• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

ব্ৰহ্মপুত্ৰৰ ঘোলা পানীৰ কাৰণ তিব্বতৰ ভূমিকম্প : চীন

এন ই নাও নিউজ by এন ই নাও নিউজ
December 28, 2017 4:12 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত ব্যাপক উৎকণ্ঠাৰ সৃষ্টি কৰা ব্ৰহ্মপুত্ৰৰ ঘোলা পানীৰ কাৰণ প্ৰসংগত মন্তব্য কৰি চীনে মঙলবাৰে জনায় যে ইয়াৰ কাৰণ তিব্বতত হোৱা ৬.৯ ৰিখটাৰ প্ৰাবল্যৰ এক ভূমিকম্প। সেই ভূমিকম্পটোৱে যোৱা নৱেম্বৰ মাহতে তিব্বতত জোকাৰণি তুলিছিল। চীনা বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ হুৱা চুনইঙে লগতে জনায় যে শেহতীয়া পৰীক্ষা অনুযায়ী ব্ৰহ্মপুত্ৰৰ পানীৰ মান তৃতীয় শ্ৰেণীৰ (Class III)। এই পানী মাছ আৰু অন্য বন্য জীৱৰ বিকাশৰ বাবে অনুকুল। উল্লেখযোগ্য যে কিছু দিনৰে পৰা অৰুণাচল প্ৰদেশত চিয়াং নামেৰে জনাজাত ব্ৰহ্মপুত্ৰৰ পানী ভয়াৱহ প্ৰদূষণক লৈ ব্যাপক উৎকণ্ঠাৰ সৃষ্টি হৈ আহিছিল। হুৱাই জনায়, ‘আমি লক্ষ্য কৰিছো যে ভাৰতীয় সংবাদমাধ্যমে এই বিষয়টোৰ সন্দৰ্ভত শেহতীয়াকৈ ধাৰাবাহিক প্ৰতিবেদন প্ৰকাশ কৰি আহিছে। তেওঁলোকে পূৰ্বতে চীনে জলসৰংক্ষণ প্ৰকল্প অথবা জলপ্ৰবাহী সুৰংগ নিৰ্মাণ কৰিছে বুলি বাতিৰ প্ৰকাশ কৰিছিল। আনহাতে এতিয়া তেওঁলোকে কৈছে নদীখনৰ ওপৰ অংশত এটা বন্ধ জলাশয় সৃষ্টি হৈছে।’ তেওঁ লগেত দাবী কৰে, ‘মই আপোনালোকক দায়িত্ব সহকাৰে ক’ব পাৰো যে চীনা কৰ্তৃপক্ষৰ তদন্তৰ প্ৰতিবেদন অনুসাৰে এই আশংকা বিলাকৰ কোনো সত্যতা নাই।’ তেওঁ কয় যে তিব্বতৰ মেইন লিং প্ৰদেশৰ সমীপৰ এটা অঞ্চলত নৱেম্বৰৰ মাজভাগত হোৱা ৬.৯ ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্পটো ‘নদীখনৰ মধ্য আৰু নিম্ন অংশত কিছু দিনৰ বাবে দেখা দিয়া ঘোলা পানীৰ কাৰণ হ’ব পাৰে।’ তেওঁ জনায়, ‘ভূমিকম্পৰ পিছতে আমি ইয়াৰলুঙ চাংপো (ব্ৰহ্মপুত্ৰৰ চীনা নাম)) ৰ পানী পৰীক্ষা কৰি দেখিছো যে এই পানীৰ মান তৃতীয় শ্ৰেণীৰ।’ একেসময়তে তেওঁ সজোৰে দাবী কৰে যে এই সন্দৰ্ভত  চীনে কৰা পৰীক্ষা ‘সম্পূৰ্ণৰূপে মানৱীয়তাৰ ভিত্তিত আৰু ই সীমা সমস্যা বিষয়ত কোনো প্ৰভাৱ নেপেলায়।’

Apply Now
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd