• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

বিশ্বনাথ ঘাটৰ পৰা কাজিৰঙা উত্তৰ সংমণ্ডলে আটক কৰিলে দুৰ্ধৰ্ষ চোৰাংচিকাৰীক

প্ৰণৱ কুমাৰ দাস by প্ৰণৱ কুমাৰ দাস
February 24, 2018 9:24 pm
কাজিৰঙা
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা চোৰাংচিকাৰীয়ে গঁড় নিধন কৰি কাটি নিয়া খড়গ সমূহ ডিমাপুৰ আৰু নাগালেণ্ডত চোৰাংভাৱে ১ কি. গ্ৰা.ত ১ কোটি টকা দামত বিক্ৰী কৰা হয়। এই কথা সদৰী কৰে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ উত্তৰ সংমণ্ডলে আটক কৰা এজন চোৰাংচিকাৰীয়ে।

প্ৰাপ্ত তথ্য মতে আজি পুৱা কাজিৰঙা ষষ্ঠ সংযোজনৰ উত্তৰ সংমণ্ডলে বিশ্বনাথ চাৰিআলি আৰক্ষী চকীৰ অধীনৰ বিশ্বনাথ ঘাটৰ নিজ বিশ্বনাথৰ পৰা জাবিদুৰ ৰহমান ওৰফে ভূজেল নামৰ এজন চোৰাংচিকাৰীক আটক কৰে।

Apply Now

জানিব পৰা মতে উত্তৰ-পূবত বন্য প্ৰাণীৰ অংগ-প্ৰত্যংগৰ এখন অবৈধ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বজাৰ গঢ়ি উঠিছে য’ত অসমৰ পৰা বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগ সমূহ চোৰাংভাৱে নিয়া হয়। এই বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগ সমূহ চোৰাংভাৱে কেতিয়াবা অৰুণাচল আৰু কেতিয়াবা ডিমাপুৰত বিক্ৰী কৰা হয়।

আজি পুৱা কাজিৰঙা উত্তৰ সংমণ্ডলৰ বন বিষয়া আৰু বিশ্বনাথ আৰক্ষী চকীৰ আৰক্ষীৰ যৌথ অভিযানত ব্ৰহ্মপুত্ৰৰ নদীৰ কাষৰ বিশ্বনাথ ঘাটত থকা নিজ বাসগৃহৰ পৰা জাবিদুৰ ৰহমানক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন ৰহমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তিনিটাকৈ গঁড় চিকাৰত জড়িত থকাৰ লগতে উত্তৰ সংমণ্ডত ২০১৬ চনত ৰুজু হোৱা এটা অস্ত্ৰ-শস্ত্ৰ গোচৰটো ৰহমানৰ নাম জড়িত আছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ উত্তৰ সংমণ্ডলৰ বিষয়া প্ৰাঞ্জল বৰুৱাই জনোৱা মতে ধৃত ৰহমান বাগৰিৰ এটা গঁড় চিকাৰৰ লগত জড়িত আছিল আৰু বাকী কেইটা গঁড় চিকাৰৰ বিষয়ে ৰহমানক সোধ-পোছৰ অন্ততহে জানিব পৰা হ’ব আৰু লগতে তেওঁ কয় যে ৰহমানে নিজৰ নাম সলনি কৰি বিভিন্ন ঠাইত আত্মগোপন কৰি আছিল।

বৰুৱাই কয় যে ৰহমানক চলোৱা জেৰাত অলপতে ৰহমানে ডিমাপুৰত এটা গঁড়ৰ খড়গ বিক্ৰী কৰি ৫০ লাখ টকা লাভ কৰা বুলি স্বীকাৰোক্তি দিয়ে। আনহাতে ৰাষ্ট্ৰীয় উদ্যানখনত চোৰাংচিকাৰীৰ সক্ৰিয়তাৰ বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি বৰুৱাই কয় যে বন্যপ্ৰাণী সমূহ বিভিন্ন অঞ্চলত বিয়পি পৰাৰ ফলত চোৰাংচিকাৰীৰ বাবে চিকাৰ কৰাত সুবিধা হয়।

বৰুৱাই সংযোজনটোত বন বিভাগৰ চোৰাংচিকাৰীক ৰোধ কৰাত সহায় হোৱাকৈ বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লোৱা হৈছে। তাৰোপৰি ধৃত চোৰাংচিকাৰীটোক অধিক তথ্য উদ্ধাৰৰ বাবে সোধ-পোছ অব্যাহত ৰখা হৈছে বুলিও বৰুৱাই জানিবলৈ দিয়ে।

প্ৰণৱ কুমাৰ দাস

প্ৰণৱ কুমাৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am
ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

June 8, 2026 8:11 am
‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

June 8, 2026 7:42 am
হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

June 8, 2026 7:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am
ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

June 8, 2026 8:11 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd