• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভ্ৰাম্যমাণৰ জনপ্ৰিয় অভিনেত্ৰী অঞ্জলি চেত্ৰীক অচ্যুত লহকৰ স্মাৰক বঁটা প্ৰদান

মুকুত দাস by মুকুত দাস
June 18, 2018 1:30 pm
Chetri-honoured-266x200
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভ্ৰাম্যমাণৰ মঞ্চত কেইবা দশক ধৰি বলিষ্ঠ অভিনয়েৰে আলোড়নৰ সৃষ্টি কৰি অহা প্ৰবীণ অভিনেত্ৰী অঞ্জলি চেত্ৰীক ১৭ জুনত প্ৰদান কৰা হয় অচ্যুত লহকৰ স্মাৰক বঁটা।

সমাজ সংস্কৃতিমূলক অনুষ্ঠান ‘মঞ্চ’ই আগবঢ়োৱা এই বঁটা প্ৰদান কৰে প্ৰয়াত অচ্যুত লহকৰৰ সহধৰ্মিণী কিৰণ লহকৰ আৰু বিশিষ্ট অভিনেতা তথা চলচ্চিত্ৰ আৰু বিত্তীয় উন্নয়ন নিগমৰ অধ্যক্ষ যতীন বৰাই।

Apply Now

অভিনেত্ৰীগৰাকীক বঁটাৰ লগত এখন গামোচা, স্মাৰক, সম্বৰ্ধনাপত্ৰ, গ্ৰন্থৰ টোপোলা, ফুলৰ থোপা, জাপি প্ৰদান কৰা হয়। অঞ্জলি চেত্ৰীয়ে বঁটা গ্ৰহণ কৰি আৱেগিক হৈ উঠি কয়, ‘ভ্ৰাম্যমাণে মোক ছাঁ দিছে। জীয়াই থাকিবলৈ, পৰিয়াল পোহ-পাল দিবলৈ সম্বল দিছে। অচ্যুত লহকৰে ভ্ৰাম্যমাণৰ জন্ম নিদিলে মোৰ দৰে বহু অভিনয় শিল্পীয়ে জীয়াই থকাটো কঠিন হৈ পৰিলেহেতেন’।

আনহাতে এই অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট অভিনেতা যতীন বৰাই কয় যে অঞ্জলি চেত্ৰী ভ্ৰাম্যমাণ থিয়েটাৰৰ এটা অনুষ্ঠান। তেওঁৰ দৰে প্ৰতিভাশালী অভিনেত্ৰীক বঁটা প্ৰদান কৰিবলৈ পায় যথেষ্ট সুখী।

ইফালে বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা ভ্ৰাম্যমাণ থিয়েটাৰৰ বিশিষ্ট নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যই কয় যে ভ্ৰাম্যমাণৰ প্ৰতিজন দৰ্শকৰে অতিকৈ আপোন অঞ্জলি চেত্ৰী। অভাৱনীয় প্ৰতিভাৰে ভৰপূৰ এনে এগৰাকী অভিনেত্ৰীয়ে জীৱনত নানা ঘাত-প্ৰতিঘাতেৰে আগবাঢ়িবলগীয়া হোৱাটো সঁচাই চিন্তনীয়।

উল্লেখ্য যে হেমন্ত ভট্টাচাৰ্যৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠানত বহুতো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ লগতে স্মৰণিকা ‘স্বপ্নদ্ৰষ্টা’ উন্মোচন কৰে অসম আৰক্ষীৰ মহাপৰিদৰ্শক প্ৰদীপ চন্দ্ৰ শালৈয়ে।

বঁটা প্ৰদান অনুষ্ঠানৰ সম্পাদক ড০ নীলোৎপল শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে এমট্ৰনৰ প্ৰবন্ধক দীনমণি ভাণ্ডাৰ কায়স্থ।

মুকুত দাস

মুকুত দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

August 22, 2026 12:17 pm
মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

August 22, 2026 12:16 pm
অসম-মেঘালয় সীমান্তৰ উত্তেজনা কমাবলৈ আজি গুৱাহাটীত বৈঠক : আলোচনাত বহিব দুই ৰাজ্যৰ প্ৰতিনিধি

অসম-মেঘালয় সীমান্তৰ উত্তেজনা কমাবলৈ আজি গুৱাহাটীত বৈঠক : আলোচনাত বহিব দুই ৰাজ্যৰ প্ৰতিনিধি

August 22, 2026 11:51 am
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি! নগাঁৱৰ জুৰিয়াৰ এজনক আটক অসম আৰক্ষীৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি! নগাঁৱৰ জুৰিয়াৰ এজনক আটক অসম আৰক্ষীৰ

August 22, 2026 11:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

August 22, 2026 12:17 pm
মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

August 22, 2026 12:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd