• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভুৱা প্ৰমাণ পত্ৰ, মাৰ্কশ্বিট দাখিল কৰাৰ বাবে মণিপুৰত ছয় গৰাকী স্নাতক শিক্ষকক বৰ্খাস্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
January 22, 2018 1:17 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰ চৰকাৰৰ শিক্ষা বিভাগে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ অধীনত স্নাতক শিক্ষকৰ চাকৰি লাভৰ বাবে ভুৱা মাৰ্কশ্বিট তথা প্ৰমাণ পত্ৰ দাখিল কৰাৰ বাবে ৰাজ্যখনৰ বিভিন্ন স্থানত চাকৰি কৰি থকা ছয় গৰাকী শিক্ষকক বৰ্খাস্ত কৰে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বৰ্খাস্ত হোৱা শিক্ষক কেইগৰাকীয়ে ২০১৬ চনৰ ২২ ডিচেম্বৰত ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ অধীনত স্নাতক শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল।

Apply Now

তেওঁলোকে স্নাতক শিক্ষকৰ বাবে বাধ্যতামূলক বিএড ডিগ্ৰীৰ ভুৱা মাৰ্কশ্বিট তথা প্ৰমাণ পত্ৰ দাখিল কৰিছিল।

স্নাতক শিক্ষক হিচাপে নিযুক্তি লাভৰ বাবে প্ৰৱঞ্চনাৰ আশ্ৰয় লোৱা ছয় গৰাকী শিক্ষকক শিক্ষা বিভাগৰ সঞ্চালক (বিদ্যালয় পৰ্যায়ৰ) টিএইচ কিৰনকুমাৰে বৰ্খাস্তৰ নিৰ্দেশ দি সুকীয়াকৈ পত্ৰ প্ৰেৰণ কৰিছে।

সঞ্চালকগৰাকীয়ে লগতে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ অতিৰিক্ত ৰাজ্যিক প্ৰকল্প সঞ্চালকগৰাকীক ভুৱা শিক্ষক কেইগৰাকীৰ বিৰুদ্ধে এমাহৰ ভিতৰত এজাহাৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে তেওঁলোকে চাকৰি কালত গ্ৰহণ কৰা দৰমহা আৰু অন্যান্য ভাট্টাৰ ধনসমূহ ছয় মাহৰ ভিতৰত আদায় কৰিবলৈকো নিৰ্দেশ দিয়ে।

চাকৰিৰ পৰা বৰ্খাস্ত হোৱা শিক্ষক কেইগৰাকী হৈছে ছালাম টাম্ফাছানা দেৱী, মানসী পামেই, লাকীছন মাংটে, টি লেটখাগিন হাওকিপ, আখামিলুউ গোনমেই আৰু কিউছিয়ানাং কাহমেই।

জানিব পৰা মতে ছালাম টাম্ফাছানা দেৱীয়ে ২০০৫ চনত বিএড ডিগ্ৰী দ্বিতীয় শ্ৰেণীত উত্তীৰ্ণ হৈছিল। কিন্তু তেওঁ শিক্ষা বিভাগত দাখিল কৰা প্ৰমাণ পত্ৰত প্ৰথম শ্ৰেণী দেখুওৱা হৈছিল আৰু মাৰ্কশ্বিটখনো কলেজৰ তথ্যৰ লগত পৰীক্ষা কৰি চোৱাৰ পিছত সেইখন জালিয়াতি কৰা বুলি শিক্ষা বিভাগ নিশ্চিত হৈছিল।

তদুপৰি, দেৱীয়ে দাখিল কৰা উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰমাণ পত্ৰ তথা মাৰ্কশ্বিটো ভুৱা বুলি প্ৰমাণিত হৈছে।

আনহাতে, ২০১৪ চনত ইম্ফলৰ ডি এম কলেজ অফ টিচাৰ এডুকেশ্যনৰ পৰা বিএড উত্তীৰ্ণ বুলি দাখিল কৰা হাওকিপৰ প্ৰমাণ পত্ৰখনো ভুৱা বুলি চিনাক্ত হৈছে কিয়নো কলেজৰ তথ্য অনুসৰি তেওঁ সেই কলেজৰ ছাত্ৰই নাছিল।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 2, 2026 6:55 pm
ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

July 2, 2026 5:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd