• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

বিশ্ব বিনিয়োগকাৰী সন্মিলনৰ আশা আৰু শংকা

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
February 5, 2018 3:46 pm
AdvantageAssam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰে নজিৰবিহীন বাহুল্যৰে বিশ্ব বিনিয়োগকাৰী সন্মিলন পাতি দেশ-বিদেশৰ বৃহৎ উদ্যোগপতিসকলক অসমত বিনিয়োগৰ বাবে আকৰ্ষণৰ চেষ্টা কৰিছে। ৰজাঘৰীয়া বাহুল্যক উৎসাহ দিব নোৱাৰিলেও বিনিয়োগ বঢ়োৱাৰ চেষ্টা নিশ্চয় ভাল কথা। নিবনুৱাৰে ভৰি থকা ৰাজ্য এখনত উদ্যোগ স্থাপনৰ গত্যন্তৰ নাই।

কিন্তু উদ্যোগ স্থাপন মানেই আমি কিয় ভাবিবলৈ লৈছো যে পুঁজিপতি-উদ্যোগপতিক সেৱা-নমস্কাৰ কৰি, নিজে বলে নোৱৰা ধৰণৰ সা-সুবিধা দি হ’লেও আনি সেইটো কৰিব লাগিব? তেওঁলোকক আমি ৰাজ আতিথ্য দিলেই নিজৰ সকলো বিচাৰ-বিবেক বন্ধ কৰি, লোকচান-ভীতি, নিৰাপত্তা-ভীতি আঁতৰাই ধন খটাবলৈ উবুৰি খাই পৰিবনে?

Apply Now

ৰাজ্যখনৰ কিছুমান কথা ভাবকচোন- যোগাযোগ ব্যৱস্থা অতি শোচনীয়, আন্তঃগাঁথনিৰ নামত একোৱে নাই, নিয়মীয়া বিদ্যুৎ যোগানৰ গেৰাণ্টি নাই, দক্ষ শ্ৰমিকৰ অভাৱ, কেঁচামালৰ অভাৱ, উদ্যোগ স্থাপনৰ বাবে মাটিৰ অভাৱ, আচল বানপানী, কৃত্ৰিম বানপানী -মাজুলীয়েই হওক, গুৱাহাটীয়েই হওক, ঢকুৱাখনাই হওক, ক’তো সফল প্ৰতিৰোধ নাই। ইয়াৰ সমান্তৰালকৈ ধৰ্ণা, বন্ধ, আন্দোলন আছেই।

বিনিয়োগকাৰীৰ উদ্যম জগাবলৈ ৰাজ আতিথ্য দিয়াৰ পৰিৱৰ্তে চৰকাৰে এই disadvantage বোৰ নিৰ্মূল কৰি লোৱাৰ চেষ্টা কৰা উচিত নাছিলনে?

যোৱা প্ৰায় দুটা বছৰৰ সময়খিনিত চৰকাৰে এই গোটেইবোৰ নহ’লেও ইয়াৰ কিছুমান উন্নততৰ পৰ্য্যায়লৈ নিব পাৰিলে হেঁতেন। তাৰ পৰিৱৰ্তে চৰকাৰে ইটোৰ পিছত সিটো চমক দিয়াৰ চেষ্টাত ব্ৰতী হোৱাহে দেখা গৈছে, যিবোৰৰ আচলতে কোনো বাস্তৱিক কাৰ্য্যকাৰিতা নাই।

আনহাতে ৰাজ্যখনত ইতিপূৰ্বে থকা উদ্যোগকেইটাৰ কি অৱস্থা সকলোৱে জানে। নগাওঁ কাগজকল, নামৰূপৰ সাৰ কাৰখানা, যোগীঘোপাৰ অশোক কাগজকল, শুৱালকুছিৰ ৰেচম শিল্প, কূটীৰ শিল্পৰ ৰূপত থকা সৰ্থেবাৰীৰ কাঁহ-পিতলৰ উদ্যোগ আদিৰ অৱস্থাৰ উন্নত কৰিবলৈ কিবা আঁচনি চৰকাৰৰ আছে নে?

জানিব পৰা মতে শনিবাৰৰ সন্ধিয়ালৈ মুখ্য মন্ত্ৰীৰ সন্মুখত প্ৰায় ৬০ হাজাৰ কোটি টকাৰ MoU (এম অ’ য়ু)ত স্বাক্ষৰিত হোৱাৰ কথা। কিন্তু এই এম অ’ য়ুৰ কিমান শতাংশ প্ৰকৃতাৰ্থত কাৰ্য্যকৰী হ’ব বা ইয়াত জড়িত পক্ষসমূহৰ কিমানে এইবোৰৰ ভিত্তিত অসমত ধন বিনিয়োগ কৰিব? অসম চৰকাৰেইবা নিজৰ চৰ্তবোৰ পূৰণ কৰাত কিমান সফল হ’ব? অসমত উদ্যোগপতিক মাটি দিয়া কামটো সিমান সহজ নহয়। আইনী প্ৰক্ৰিয়াও আছে ইয়াৰ সৈতে। পূৰ্বে গ্ৰেছ ক্ৰেকাৰ স্থাপনৰ বাবে এম অ’ য়ুমতে মাটি আবণ্টন দিব নোৱৰা বাবে ৰিলায়েন্সে অসমৰ পৰা বহু কোটি টকাৰ ক্ষতিপূৰণ দাবী কৰাই নহয়, সেয়া আদায়ো কৰিছিল। কেৱল মাটিৰ কথাটোৱেই নহয়, উপযুক্ত নিৰাপত্তা নাপালে, উপযুক্ত বজাৰ নেদেখিলে, কোটি কোটি টকা কৰ ৰেহাই নাপালে উদ্যোগপতিয়ে স্বাক্ষৰ কৰা এম অ’ য়ু কেতিয়াও কাৰ্য্যকৰী হোৱাৰ সম্ভাৱনা নাই। উদ্যোগপতিসকলৰ অৱশ্যে হেৰুৱাব লগীয়া একো নাই। তেওঁলোকে বিনামূলীয়া বিমান ভ্ৰমণ, পঞ্চ তাৰকা হোটেলত থকা-খোৱাৰ লগতে ৰাজ আতিথ্য পাইছে। কিন্তু অসম চৰকাৰৰ কোটি কোটি টকা (যিবোৰ জনসাধাৰণৰ কষ্টোপাৰ্জিত ধনৰ অংশৰ বাদে আন একো নহয়) পানীত পৰিব।

আমি আশা কৰিম, আৱেগিক অসমীয়াই যেন মোদী-আম্বানীয়ে নিজৰ ভাষণত অসমীয়া কোৱাটোকে বিশ্ব বিনিয়োগকাৰী সন্মিলনৰ উল্লেখ্যযোগ্য দিশ বুলি নাভাবে। অসমীয়া ভাষাক আঁকোৱালি লোৱা বা আদৰ কৰাটো বিশ্ব বিনিয়োগকাৰী সন্মিলনৰ উদ্দেশ্য নহয়।

দুৰ্লভ গগৈ

দুৰ্লভ গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm
সাগৰত চীনৰ ‘চালামী স্লাইচিং’ নীতি: স্থলভাগত ভাৰতে বাধা দিলে, সাগৰত আমেৰিকাই পাৰিবনে?

সাগৰত চীনৰ ‘চালামী স্লাইচিং’ নীতি: স্থলভাগত ভাৰতে বাধা দিলে, সাগৰত আমেৰিকাই পাৰিবনে?

June 27, 2026 9:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd