• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিদ্যালয়ৰ শিক্ষয়িত্ৰী তথা ছাত্ৰ নেতাক গ্ৰেপ্তাৰৰ প্ৰতিবাদত ৰঙিয়াত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 12, 2018 2:32 pm
প্ৰতিবাদকাৰী জনতা
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰঙিয়া ৰেডহৰ্ন পাব্লিক স্কুলৰ পাঁচগৰাকী শিক্ষয়িত্ৰীৰ লগতে এজন ছাত্ৰ নেতাক আটক কৰাৰ প্ৰতিবাদত আজি বৃহৎ সংখ্যক ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। আজি পুৱাৰ ভাগত বৃহৎ সংখ্যক লোকে ৰঙিয়া ৰেডহৰ্ন পাব্লিক স্কুলৰ সন্মুখৰে যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰে। উত্তাল প্ৰতিবাদ তথা অৱৰোধ কাৰ্যসূচী চলি থকা সময়তে ৰঙিয়া মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈ, ৰঙিয়া ৰাজহ চক্ৰ বিষয়া এমিলী বৰুৱা, মহকুমা আৰক্ষী বিষয়া প্ৰনৱ কুমাৰ পেগু উপস্থিত হৈ প্ৰতিবাদকাৰী সকলক আলোচনাৰ মাধ্যমেৰে বুজাবলৈ চেষ্টা কৰে। কিন্তু প্ৰতিবাদকাৰী সকলে কামৰূপ উপাযুক্তৰ উপস্থিতিৰ দাবী জনাই প্ৰতিবাদ অব্যাহত ৰাখে।

ভোগালী  বিহু লৈ মাথোঁ এটা দিন বাকী থকা অৱস্থাত কেইবা ঘণ্টা এই ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ হৈ পৰাত তীব্ৰ যান-জোঁটৰ সৃষ্টি হোৱাৰ লগতে সীমাহীন অসুবিধাত পৰে দূৰদূৰণিৰ যাত্ৰীসকলে ।

Apply Now

‘ৰঙিয়া ৰেডহৰ্ন পাব্লিক স্কুল’ সেনা কৰ্তৃপক্ষই বন্ধ কৰি দি স্কুলখনত সেনাই বাহৰ পতা কাৰ্যক লৈ ৪ জানুৱাৰিত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী তথা অভিভাৱকসকলে অতিষ্ঠ হৈ সেনাৰ আচবাব সমূহ দলিওৱাৰ লগতে ভাঙি লণ্ড ভণ্ড কৰি দিয়ে। ইয়াৰ পিছতে সেনাই ৰঙিয়া আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে।

আৰক্ষীযে সেনাৰ এজাহাৰৰ ভিত্তিত বৃহস্পতিবাৰে গৰিয়া জনগোষ্ঠীৰ ছাত্ৰ নেতা মতিউৰ ৰহমান, শিক্ষয়িত্ৰী প্ৰমীলা দাস, পম্পী দেৱী, জোৎস্না দেৱী, মনিকংকনা দাস, নমিতা দাসক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে৷

স্মৰ্তব্য যে, ৰঙিয়াৰ চেপ্তিৰ সেনা ছাউনীত যোৱা প্ৰায় ৩৭ বছৰ ধৰি বিদ্যালয়খন চলি আছিল যদিও সেনা কৰ্তৃপক্ষই যোৱা দুবছৰ ধৰি কোনো অজ্ঞাত কাৰণত বিদ্যালয়খন বন্ধ কৰি দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰাহকলৈ সকাহ! ১ জুলাইৰ পৰা দেশত পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা বিক্ৰীৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ

গ্ৰাহকলৈ সকাহ! ১ জুলাইৰ পৰা দেশত পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা বিক্ৰীৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ

June 29, 2026 9:09 pm
কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ : চৰকাৰক তীব্ৰ সমালোচনা ভূমি ‎অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ : চৰকাৰক তীব্ৰ সমালোচনা ভূমি ‎অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

June 29, 2026 8:49 pm
পাকিস্তানৰ ভয়ংকৰ আক্ৰমণত কঁপি উঠিল আফগানিস্তান! মহিলা-শিশুসহ ৩৬ জনৰ মৃত্যু, প্ৰত্যাঘাতৰ সকীয়নি তালিবানৰ

পাকিস্তানৰ ভয়ংকৰ আক্ৰমণত কঁপি উঠিল আফগানিস্তান! মহিলা-শিশুসহ ৩৬ জনৰ মৃত্যু, প্ৰত্যাঘাতৰ সকীয়নি তালিবানৰ

June 29, 2026 8:29 pm
কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ: মাতৃ আৰু শিশুৰ সুস্বাস্থ্যৰ বাবে মুকলি কৰিলে এলানি নতুন আঁচনি

কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ: মাতৃ আৰু শিশুৰ সুস্বাস্থ্যৰ বাবে মুকলি কৰিলে এলানি নতুন আঁচনি

June 29, 2026 8:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰাহকলৈ সকাহ! ১ জুলাইৰ পৰা দেশত পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা বিক্ৰীৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ

গ্ৰাহকলৈ সকাহ! ১ জুলাইৰ পৰা দেশত পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা বিক্ৰীৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ

June 29, 2026 9:09 pm
কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ : চৰকাৰক তীব্ৰ সমালোচনা ভূমি ‎অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ : চৰকাৰক তীব্ৰ সমালোচনা ভূমি ‎অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

June 29, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd