• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি জিকিলে মেঘালয়ত সূচনা হ’ব উন্নয়নৰ নতুন যুগ : গাৰো পাহাৰত কেন্দ্ৰীয় গৃ্হ মন্ত্ৰী ৰাজনাথ সিং

চাইদুল খান by চাইদুল খান
February 19, 2018 9:06 pm
rajnath singh at songsak tura

নিৰ্বাচনী সভাত ৰাজনাথ সিং

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে মেঘালয়ৰ পূব গাৰোপাহাৰ জিলাৰ চংচকত আজি এক নিৰ্বাচনী জন সমাৱেশত ভাগ লৈ কালি এন চি পি প্ৰাৰ্থী জনাথন চাংমাৰ হত্যা ঘটনাটোৰ বাবে শাসনাধিষ্ঠিত কংগ্ৰেছ চৰকাৰক তীব্ৰ সমালোচনা কৰে আৰু বিজেপিক শাসনলৈ আনিলে ৰাজ্যখনত উন্নয়নৰ নতুন যুগ সৃষ্টি হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে।

কালিৰ ঘটনাটো সন্দৰ্ভত ৰাজ্য চৰকাৰক সমালোচনা কৰি মন্ত্ৰীজনে কয় যে ‘মুকুল চাংমাই যে মেঘালয়ৰ ৰাইজক নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে তাৰ এক প্ৰমাণ হ’ল এন চি পি প্ৰাৰ্থীজনৰ ওপৰত হোৱা আক্ৰমণ।’

Apply Now

‘মেঘৰ আলয়’ মেঘালয়ত ৰাজনাথ সিঙৰ মতে ‘উন্নয়নৰ বৰষুণ হ’ব লাগে’।

কংগ্ৰেছ শাসনত থাকিলে উন্নয়ন কেতিয়াও নহ’ব বুলি দাবী কৰি নেতাজনে বিজেপি শাসনলৈ আহিলে ‘প্ৰত্যেক ঘৰলেকে ২ বছৰৰ ভিতৰত বিদ্যুৎ যোগান ধৰা হ’ব’ বুলি প্ৰতিশ্ৰুতি দিয়ে।

তুৰা-শ্বিলং সংযোগী নৱনিৰ্মিত ৰাষ্ট্ৰীয় ঘাইপথৰ কৃতিত্ব দাবী কৰি মন্ত্ৰীজনে কয় ‘কেন্দ্ৰই মেঘালয়ৰ পথ মেৰামতিৰ বাবে প্ৰচুৰ ধন যোগান ধৰিছে, কিন্তু ৰাজ্যই নিজৰ কৰ্তব্য পালনত ব্যৰ্থ হৈছে।’

‘দেশৰ ভিতৰতে আটাইতকৈ বেছি বৰষুণ হোৱা ৰাজ্যখনত এবাল্টি পানীৰ বাবে লোকসকলে কেবাঘণ্টা খোজ কাঢ়িব লগা হয়’ বুলি উল্লেখ কৰি মন্ত্ৰীজনে প্ৰতিশ্ৰুতি দিয়ে যে বিজেপিক ভোট দি শাসনলৈ আনিলে প্ৰত্যেক ঘৰলেকে পৰিস্কাৰ খোৱা পানী যোগান ধৰা হ’ব।

তেওঁ লগতে ‘মেঘালয়ক স্বাস্থ্যখণ্ডত খৰচ কৰিবলৈ দিয়া ধন খৰচ কৰিব নোৱৰাটো দুৰ্ভাগ্যজনক’ বুলি অভিহিত কৰে।

বিজেপি শাসনলৈ আহিলে ‘বিভিন্ন কেন্দ্ৰীয় আঁচনিসমূহৰ ৰূপায়নত সম্পূৰ্ণ স্ব্চ্ছতা নিশ্চিত হ’ব’ বুলি দাবী কৰি মন্ত্ৰীজনে ৰাজ্যখনৰ সকলো ‘স্বাস্থ্যকেন্দ্ৰ উন্নীতকৰণ’, ‘শ্বিলং অসামৰিক চিকিৎসালয়ক গৱেষণা প্ৰতিষ্ঠানলৈ উন্নীতকৰণ’ আৰু ‘মেঘালয়ত এখন কেন্সাৰ চিকিৎসালয় স্থাপন’ৰ প্ৰতিশ্ৰুতি দিয়ে।

মুকুল চাংমাৰ শাসনকালত মেঘালয়ত দুৰ্নীতি হোৱা বুলি অভিযোগ তুলি কেন্দ্ৰীয় মন্ত্ৰীজনে কয় যে মেঘালয়ত সংঘটিত বিভিন্ন কেলেংকাৰীসমূহৰ তদন্ত চিবিআইক গতোৱা হ’ব।

ৰাজ্যখনৰ ‘৫৭ খন আৰক্ষী থানাৰ মাত্ৰ ৩৯ খনহে চলি’ থকা বুলি উল্লেখ কৰি গৃ্হ মন্ত্ৰীজনে কয় যে ৰাজ্যখনে সেয়ে ‘নাগৰিকসকলক নিৰাপত্তা প্ৰদানত বিফল হৈছে’।

সভাখনত চংচাক, ৰনজেং আৰু ৱিলিয়ামনগৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ক্ৰমে টমাচ চাংমা, ৰিকি মাৰাক আৰু সন্তোষ মাৰাকো উপস্থিত আছিল।

সিঙে দক্ষিণ তুৰা সমষ্টিৰ প্ৰাৰ্থী বিলিকিদ চাংমাৰ হৈ তুৰাটো আন এক প্ৰচাৰ সভাত ভাগ লয়।

চাইদুল খান

চাইদুল খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd