• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিহালীত স্বাস্থ্য বিভাগৰ ম্যাদ উকলা দৰৱ খাই অসুস্থ কন্যা শিশু

কাজি জেইদুল ইছলাম  by কাজি জেইদুল ইছলাম 
July 11, 2018 8:33 pm
Screenshot_20180711-194313
122
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথৰ  বিহালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভ্ৰাম্যমান শিবিৰৰ জৰিয়তে অংগনবাদী কেন্দ্ৰত প্ৰদান কৰা বিনামূলীয়া  দৰব সেৱন কৰি এজনী ৪ বছৰীয়া কন্যাশিশু শিশু অসুস্থ হৈ পৰিছে।বিনামূলীয় দৰবৰ পৰা হোৱা পাৰ্শ্বক্ৰিয়াৰ ভয়ংকৰ তথ্য পোহৰলৈ অহাৰ পাছত সম্প্ৰতি অঞ্চল ব্যাপি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

বহু দিন ধৰি  চিকিৎসক তথা চিকিৎসা সেৱাৰ লগত জড়িত একাংশ চিকিৎসক-কৰ্মচাৰীৰ দৌৰাত্ম্যই বাৰুকৈয়ে জ্বলা-কলা খুৱাইছে বিশ্বনাথৰ  ৰাইজক৷

বিহালীৰ বাঘমৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ ৰতোৱা মাহিলী বস্তি অংগনবাদী কেন্দ্ৰত বিহালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই   ভ্ৰাম্যমান শিবিৰৰ জৰিয়তে এটা শিশুৰস্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হৈছিল। এই স্বাস্থ্য পৰীক্ষা শিবিৰটোত নাছিৰ মোল্লা নামৰ চৰকাৰী ঔষধ  বিতৰক এজনৰ তত্বাৱধানত কেন্দ্ৰটোৰ শিশু সকলৰ স্বাস্থ্য পৰীক্ষা কৰি বিনামুলীয়া ঔষধ বিতৰণ কৰা হৈছিল।

এই স্বাস্থ্য শিবিৰটোত স্থানীয় ৰুস্তম আলী নামৰ ব্যক্তি জনৰ আৰিজা খাতুন নামৰ ৪ বছৰীয়া কন্যা সন্তানটিক স্বাস্থ্য পৰীক্ষাৰ অন্তত  চিকিৎসকে “DOMPERIDONE SUSPENSION IP” নামৰ এটা দৰবৰ বটল দিয়ে।  ঘৰলৈ আনি অভিভাৱকে দৰব খুৱাই দিয়াৰ পিচতে শিশুটি  চেতনাহীন হৈ পৰে। লগে লগে শিশুটিক স্থানীয়  চিকিৎসকৰ ওচৰলৈ নি চিকিৎসা কৰোৱাৰ পিচত শিশুটি সামান্য পৰিমাণে আৰোগ্য হয়।

পিছত উক্ত ভ্ৰাম্যমান শিবিৰত দিয়া দৰবৰ বটলটো পৰীক্ষা কৰাত প্ৰকৃত ৰহস্য পোহৰলৈ আহে।

২০১৭ চনৰ জানুৱাৰী মাহতে দৰবৰ বটলটোৰ উকলি গৈছিল ম্যাদ। ঘটনা পোহৰলৈ অহাৰ পিছতে স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে৷ ঔষধ বিতৰকজনক এই বিষয়ে সোধা-পোছা কৰাত তেওঁ তুলুঙা যুক্তিৰে দায় সৰাৰ চেষ্টা কৰা দেখা যায়৷

এনেদৰে কণমানি শিশুক ম্যাদ উকলা দৰৱ বিতৰণ কৰা কাৰ্যই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

Recent News

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd