• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বনাথৰ সাপ্তাহিক বজাৰৰ দুৰৱস্থা : বজাৰৰ নিবিদাৰ নামত লাভ কৰা টকা পৌৰসভাই কি কৰে বুলি প্ৰশ্ন সৰ্বসাধাৰণৰ

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
July 8, 2018 4:27 pm
IMG-20180701-WA0008-01
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বনাথৰ সাপ্তাহিক বজাৰৰ কদৰ্যময় পৰিৱেশে জীয়াতু ভোগাইছে ৰাইজক। বিশ্বনাথ চাৰিআলি পৌৰসভাৰ অধীনৰ  মধুপুৰত থকা এই সাপ্তাহিক বজাৰখন বোকাময় হৈ পৰাৰ বাবে এতিয়া অতিষ্ঠ হৈ পৰিছে গ্ৰাহক তথা ব্যৱসায়ী।

উল্লেখ্য যে এই বজাৰখনৰ কদৰ্যময় পৰিৱেশে এতিয়া বিশ্বনাথ চাৰিআলি পৌৰসভাৰ দায়িত্বজ্ঞানহীনতাক উদঙোৱা পৰিলক্ষিত হৈছে। কিয়নো বজাৰখনৰ বাবে বছৰি লাখ লাখ টকাৰ ‘টেণ্ডাৰ’ হয় আৰু পৌৰসভাই এইবজাৰৰ নামত লাভ কৰে লক্ষাধিক টকা। ইয়াৰ পাছতো বজাৰখনৰ উন্নয়নৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰে।

Apply Now

স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি বজাৰখনৰ উন্নয়নৰ  প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰে পৌৰসভাই। আনকি যি সকলে এই বজাৰৰ নিবিদা লাভ কৰিছে সেই সকলেও বজাৰখনৰ উন্নয়নৰ বাবে আজিলৈ কোনো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই। কেৱল বজাৰলৈ অহা বেপাৰীৰ পৰা ধন সংগ্ৰহ কৰাই যেন তেওঁলোকৰ প্ৰধান কাম। যাৰ বাবে এনেদৰে বোকাময় পৰিৱেশৰ মাজেৰেই গ্ৰাহক তথা বেপাৰীয়ে বজাৰলৈ অহা যোৱা কৰিবলগীয়া হৈছে।

উল্লেখ্য যে বিশ্বনাথৰ এই বজাৰ খনলৈ বিশ্বনাথ জিলাৰ বিভিন্ন অঞ্চলৰ লগতে খাৰুপেটিয়া  দলগাঁও আদি অঞ্চলৰ পৰাও বেপাৰী আহে। কিন্তু বজাৰ খনৰ এনে কদৰ্যময় পৰিৱেশৰ বাবেই এতিয়া ক্ৰেতা ৰাইজ বজাৰৰ ভিতৰত সোমাব নোৱাৰা অৱস্হা হৈছে। ইয়াৰ ফলত লোকচানৰ সন্মুখীন হোৱা বুলি মন্তব্য কৰিছে ব্যৱসায়ীসকলে।

উল্লেখ্য যে বজাৰৰ নিবিদাৰ নামত বছৰি লাখ লাখ টকা লাভ কৰা পৌৰসভাই বজাৰখনৰ আন্তঃগাথনি  উন্নয়নৰ বাবে কিয় একো ব্যৱস্থা গ্ৰহন নকৰে আৰু এই টকা সমূহ ক’ত যায় বুলিও একাংশ সচেতন ব্যক্তিয়ে প্ৰশ্ন উত্থাপন কৰিছে।

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd