• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ছিকিম

সৰ্বভাৰতীয় পৰ্যায়ৰ আন্তঃস্কুল বেণ্ড প্ৰতিযোগিতাত দ্বিতীয়স্থান দখল ছিকিমৰ স্কুলৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 16, 2018 12:47 pm
চাদাম চিনিয়ৰ চেকেণ্ডাৰি স্কুলৰ বেণ্ড দলটো
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় আন্তঃস্কুল বেণ্ড প্ৰতিযোগিতাত ছিকিমৰ গেংটকস্থিত চাদাম চিনিয়ৰ চেকেণ্ডাৰি স্কুলে দ্বিতীয়স্থান দখল কৰি স্কুলখনৰ লগতে সমগ্ৰ ছিকিমবাসীক গৌৰৱাণ্বিত কৰিবলৈ সক্ষম হৈছে। নতুনদিল্লীত সোমবাৰে সৰ্বভাৰতীয় পৰ্যায়ত আন্তঃস্কুল বেণ্ড প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছিল।

উল্লেখ্য যে ঝাৰখণ্ডে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ ৰূপে বিবেচিত হয়। সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত ভাৰতৰ ৭টা মণ্ডলে অংশগ্ৰহণ কৰিছিল। য’ত উত্তৰ-পূবৰ ছিকিমৰ চাদাম চিনিয়ৰ চেকেণ্ডাৰি স্কুলে ল’ৰাৰ শাখাত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰি দ্বিতীয়স্থান দখল কৰিবলৈ সক্ষম হয়।

Apply Now

ছিকিমৰ স্কুলখনে নগদ ১৫০০০ হেজাৰ টকা পোৱাৰ বিপৰীতে বিজয়ী ঝাৰখণ্ডৰ স্কুলে ২০০০০ হেজাৰ টকা পুৰস্কাৰ হিচাপে গ্ৰহণ কৰে। উত্তৰ-পূবক প্ৰতিনিধিত্ব কৰা ছিকিমৰ স্কুলখনৰ দলটোৰ সৈতে উপাধ্যক্ষ আৰু স্কুল ব্যৱস্থাপনা সমিতিৰ সদস্য পি বি গুৰুং উপস্থিত আছিল।

নতুন দিল্লীৰ ৰাষ্ট্ৰীয় শিশু ভৱনত অনুষ্ঠিত এই প্ৰতিযোগিতাত মানৱ সম্পদ উন্নয়ন মন্ত্ৰনালয়ে জনোৱা অনুৰোধ মৰ্মে ছিকিম সৰ্ব শিক্ষা অভিযানৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক ভীম থাটালো উপস্থিত আছিল।

মানৱ সম্পদ উন্নয়নৰ মুখ্য সচিৱ জি পি উপাধ্যায়ে অনুষ্ঠানৰ জৰিয়তে বিজয়ী সকলক শুভেচ্ছা জনোৱাৰ লগতে ভৱিষ্যতে নিজৰ নিজৰ কৰ্মক্ষেত্ৰত আগুৱায় যোৱাৰ বাবে আশীৰ্বাদ প্ৰদান কৰে।

চাদাম স্কুল পাইপ বেণ্ডটো যোৱাবছৰৰ মে মাহত গঠন কৰা হৈছিল আৰু অতি কম সময়ৰ ভিতৰতে সফলতাৰ শিখৰ চুবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে অলপতে ছিকিমৰ ব্ৰেণ্ড এম্বেছেদৰ হিচাপে নিযুক্তি লাভ কৰা ভাৰতৰ সংগীতৰ যাদুকৰ এ আৰ ৰহমানৰ উপস্থিতিত ৰেড পাণ্ডা উইণ্টাৰ কাৰ্ণিভেলত এই বছৰৰে ৮ তাৰিখে চাদাম স্কুল পাইপ বেণ্ডটোৱে বেণ্ড পৰিৱেশন কৰিবলৈ সুযোগ লাভ কৰিছিল। স্কুল পাইপ বেণ্ডটোৰ প্ৰদৰ্শন উপভোগ কৰি ৰহমানে উজ্জ্বল ভৱিষৎ কামনা কৰাৰ লগতে পৰৱৰ্তী মিউজিক পৰিকল্পনাত সুযোগ দিয়াৰো কথা ঘোষণা কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

July 3, 2026 4:58 pm
 শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: বিদ্যালয়ৰ ৫০০ মিটাৰ ব্যসাৰ্ধত নিষিদ্ধ এনাৰ্জি ড্ৰিংক আৰু নিচাজাতীয় সামগ্ৰী  

 শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: বিদ্যালয়ৰ ৫০০ মিটাৰ ব্যসাৰ্ধত নিষিদ্ধ এনাৰ্জি ড্ৰিংক আৰু নিচাজাতীয় সামগ্ৰী  

July 3, 2026 4:25 pm
ধ্ৰুৱ ৰাঠীৰ ভগৱান ৰাম-সীতা সম্পৰ্কীয় বিতৰ্কিত ভিডিঅ’ আঁতৰোৱাক লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

ধ্ৰুৱ ৰাঠীৰ ভগৱান ৰাম-সীতা সম্পৰ্কীয় বিতৰ্কিত ভিডিঅ’ আঁতৰোৱাক লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

July 3, 2026 4:11 pm
বিতৰ্কিত ভিডিঅ’ ডিলিট কৰিব লাগিব ধ্ৰুৱ ৰাথীয়ে : নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

বিতৰ্কিত ভিডিঅ’ ডিলিট কৰিব লাগিব ধ্ৰুৱ ৰাথীয়ে : নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

July 3, 2026 3:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

July 3, 2026 4:58 pm
 শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: বিদ্যালয়ৰ ৫০০ মিটাৰ ব্যসাৰ্ধত নিষিদ্ধ এনাৰ্জি ড্ৰিংক আৰু নিচাজাতীয় সামগ্ৰী  

 শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: বিদ্যালয়ৰ ৫০০ মিটাৰ ব্যসাৰ্ধত নিষিদ্ধ এনাৰ্জি ড্ৰিংক আৰু নিচাজাতীয় সামগ্ৰী  

July 3, 2026 4:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd