ্মশ্ৰী বঁটা প্ৰদান ৰাষ্ট্ৰপতিৰ

June 23, 2026 8:26 pm
পোহৰলৈ আহিল হৰপ্পা সভ্যতাৰ ন ন তথ্য : খনন কাৰ্যত উদ্ধাৰ প্ৰাচীন কংকাল আৰু মাটিৰ পাত্ৰ

পোহৰলৈ আহিল হৰপ্পা সভ্যতাৰ ন ন তথ্য : খনন কাৰ্যত উদ্ধাৰ প্ৰাচীন কংকাল আৰু মাটিৰ পাত্ৰ

June 23, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

June 23, 2026 8:51 pm
বিষ্ণু ৰাভা আমি এতিয়া গভীৰ নিদ্ৰাত

বিষ্ণু ৰাভা আমি এতিয়া গভীৰ নিদ্ৰাত

June 23, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd