• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিহালীত স্বাস্থ্য বিভাগৰ ম্যাদ উকলা দৰৱ খাই অসুস্থ কন্যা শিশু

কাজি জেইদুল ইছলাম  by কাজি জেইদুল ইছলাম 
July 11, 2018 8:33 pm
Screenshot_20180711-194313
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বনাথৰ  বিহালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভ্ৰাম্যমান শিবিৰৰ জৰিয়তে অংগনবাদী কেন্দ্ৰত প্ৰদান কৰা বিনামূলীয়া  দৰব সেৱন কৰি এজনী ৪ বছৰীয়া কন্যাশিশু শিশু অসুস্থ হৈ পৰিছে।বিনামূলীয় দৰবৰ পৰা হোৱা পাৰ্শ্বক্ৰিয়াৰ ভয়ংকৰ তথ্য পোহৰলৈ অহাৰ পাছত সম্প্ৰতি অঞ্চল ব্যাপি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

বহু দিন ধৰি  চিকিৎসক তথা চিকিৎসা সেৱাৰ লগত জড়িত একাংশ চিকিৎসক-কৰ্মচাৰীৰ দৌৰাত্ম্যই বাৰুকৈয়ে জ্বলা-কলা খুৱাইছে বিশ্বনাথৰ  ৰাইজক৷

Apply Now

বিহালীৰ বাঘমৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ ৰতোৱা মাহিলী বস্তি অংগনবাদী কেন্দ্ৰত বিহালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই   ভ্ৰাম্যমান শিবিৰৰ জৰিয়তে এটা শিশুৰস্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হৈছিল। এই স্বাস্থ্য পৰীক্ষা শিবিৰটোত নাছিৰ মোল্লা নামৰ চৰকাৰী ঔষধ  বিতৰক এজনৰ তত্বাৱধানত কেন্দ্ৰটোৰ শিশু সকলৰ স্বাস্থ্য পৰীক্ষা কৰি বিনামুলীয়া ঔষধ বিতৰণ কৰা হৈছিল।

এই স্বাস্থ্য শিবিৰটোত স্থানীয় ৰুস্তম আলী নামৰ ব্যক্তি জনৰ আৰিজা খাতুন নামৰ ৪ বছৰীয়া কন্যা সন্তানটিক স্বাস্থ্য পৰীক্ষাৰ অন্তত  চিকিৎসকে “DOMPERIDONE SUSPENSION IP” নামৰ এটা দৰবৰ বটল দিয়ে।  ঘৰলৈ আনি অভিভাৱকে দৰব খুৱাই দিয়াৰ পিচতে শিশুটি  চেতনাহীন হৈ পৰে। লগে লগে শিশুটিক স্থানীয়  চিকিৎসকৰ ওচৰলৈ নি চিকিৎসা কৰোৱাৰ পিচত শিশুটি সামান্য পৰিমাণে আৰোগ্য হয়।

পিছত উক্ত ভ্ৰাম্যমান শিবিৰত দিয়া দৰবৰ বটলটো পৰীক্ষা কৰাত প্ৰকৃত ৰহস্য পোহৰলৈ আহে।

২০১৭ চনৰ জানুৱাৰী মাহতে দৰবৰ বটলটোৰ উকলি গৈছিল ম্যাদ। ঘটনা পোহৰলৈ অহাৰ পিছতে স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে৷ ঔষধ বিতৰকজনক এই বিষয়ে সোধা-পোছা কৰাত তেওঁ তুলুঙা যুক্তিৰে দায় সৰাৰ চেষ্টা কৰা দেখা যায়৷

এনেদৰে কণমানি শিশুক ম্যাদ উকলা দৰৱ বিতৰণ কৰা কাৰ্যই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

কাজি জেইদুল ইছলাম 

কাজি জেইদুল ইছলাম 

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd