• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

বিত্ত মন্ত্ৰী অৰুণ জেটলিয়ে উত্থাপন কৰা ২০১৮-১৯ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক আদৰণি মুখ্যমন্ত্ৰী সোণোৱালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 1, 2018 10:52 pm
07-04-16 Hawli- Sarbananda & Atul at election campaign (1)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি এক প্ৰেছ বিবৃতিৰ জৰিয়তে মুখ্য মন্ত্ৰীয়ে বিত্ত মন্ত্ৰী অৰুণ জেটলিয়ে উত্থাপন কৰা ২০১৮-১৯ বৰ্ষৰ কেন্দ্ৰীয় বাজেটখনৰ জৰিয়তে কৃষি, গ্ৰামোন্নয়ন, স্বাস্থ্য, শিক্ষা, নিয়োজন, এম এছ এম ই আৰু আন্তঃগাঁথনি খণ্ডক শক্তিশালীকৰণৰ বাবে লোৱা প্ৰচেষ্টাক আদৰণি জনায়। বাজেটখনত প্ৰধান খাৰিফ শস্যৰ নূন্যতম সমৰ্থন মূল্য ইয়াৰ উৎপাদনৰ মূল্যৰ ডেৰ গুণ ধাৰ্য কৰা ঘোষণাই দেশৰ কৃষক সকলক উপকৃত কৰিব বুলিও মুখ্য মন্ত্ৰীয়ে কয়।

২০১৪-১৫ বৰ্ষৰ ৮.৫ লাখ কোটি টকাৰ প্ৰতিষ্ঠান পাম ঋণ ১১ লাখ কোটিলৈ বৃদ্ধিৰ বাবে লোৱা পদক্ষেপে কৃষিখণ্ডৰ উত্তৰণৰ দিশত বিশেষ সহায় কৰিব বুলি মুখ্য মন্ত্ৰীয়ে কয়। ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে ২২ হাজাৰ গ্ৰামীণ হাটক গ্ৰামীণ কৃষি বজাৰলৈ উন্নীতকৰণৰ ব্যৱস্থাই কৃষকৰ উপাৰ্জন বৃদ্ধিত বিশেষ সহায় কৰিব বুলিও মুখ্য মন্ত্ৰী কয়।

Apply Now

তদুপৰি আলু, বিলাহী, পিঁয়াজৰ মূল্য সুস্থিৰ কৰণৰ বাবে ‘অপাৰেশ্যন গ্ৰীণ’ প্ৰাৰম্ভণেৰে কৃষক আৰু উপভোক্তা উভয়কে উপকৃত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

আনহাতে মীন আৰু পশুপালন খণ্ডৰ বাবে ১০ হাজাৰ কোটি টকাৰ দুটা নতুন পুঁজি ঘোষণাই এই খণ্ড দুটা উত্তৰণৰ দিশত বিশেষ সহায় কৰিব বুলিও মুখ্য মন্ত্ৰীয়ে কয়। একেদৰে পুনৰ গঠিত নেশ্যনেল বেম্ব’ মিছনে ১২৯০ কোটি টকাৰ বাজেট ঘোষণাই এই খণ্ডৰ উত্তৰণত সহায়ক হ’ব বুলিও মুখ্য মন্ত্ৰী গৰাকীয়ে কয়।

মহিলা আত্মসহায়ক গোট সমূহলৈ ঋণ প্ৰদানৰ পুঁজি বিগত বৰ্ষৰ ৪২,৫০০ কোটি টকাৰ পৰা ২০১৯ বৰ্ষত ৭৫ হাজাৰ কোটি টকালৈ বৃদ্ধিয়ে মহিলা সবলীকৰণৰ দিশত বিশেষভাৱে সহায় কৰিব বুলি সোণোৱালে কয়।

নিম্ন আৰু মধ্য বিত্ত শ্ৰেণীৰ চাহিদা পূৰণ কৰাকৈ উজ্জ্বলা, সৌভাগ্য আৰু স্বচ্ছ অভিযানৰ জৰিয়তে বিনামূলীয়া ৰন্ধন গেছ, বিদ্যুৎ সংযোগ আৰু শৌচাগাৰ প্ৰদানৰ লক্ষ্যই এই শ্ৰেণীৰ জনসাধাৰণক উপকৃত কৰিব বুলি সোণোৱালে কয়।

২০২২ বৰ্ষৰ ভিতৰত সকলোবোৰ জনজাতীয় উন্নয়ন খণ্ডক একলব্য আৱাসীক বিদ্যালয় স্থাপনৰ বাবে কৰা ঘোষণাই জনজাতি সকলৰ শিক্ষাৰ ক্ষেত্ৰত বিশেষ বৰঙণি যোগাব বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে কয়। অনুসূচিত জনজাতি কল্যাণ পুঁজি বৃদ্ধিৰ ফলত এই শ্ৰেণীৰ জনসাধাৰণ উপকৃত হ’ব বুলিও কয়।

স্বাস্থ্য, জ্যেষ্ঠ নাগৰিকৰ কল্যাণ ইত্যাদিৰ দিশটো এই বাজেটখনে কৰা বিশেষ ঘোষণাই ইয়াক এক কল্যাণকামী বাজেটলৈ ৰূপান্তৰিত কৰিছে বুলিও মুখ্য মন্ত্ৰীয়ে কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd